ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir controversy I অৱশেষত ৰাম মন্দিৰৰ চুৰি প্ৰসঙ্গত মুখ খুলিলে চম্পত ৰায়ে

Staff Reporter by Staff Reporter
July 8, 2026
Reading Time: 1 min read
A A
0
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদ্যপ্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায়ে (Ram mandir controversy) অৱশেষত প্ৰণামী চুৰিৰ কথা মুকলি কৰি দিলে। মঙলবাৰে তেওঁ কয়, “ৰাম মন্দিৰৰ পৰা তথাকথিত অনুদান চুৰিৰ অভিযোগৰ ওপৰত বিশেষ তদন্তকাৰী দলে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব লাগে। তাৰ পিছতহে মোৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ উত্তৰ দিম।”

Ram Mandir controversy I
অৱশেষত ৰাম মন্দিৰৰ চুৰি প্ৰসঙ্গত মুখ খুলিলে চম্পত ৰায়ে:

ৰামভক্তসকললৈ লিখা এখন পত্ৰত ৰায়ে লিখিছে, “৭ জুনৰ পৰা গণনাৰ সময়ত মন্দিৰৰ দান বাকচৰ পৰা তথাকথিত প্ৰণামী চুৰি হোৱা সন্দৰ্ভত বিভিন্ন আলোচনা আৰু উৰাবাতৰি চলি আহিছে। ব্যক্তিগত কাৰণত বহুতে মোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে।” উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা এছআইটিৰ তদন্তৰ সময়ত তেওঁ ‘মৌন ব্ৰত’ পালন কৰাৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰে চম্পত ৰায়ে। তেওঁ এছআইটিৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ পিছতহে সমগ্ৰ বিষয়টোৰ সবিশেষ দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। যদিও তেওঁ ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিছে, তথাপিও তেওঁ বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় উপ-সভাপতি পদত অধিষ্ঠিত হৈ আছে। সোমবাৰে ট্ৰাষ্টৰ বৈঠকত বিশ্ব হিন্দু পৰিষদৰ আন্তৰ্জাতিক সাধাৰণ সম্পাদক বজৰং বাগ্ৰাক তেওঁৰ স্থানত নিযুক্তি দিয়া হয়।

ৰাম মন্দিৰত ভক্তসকলে দান কৰা কোটি কোটি টকাৰ নগদ ধন আৰু বহুমূলীয়া সামগ্ৰী চুৰি কৰাৰ অভিযোগত আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত ২৬ জুনত ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট’ৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা তেওঁ পদত্যাগ কৰিছিল। ইয়াৰ লগতে তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য (ট্ৰাষ্টী) অনিল মিশ্ৰয়ো পদত্যাগ কৰে। উল্লেখ্য যে আটকাধীন একাংশ ব্যক্তিৰ সৈতে দুয়োজনৰে ‘সংস্পৰ্শ’ সম্পৰ্কীয় তথ্য পোৱা গৈছে। প্ৰণামী চুৰিৰ মূল অভিযুক্ত ৰামশংকৰ যাদৱ ওৰফে টিন্নু হৈছে চম্পতৰ প্ৰাক্তন গাড়ীচালক। বিশ্ব হিন্দু পৰিষদৰ কৰসেৱকপুৰমৰ সৈতে জড়িত হৈ পৰাৰ পিছত চম্পতৰ উদ্যোগত প্ৰণামী জিম্মাত ৰখাৰ দায়িত্ব তেওঁক দিয়া হয়। আন এজন ধৃত হৈছে টিন্নুৰ ভতিজা।

প্ৰণামী গণনা আৰু চান্দা বাকচটো নিৰীক্ষণ প্ৰক্ৰিয়াৰ দায়িত্বত আছিল তেওঁ। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, চুৰি হোৱা ধনৰ কিছু অংশ মনীষৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ট্ৰাষ্টে প্ৰণামীত ৩,২৬৪ কোটি টকা জমা কৰিছিল। সেই ধনৰ ক’ত কিমান খৰচ হৈছিল সেই কথা ট্ৰাষ্টে কৈছে। তেওঁলোকৰ দাবী, মন্দিৰ নিৰ্মাণ, উন্নয়ন, ধৰ্মীয় আৰু আন কিছুমান আন্তঃগাঁথনি খণ্ডত ২৩৭০ কোটি টকা ব্যয় কৰা হৈছিল।

Tags: অৱশেষত ৰাম মন্দিৰৰ চুৰি প্ৰসঙ্গতমুখ খুলিলে চম্পত ৰায়ে
Share4Tweet3Send

Related Posts

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

by Staff Reporter
July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

by Staff Reporter
July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

by Staff Reporter
July 14, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
ADVERTISEMENT
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx