ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi Rome visit । ৰোমলৈ স্বাগতম বন্ধু, কল’ছিয়ামত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি মেল’নীৰ

Staff Reporter by Staff Reporter
May 20, 2026
Reading Time: 1 min read
A A
0
PM Modi Rome visit । ৰোমলৈ স্বাগতম বন্ধু, কল’ছিয়ামত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি মেল’নীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (pM Modi Rome Visit) পাঁচখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত মঙলবাৰে ইটালীত উপস্থিত হয়। ৰোমৰ ঐতিহাসিক কল’ছিয়ামত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে মোদীক উষ্ম আদৰণি জনায়।
PM Modi Rome visit ।
কল’ছিয়ামত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি মেল’নীৰ:

কল’ছিয়ামৰ গেলেৰীত তেওঁৰ সৈতে তোলা এখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মেল’নীয়ে মোদীক ‘বন্ধু’ বুলি সম্বোধন কৰে। তেওঁৰ এক্স হেণ্ডেলত লিখিছে, “ৰোমলৈ স্বাগতম, মোৰ বন্ধু।” নৰৱে, ছুইডেন, নেদাৰলেণ্ড আৰু সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণ কৰি ভ্ৰমণৰ পঞ্চম আৰু অন্তিম লেগত ইটালীত ভৰি দিয়ে মোদীয়ে।

বৰ্তমান ভাৰত আৰু ইটালীৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট শক্তিশালী। ‘যৌথ কৌশলগত কাৰ্যপৰিকল্পনা ২০২৫-২০২৯’ অনুসৰি দুয়োখন দেশে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, স্বচ্ছ শক্তি আৰু প্ৰযুক্তিৰ দৰে একাধিক ক্ষেত্ৰত একেলগে কাম কৰি আছে।

একাধিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ২০২৫ চনত দুয়োখন দেশৰ মাজত বাণিজ্য ১৬.৭৭ বিলিয়ন ডলাৰ আছিল। ২০০০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ভাৰতত ইটালীৰ মুঠ বিনিয়োগ আছিল প্ৰায় ৩.৬৬ বিলিয়ন ডলাৰ।
এই ভ্ৰমণ সন্দৰ্ভত মোদীয়ে কয় যে তেওঁৰ মূল লক্ষ্য হৈছে ভাৰত আৰু ইটালীৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰা।

এই ভ্ৰমণৰ সময়ত তেওঁ ইটালীৰ ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলা আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ সৈতে বৈঠকত মিলিত হ’ব। জানিব পৰা মতে, ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিশ্ব খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিব।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মই ৰোমত উপস্থিত হৈছোঁ। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে মোৰ দ্বিপাক্ষিক বৈঠক হ’ব। এই ভ্ৰমণৰ সময়ত ভাৰত-ইটালীৰ সম্পৰ্কৰ লগতে ‘ভাৰত-পশ্চিম এছিয়া-ইউৰোপ অৰ্থনৈতিক কৰিড’ৰ’ৰ (আইএমইচি) ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। ইয়াৰ লগতে দুয়োখন দেশৰ যৌথ কাৰ্য্য পৰিকল্পনাও পৰ্যালোচনা কৰা হ’ব।”

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক ৰোম বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ইটালীৰ উপ-প্ৰধানমন্ত্ৰী এণ্টনিঅ’ তাজানীয়ে আদৰণি জনায়। তাত থকা প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও তেওঁ মত বিনিময় কৰে। পিছত হোটেলত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ সন্মানত শাস্ত্ৰীয় নৃত্য আৰু গীতৰ বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

Tags: উষ্ম আদৰণি মেল'নীৰকল'ছিয়ামত প্ৰধানমন্ত্ৰী মোদীকৰোমলৈ স্বাগতম বন্ধু
Share4Tweet3Send

Related Posts

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

by News Desk
May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

by News Desk
May 20, 2026
50
Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী
National-International

Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by News Desk
May 20, 2026
50
Migrant worker : ভাৰতীয় প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযানৰ বাবে অনুশোচনা টাইৱানৰ, অধিক শ্ৰমিক নিয়োগত প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ
National-International

Migrant worker : ভাৰতীয় প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযানৰ বাবে অনুশোচনা টাইৱানৰ, অধিক শ্ৰমিক নিয়োগত প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ

by News Desk
May 20, 2026
50
Modi at Rome : ‘বন্ধু’ মোদীক আদৰণি ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনীৰ
National-International

Modi at Rome : ‘বন্ধু’ মোদীক আদৰণি ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনীৰ

by News Desk
May 20, 2026
50
Fort William : ফ’ৰ্ট উইলিয়াম কৰ্মৰত সেনা বিষয়াক চিবিআইৰ গ্ৰেপ্তাৰ
National-International

Fort William : ফ’ৰ্ট উইলিয়াম কৰ্মৰত সেনা বিষয়াক চিবিআইৰ গ্ৰেপ্তাৰ

by News Desk
May 20, 2026
50
ADVERTISEMENT
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026
50
Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী
National-International

Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী

May 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx