ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India I বিচাৰ প্ৰক্ৰিয়াত বিলম্ব হ’লে জামিন পোৱাই উচিত, ওমৰ-শ্বাৰ্জিল গোচৰত নিজৰ ৰায়কে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

Staff Reporter by Staff Reporter
May 19, 2026
Reading Time: 1 min read
A A
0
Supreme Court of India : ধৰ্মান্তৰিত হ’লে কোনেও অনুসূচিত জাতিৰ স্বীকৃতি নাপায়, উচ্চতম ন্যায়ালয়

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদনৰ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court of India) দিয়া ৰায়ক সমালোচনা কৰে।

Supreme Court of India I
ওমৰ-শ্বাৰ্জিল গোচৰত নিজৰ ৰায়কে সমালোচনা উচ্চতম ন্যায়ালয়ৰ:

সোমবাৰে উচ্চতম ন্যায়ালয়ে সোঁৱৰাই দিয়ে যে জামিনো ইউএপিএ (অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন)ৰ অধীনত এক নিয়ম। ২০২১ চনৰ এটা গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা উল্লেখ কৰি ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু উজ্জ্বল ভুৱনৰ বিচাৰপীঠে সোমবাৰে কয় যে ওমৰৰ গোচৰত এই নিয়ম সঠিকভাৱে পালন কৰা হোৱা নাছিল।

চলিত বৰ্ষৰ ৫ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিল্লী সাম্প্ৰদায়িক হিংসা গোচৰৰ ইউএপিএ গোচৰৰ অভিযুক্ত ওমৰ আৰু শ্বাৰ্জিলৰ জামিন আবেদন নাকচ কৰিছিল। আনহাতে, উচচতম ন্যায়ালয়ে একেটা গোচৰৰ আন পাঁচজন অভিযুক্ত গুলফিছা ফাতিমা, মীৰাণ হাইদৰ, শ্বিফা-উৰ-ৰেহমান, মহম্মদ ছাকিল খান আৰু ছাদাব আহমেদক জামিন মঞ্জুৰ কৰিছিল।

১৬ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি অঞ্জৰিয়াকৰ বিচাৰপীঠে কৈছিল যে পৰ্যালোচনা আবেদন আৰু সংলগ্ন নথি-পত্ৰসমূহ পৰ্যালোচনা কৰাৰ পিছত বিচাৰপীঠে ২০২৬ চনৰ ৫ জানুৱাৰী তাৰিখৰ ৰায় পুনৰীক্ষণৰ কোনো উপযুক্ত ভিত্তি আৰু কাৰণ বিচাৰি পোৱা নাই। ফলত পুনৰীক্ষণ আবেদন খাৰিজ কৰা হয়।

কিন্তু সোমবাৰে ন্যায়াধীশ নাগাৰত্ন আৰু ভুৱনৰ বিচাৰপীঠে পূৰ্বৰ নিৰ্দেশক সমালোচনা কৰে। উল্লেখ্য যে ২০২১ চনত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৰায় দিছিল যে যদিহে ইউএপিএৰ অধীনত গ্ৰেপ্তাৰৰ বিচাৰ প্ৰক্ৰিয়াত যথেষ্ট পলম হয় তেন্তে অভিযুক্তক জামিন প্ৰদান কৰিব লাগে।

কিন্তু জম্মু-কাশ্মীৰৰ বাসিন্দা চৈয়দ ইফতিখাৰ আন্দ্ৰবীক এন আই এৰ তদন্তত চলি থকা ড্ৰাগছ-টেৰ’ৰ গোচৰত জামিন প্ৰদান কৰাৰ সময়ত ন্যায়াধীশ নাগাৰত্ন আৰু ভুৱনৰ বিচাৰপীঠে ওমৰৰ পুনৰীক্ষণ আবেদনত ২০২১ চনৰ ৰায় অনুসৰণ কৰা হোৱা নাছিল বুলি কয়।
দিল্লী হিংসাৰ গোচৰত ২০২০ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ আৰু শ্বাৰ্জিল।

জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ জামিন আবেদন নাকচ কৰাৰ পিছত অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কৈছিল, “দোষী সাব্যস্ত হোৱাৰ পূৰ্বে জামিন সকলোৰে অধিকাৰ। কাৰণ আমাৰ আইনখন নিৰ্দোষিতাৰ অনুমানৰ ওপৰত নিৰ্মিত। বিচাৰত দোষী সাব্যস্ত নোহোৱালৈকে প্ৰতিজন অভিযুক্ত নিৰ্দোষী। যদি কোনোবাই পাঁচৰ পৰা সাত বছৰ বিচাৰাধীন বন্দী হিচাপে জে’ল খাটে আৰু পিছত নিৰ্দোষী বুলি প্ৰমাণিত হয়, তেন্তে সেই হেৰুওৱা সময়ৰ ক্ষতিৰ পৰিমাণ পূৰণ কৰিব নোৱাৰি।”

Tags: ওমৰ-শ্বাৰ্জিল গোচৰত নিজৰ ৰায়কেজামিন পোৱাই উচিতবিচাৰ প্ৰক্ৰিয়াত বিলম্ব হ'লেসমালোচনা উচ্চতম ন্যায়ালয়ৰ
Share4Tweet3Send

Related Posts

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

by News Desk
May 19, 2026
50
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎
National-International

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

by Staff Reporter
May 19, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

by Staff Reporter
May 19, 2026
50
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য

by Staff Reporter
May 19, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

US President Trump I ইৰাণৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছতো মত সলনি ট্ৰাম্পৰ

by Staff Reporter
May 19, 2026
50
Indian Passport : ভাৰতীয় পাছপোৰ্টেৰে কিমানখন দেশ সহজে ভ্ৰমণ কৰিব পাৰিব
National-International

‎ভাৰতত নাগৰিকত্ব লাভ কৰিবলৈ বাংলাদেশীৰ বাবে পাছপোৰ্টৰ নতুন নিয়ম । ২০০৯ চনৰ বিধি সংশোধন

by Staff Reporter
May 19, 2026
50
ADVERTISEMENT
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
50
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎
National-International

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

May 19, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

May 19, 2026
50
Supreme Court of India : ধৰ্মান্তৰিত হ’লে কোনেও অনুসূচিত জাতিৰ স্বীকৃতি নাপায়, উচ্চতম ন্যায়ালয়
National-International

Supreme Court of India I বিচাৰ প্ৰক্ৰিয়াত বিলম্ব হ’লে জামিন পোৱাই উচিত, ওমৰ-শ্বাৰ্জিল গোচৰত নিজৰ ৰায়কে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

May 19, 2026
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

May 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx