ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

News Desk by News Desk
June 9, 2026
Reading Time: 1 min read
A A
0
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

বোকাজান (Bokajan) মহকুমাৰ খটখটি থানা (Khatkhati police station)ৰ অন্তৰ্গত কৰগাঁৱৰ এজন ছাত্ৰ নিৰুদ্দেশ (Student missing)। বালিজান লেংৰি চাহ বাগিচাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজন বিগত ছয় দিন ধৰি সন্ধানহীন হৈ আছে। জানিব পৰা মতে, অভিমান ভাটি নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজন বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰাই সন্ধানহীন হয়। ছাত্ৰজন সন্ধানহীন হোৱাৰ ছয়দিন হ’ল যদিও এতিয়াও তেওঁৰ কোনো শুংসূত্ৰ পোৱা নাই।

ইতিমধ্যে শিশুটিৰ মাতৃ আৰু পৰিয়ালৰ লোকে খটখটি থানাত ছাত্ৰজনৰ নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে। নিৰুদ্দিষ্ট শিশুটিৰ মাতৃ তথা পৰিয়ালৰ লোকে জনোৱা মতে, ঘটনাৰ দিনা বিয়লি প্ৰায় ৩ বজাৰ পৰা শিশুটি নিৰুদ্দেশ হোৱাত শিশুটিক বিচাৰিবলৈ আৰম্ভ কৰে। প্ৰথমে আত্মীয়ৰ ঘৰত খবৰ লয় যদিও পিছত নিৰুদ্দেশ হোৱা শিশুটিৰ সংগীৰ পৰা গম পায় যে অভিমানক স্কুলত দেখা নাপালেও সেইদিনা চুবুৰীয়া শিৱ ওৰাং (২৪)ৰ লগত তেওঁ স্কুললৈ গৈছিল।

child 1 | ASSAM TIMES POST
ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

ইফালে এই সন্দৰ্ভত নিৰুদ্দিষ্ট হোৱা শিশুটিৰ মাতৃয়ে কয় যে শিৱগ্যাৰহ যোৱা বছৰ আৰ্ছেলৈ আহিছিল শিৱৰ আত্মীয় মেকিনাক লগ কৰিবলৈ। তেওঁ হৈছে তেওঁলোকৰ ওচৰ-চুবুৰীয়া। ২৪-২৫ বছৰ বয়সৰ শিৱ আৰম্ভণিৰে পৰা অলপ শিশুসুলভ আছিল আৰু শিশুৰ লগত সময় কটায়। মাক-দেউতাকে অৰুণাচলত এৰি থৈ যোৱাৰ পিছত কিছুদিন তেজপুৰৰ ঠাকুৰবাৰীত আত্মীয়ৰ লগত থাকি নিবোকা হৈ পৰে।

ইফালে নিৰুদ্দেশ হোৱা অভিমানৰ বন্ধু-বান্ধৱীৰ মতে, সন্দেহজনক লিবা আমি ওৰাঙে সদায়েই কৈছিল যে অভিমানক য’তেই যাব তাতেই লৈ যাম। এতিয়া নিজৰ সন্তানক হেৰুৱাই বিচলিত হৈ প্ৰকাশ পৰিয়ালটোৱে অভিমানৰ কি হ’ল একো উৱাদিহ পোৱা নাই। যাৰ বাবে তেওঁলোকে আৰক্ষীৰ কাষ চাপিছে। লগতে চিন্তিত পৰিয়ালে সংবাদ মাধ্যমক আহ্বান জনাইছে যে যদি কোনোবাই শিশুটিৰ কিবা সম্ভেদ পায় তেন্তে ৪৮০১৪৯৩৯০০৫ বা ৭৬৩৫৮৫৯৩৯৮ নম্বৰত যেন যোগাযোগ কৰে।

Tags: Childmissing
Share4Tweet3Send

Related Posts

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
ADVERTISEMENT
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান
National-International

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx