ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

News Desk by News Desk
May 19, 2026
Reading Time: 1 min read
A A
0
WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

গৰুৰ গাখীৰত সোণ (Gold in cow’s milk) থকাৰ দাবী বা ‘দেশী গৰু আই, জাৰ্চি গৰু মাহীআই’ বুলি গোমাতাৰ ওপৰত কৰা মন্তব্যক লৈ বিতৰ্কৰ মাজতো দিলীপ ঘোষে (Dilip Ghosh) নিজৰ স্থিতিত অটল আছে। এইবাৰ মন্ত্ৰী দিলীপ ঘোষে কয় যে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাতো গৰু উপযোগী। গৰু এটাক পোহপাল দিলে উচ্চ ৰক্তচাপ (High blood pressure) হ্ৰাস পায়।

মঙলবাৰে ৰাজ্যৰ পঞ্চায়ত, পশুধন আৰু কৃষি বিপণন মন্ত্ৰীগৰাকীয়ে উত্তৰ কলকাতাৰ কংকুৰগাছিত এক চাহমেলত অংশগ্ৰহণ কৰি গৰুৰ উপকাৰিতাৰ বিষয়ে কয়, “গৰু এটাক মৰম-আদৰ কৰিলে ৰক্তচাপ হ্ৰাস পাব পাৰে।” লগতে কয়, “গৰুটোৰ ডিঙিত বা পিঠিত হাত বুলাই দিলে ৰক্তচাপ সোনকালে কমি যায়।”

কেইবছৰমান পূৰ্বে মধ্যপ্ৰদেশৰ বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা সিং ঠাকুৰেও একেই দাবী কৰিছিল। তেওঁ কৈছিল, “গৰুৰ পিছফালৰ পৰা ডিঙিলৈকে মালিচ কৰিলে ৰক্তচাপ ভাল হ’ব পাৰে।” মঙলবাৰে দিলীপ ঘোষে কয় যে গৰুৰ গোবৰৰ ৰোগ নিৰাময়ৰ শক্তিও আছে। তেওঁৰ এজন আত্মীয়ৰ উদাহৰণ দি মন্তব্য কৰে, “শৰীৰৰ ফুলা অংশত গৰুৰ গোবৰ লগোৱাৰ পিছত ৰোগটো কমি যায়।”

di | ASSAM TIMES POST
গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

উল্লেখ্য যে ২০১৯ চনত বিজেপিৰ তদানীন্তন ৰাজ্যিক সভাপতি দিলীপ ঘোষে কৈছিল যে গৰুৰ গাখীৰত সোণ থাকে। ২০১৯ চনত বুৰ্দৱানত এখন ৰাজহুৱা সভাত তেওঁ দাবী কৰিছিল যে দেশীয় গৰুৰ কুঁজত এক প্ৰকাৰৰ সোণালী দালি থাকে, যাৰ সহায়ত গৰুটোৱে সূৰ্যৰ পোহৰৰ পৰা সোণ তৈয়াৰ কৰিব পাৰে। গতিকে দেশীয় গৰুৰ গাখীৰত সোণৰ দৰে উপাদান বা হালধীয়া ৰং থাকে। তেওঁ কয় যে কৰোনাকালত গৰুৰ প্ৰস্ৰাৱ পানীৰ লগত মিহলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগে। এই সন্দৰ্ভত বহু আলোচনা আৰু বিতৰ্ক চলিছিল। কিন্তু তেওঁৰ প্ৰত্যাক্ৰমণ আছিল, “মই গৰুৰ কথা ক’লে বহুতে অস্বস্তি অনুভৱ কৰে। আচলতে গাধ এটাই কেতিয়াও গৰুৰ সাৰমৰ্ম বুজি নাপাব।” মঙলবাৰে তেওঁ কয় যে দুগ্ধ উদ্যোগৰ সৈতে জড়িত ব্যৱসায়ী আৰু গো-শালাৰ মালিকসকলৰ সৈতে বৈঠকত মিলিত হ’ব। তাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গৰুৰ গুণগত মানৰ বিষয়ে বুজাই দিয়ে।

Tags: DilipGhosh
Share4Tweet3Send

Related Posts

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

by News Desk
May 19, 2026
50
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎
National-International

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

by Staff Reporter
May 19, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

by Staff Reporter
May 19, 2026
50
Supreme Court of India : ধৰ্মান্তৰিত হ’লে কোনেও অনুসূচিত জাতিৰ স্বীকৃতি নাপায়, উচ্চতম ন্যায়ালয়
National-International

Supreme Court of India I বিচাৰ প্ৰক্ৰিয়াত বিলম্ব হ’লে জামিন পোৱাই উচিত, ওমৰ-শ্বাৰ্জিল গোচৰত নিজৰ ৰায়কে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 19, 2026
50
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য

by Staff Reporter
May 19, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

US President Trump I ইৰাণৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছতো মত সলনি ট্ৰাম্পৰ

by Staff Reporter
May 19, 2026
50
ADVERTISEMENT
WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী
National-International

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

May 19, 2026
50
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
50
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎
National-International

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

May 19, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

May 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

May 19, 2026
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

May 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx