ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Staff Reporter by Staff Reporter
July 14, 2026
Reading Time: 1 min read
A A
0
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰৰ মৌনতাৰ বাবে দিল্লীৰ যন্তৰ-মন্তৰত শিক্ষাবিদ তথা সমাজকৰ্মী সোণম ৱাংচুকে (Sonam Wangshuk) অনশন আৰম্ভ কৰে। মঙলবাৰে অনশনে সপ্তদশ দিনত প্ৰৱেশ কৰে। অবিৰত অনশনৰ বাবে তেওঁৰ শৰীৰ ভাঙি পৰিছে। তেওঁৰ ওজনো দিনক দিনে কমি আহিছে।

Sonam Wangshuk ।
১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে:

অনশন আৰম্ভ হোৱাৰ পৰাই সোণম ৱাংচুকৰ ওজন কমিছে ৮.২ কিলোগ্ৰাম। এই কথা সোমবাৰে ঘোষণা কৰে ‘ককৰোচ জনতা পাৰ্টী’য়ে। তেওঁলোকে কয় যে সোণমৰ তেজৰ গ্লুক’জৰ মাত্ৰা প্ৰতি ডেচিলিটাৰত ৬৭ মিলিগ্ৰামলৈ হ্ৰাস পাইছে। অৱশ্যে এতিয়াও তেওঁ অনশন অব্যাহত ৰাখিব বিচাৰিছে।

নীট বিতৰ্কক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যোৱা ২০ জুনৰ পৰা ককৰোচ দলে যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই আন্দোলনত সোণমে আৰম্ভণিৰে পৰাই তেওঁলোকক সমৰ্থন জনাই আহিছে। পিছত ২৭ জুনৰ ভিতৰত কেন্দ্রীয় চৰকাৰে কোনো প্রতিক্রিয়া নিদিলে অনশনত বহিব বুলি ঘোষণা কৰে৷

লাডাখৰ এইগৰাকী সমাজকৰ্মীয়ে কেন্দ্ৰৰ পৰা কোনো আশানুৰূপ সঁহাৰি নোপোৱাত ২৮ জুনত অনশন আৰম্ভ কৰিছিল। অনশন আৰম্ভ হোৱাৰ পিছৰে পৰা নিয়মীয়াকৈ সোণমৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যও প্ৰদান কৰা হৈছে। সোমবাৰে ককৰোচ দলে দিয়া তথ্য অনুসৰি, সোণমৰ ৰক্তচাপ ১০৭/৭০।

দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেয়ে এক্স পোষ্টত লিখিছে, “সোণম ৱাংচুকৰ অনশনৰ ১৬ সংখ্যক দিন। চৰকাৰক অনুৰোধ কৰিছোঁ যে ইয়াক অহংকাৰৰ যুঁজলৈ ৰূপান্তৰিত নকৰিব। ইয়াত মানুহৰ জীৱনৰ কথা আছে।” তেওঁৰ মতে, “ভুল স্বীকাৰ কৰাটো দুৰ্বলতাৰ চিন নহয়। বৰঞ্চ ই ভুল শুধৰণি কৰাৰ ইচ্ছাৰ চিন। আমি কেৱল জবাবদিহিতা বিচাৰোঁ।”

আনহাতে, অনুগামীসকলক সোণমৰ বাৰ্তা, “মই গান্ধী নহয়। নায়কো নহয়। মই এজন সাধাৰণ মানুহ। নিজেই নিজৰ নায়ক হওক। নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰক।” লগতে কয় যে তেওঁৰ যুঁজত সাধাৰণ মানুহক নিজৰ পক্ষত ৰাখিছে। উল্লেখযোগ্য যে ২০ জুলাইত সংসদলৈ অভিযানৰ সিদ্ধান্ত লৈছে ককৰোচ দলে ।

Tags: অধিক ওজন কমিছেশৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক১৬ দিনত আঠ কেজিৰো
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT