ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
June 11, 2026
Reading Time: 1 min read
A A
0
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

RELATED POSTS

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

New Logo Smal 1 | ASSAM TIMES POST

আৰু মাত্ৰ কেইঘণ্টামানৰ অপেক্ষা। ইয়াৰ পিছতে আৰম্ভ হ’ব বিশ্ব ফুটবলৰ মহাৰণ। ভাৰতীয় সময় অনুসৰি, বৃহস্পতিবাৰে মাজনিশাৰ পৰা আৰম্ভ (Starting from Thursday noon) হ’ব ফিফা বিশ্বকাপ ২০২৬ (FIFA World Cup 2026)। এইবাৰৰ বিশ্বকাপ যুটীয়াভাৱে আয়োজন কৰিছে আমেৰিকা, মেক্সিকো আৰু কানাডাই। আনহাতে, এইবাৰ প্ৰথমবাৰৰ বাবে তিনিখন দেশত তিনিটাকৈ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। ভাৰতীয় ফুটবল অনুৰাগীয়েও এই অনুষ্ঠান উপভোগ কৰিব পাৰিব। কেতিয়া, ক’ত আৰু কেনেকৈ উপভোগ কৰিব জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

উদ্বোধনী অনুষ্ঠানৰ ষ্টেডিয়াম :

মেক্সিকো : এষ্টাডিঅ’ এছটেকা (মেক্সিকো চহৰ)
কানাডা : বিএমঅ’ ফিল্ড (টৰণ্টো)
আমেৰিকা : ছফী ষ্টেডিয়াম (লছ এঞ্জেলছ)

কেতিয়া হ’ব উদ্বোধনী অনুষ্ঠান?

মেক্সিকো : ভাৰতীয় সময় অনুসৰি ১১ জুনৰ নিশা ১০.৩০ বজাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। ইয়াৰ পিছতে বিশ্বকাপৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব মেক্সিকো।
কানাডা : ভাৰতীয় সময় অনুসৰি ১২ জুনৰ নিশা ১১ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান । ইয়াৰ পিছত বছনিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব কানাডা।
আমেৰিকা : ভাৰতীয় সময় অনুসৰি ১৩ জুন তাৰিখে পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান। ইয়াৰ পিছত আমেৰিকাই পানামাৰ বিৰুদ্ধে খেলিব।

world cup copy2 | ASSAM TIMES POST

উদ্বোধনী অনুষ্ঠানত কোন তাৰকাৰ সমাবেশ ঘটিব :

মেক্সিকো : মূল আকৰ্ষণ হৈছে শ্বাকিৰা আৰু বাৰ্না বয়। বিশ্বকাপৰ শীৰ্ষ গীতেৰে অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰ উপৰি আলেজান্দ্ৰ’ ফাৰ্নাণ্ডেজ, বেলিণ্ডা, ডেনি অ’চেন, জে বালভিল, লিলা ডাউন্স, লছ এঞ্জেলছ এজুলছ, মানা আৰু টাইলাই অনুষ্ঠান পৰিবেশন কৰিব।
কানাডা : মূল আকৰ্ষণ হৈছে মাইকেল বেবেল। ইয়াৰ উপৰি এই অনুষ্ঠানত উপস্থিত থাকিব এলেছিয়া কাৰা, আলানিছ মৰিছেট, জেছি ৰেয়েছ, নোৰা ফাটেহী (ভাৰতৰ পৰা), সঞ্জয় আৰু উইলিয়াম প্ৰিন্স।
আমেৰিকা : মূল আকৰ্ষণ হৈছে কেটি পেৰী। ইয়াৰ উপৰি ফিউচাৰ, অনিতা, লিজা, ৰেমা আৰু টাইলাই অনুষ্ঠান পৰিবেশন কৰিব।

ভাৰতত কেনেকৈ উপভোগ কৰিব :

বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান ভাৰতত Unite8 Sportz 1, Unite8 Sportz 1 HD, Unite8 Sportz 2 আৰু Unite8 Sportz 2 HD চেনেলত সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰি Zee5 এপতো এই অনুষ্ঠান পোনপটীয়াকৈ উপলব্ধ হ’ব ।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এইবাৰৰ বিশ্বকাপত ৪৮ খন দেশে অংশগ্ৰহণ কৰিছে। ৪৮টা দলক এটা গ্ৰুপত চাৰিটাকৈ মুঠ ১২টা গ্ৰুপত ভাগ কৰি হৈছে। প্ৰতিটো গ্ৰুপত ৰাউণ্ড-ৰবীন পদ্ধতিত লীগ মেচসমূহ অনুষ্ঠিত হ’ব। প্ৰতিটে গ্ৰুপৰ পৰা শীৰ্ষ দুটা দল আৰু তৃতীয় স্থানৰ ৮টা দল গ্ৰুপ অব ৩২লৈ উন্নীত হ’ব। ইয়াৰ পিছত শীৰ্ষ ১৬টা দল গ্ৰুপ অব ১৬লৈ উন্নীত হ’ব। ফেইনেল মেচ অনুষ্ঠিত হ’ব ১৯ জুলাইত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FIFAWorldCup2026
Share4Tweet3Send

Related Posts

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

by News Desk
October 2, 2026
55
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

by News Desk
September 28, 2026
52
Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
ADVERTISEMENT
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
52
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
51
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
52
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

October 26, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d