ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

Staff Reporter by Staff Reporter
July 14, 2026
Reading Time: 1 min read
A A
0
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

ৰে’লৱেৰ ভূমি বেদখল সন্দৰ্ভত দেশৰ সামগ্ৰিক ছবিখন পোহৰলৈ আহিছে। তথ্যৰ অধিকাৰ আইনৰ অধীনত কৰা এক অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বিগত পাঁচ বছৰত দেশত ৰে’লৱেৰ (Indian Railway) ভূমি কিমান হাৰত বেদখল হৈছে তাৰ পৰিসংখ্যা পোহৰলৈ আহিছে। ২০২৪-২৫ চনলৈকে দেশত ১০০০ হেক্টৰতকৈ অধিক ৰে’ল ভূমি (এক হেক্টৰ প্ৰায় ডেৰ-দুই একৰৰ সমান) বেদখল কৰা হৈছে।
Indian Railway I
ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল:

শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ৰে’লৱে ব’ৰ্ডক এক অনুৰোধ দাখিল কৰা হৈছিল। ‘ইণ্ডিয়া টুডে’ৰ উক্ত আবেদনত বিগত ২৫ বছৰত ৰে’লৱেৰ ভূমি বেদখলৰ সামগ্ৰিক ছবিখন বিচৰা হৈছিল। কিন্তু ৰে’লৱে ব’ৰ্ডৰ উত্তৰত বিগত পাঁচ বছৰৰ এটা পৰিসংখ্যা পোহৰলৈ আহিছে। আৰ টি আইৰ তথ্য অনুসৰি, ২০২৫ চনৰ মাৰ্চ পৰ্যন্ত ১০৬৮.৫৪ হেক্টৰ ৰে’ল ভূমি বেদখল কৰা হৈছে। আনহাতে, কেন্দ্ৰই সংসদক অৱগত কৰিছে যে বিগত পাঁচ বছৰত প্ৰায় ৯৮.০২ হেক্টৰ ৰে’ল ভূমি অবৈধ দখলৰ পৰা মুক্ত হৈছে।

আৰ টি আইত প্ৰকাশ পোৱাৰ দৰে বিগত পাঁচ বছৰৰ ভূমি বেদখলৰ পৰিসংখ্যাই দেখুৱাইছে যে ভূমি বেদখল ৰে’লৱেৰ বাবে এক প্ৰত্যাহ্বান। বিগত পাঁচ বছৰত ৰে’লৱেৰ ভূমি বেদখল প্ৰায় ৩২ শতাংশ বৃদ্ধি পাইছে। ২০২০-২১ চনত ৰে’লৱেৰ ৮১০.৩১ হেক্টৰ মাটি বেদখল কৰা হৈছিল। ইয়াৰ পিছৰ বছৰ ২০২১-২২ চনত সামান্য হ্ৰাস পাই ৭৮২.৮১ হেক্টৰ হয়। পিছৰ বছৰবোৰত পুনৰ বৃদ্ধি পায়। ২০২২-২৩ চনত ৰে’লৱেৰ ৮০০ হেক্টৰৰো অধিক মাটি বেদখল কৰা হয়। পিছৰ বছৰত ই হাজাৰ হেক্টৰতকৈও অধিক বৃদ্ধি পালে।

২০২৩-২৪ চনত ১০৭৮.৫৫ হেক্টৰ মাটি অবৈধভাৱে দখল কৰা হয়। সেই এটা বছৰত প্ৰায় ২৬৮ হেক্টৰ মাটি বেদখল কৰা হৈছে। ইয়াৰ পিছৰ বছৰ ২০২৪-২৫ চনত বেদখল কৰা মাটিৰ পৰিমাণ সামান্য হ্ৰাস পাই ১০৬৮.৫৪ হেক্টৰ হয়। চৰকাৰী হিচাপ অনুসৰি, যোৱা বছৰৰ ১ এপ্ৰিল পৰ্যন্ত ৰে’লৱেৰ প্ৰায় ৪.৯৯ লাখ হেক্টৰ মাটি আছিল। ইয়াৰে ০.২১ শতাংশ (প্ৰায় ১,০৬৮ হেক্টৰ) আন লোকে দখল কৰিছে।

প্ৰথম দৃষ্টিত এই সংখ্যাটো সৰু যেন লাগিব পাৰে। কিন্তু এই পৰিমাণৰ মাটিত গুজৰাটৰ প্ৰায় ৪২ খন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম (দৰ্শকৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম, যিখন ২৫.৫ হেক্টৰ এলেকাত বিস্তৃত) হ’ব পাৰে। কিন্তু এই বেদখল ভূমি মুক্ত কৰাৰ কামে বিশেষ গতি লাভ কৰা নাই। পাঁচ বছৰত মাত্ৰ ৯৮.০২ হেক্টৰ ৰে’লৰ ভূমিহে বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে।

Tags: ৰে'লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল
Share4Tweet3Send

Related Posts

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

by Staff Reporter
July 14, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

by Staff Reporter
July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

by Staff Reporter
July 12, 2026
50
ADVERTISEMENT
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx