ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র, ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়া দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰ

Staff Reporter by Staff Reporter
May 19, 2026
Reading Time: 1 min read
A A
0
ৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র, ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়া দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

আইঅচিডি য়ে 20 মেত আহ্বান কৰা ৰাষ্ট্ৰব্যাপি বন্ধত জিলা মিডিচিন ডীলাৰ সন্স্থাৰ সমৰ্থন, ৰাইজৰ সুবিধাৰ্থে ডিফুত 4 খন ফাৰ্মাচী খোলা হব- কামডা

Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

Narcotics seized : লাহৰিজানত ৫০ লক্ষাধিক মূল্যৰ কানি জব্দ

ৰাজ্যত সক্ৰিয় হৈ আছে বহিঃৰাজ্যৰ নাৰী আৰু যুৱতী সৰবৰাহকাৰী চক্র। ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত দুগৰাকী নাবালিকা ছাত্রীক সামাজিক মাধ্যমেৰে বন্ধুত্ব কৰি পলুৱাই নিছিল দিল্লীৰ তিনি যুৱকে।

ৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র,
ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়া দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰ:

বিদ্যালয় প্রাংগণৰ পৰা দুদিন পূর্বে নাবালিকা দুগৰাকীক দিল্লীলৈ বুলি নিয়াৰ পথত বে’লৰ পৰা আৰক্ষী আৰু জি আৰ পিৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হয়। যুৱতী দুগৰাকীক পলুৱাইনিয়া দিল্লীৰ যুৱক তিনি গৰাকী ক্রমে-মেট বিহাৰৰ ১৮ বছৰীয়া ৰমেণ কুমাৰ, বোহিত চান্দ (১৯) আৰু দিল্লীৰ মজনু কা টিলাৰ ১৮ বছৰীয়া ৰৌচন কুমাব।

চলন্ত বে’লৰ পৰা উদ্ধাৰ কৰা যুৱতী দুগৰাকীৰ সৈতে তিনি যুৱকক কালি নিশা ডিফু থানালৈ অনা হয়। উল্লেখ্য যে ক্রমে দশম আৰু দ্বাদশ শ্রেণীত পঢ়ি থকা যুৱতী দুগৰাকীক সামাজিক মাধ্যমেৰে চিনাকি হৈ যুবক তিনিজনে দিল্লীত কামৰ প্রলোভনেবে ফুচুলাই নিছিল বুলি জানিব পৰা গৈছে।

যুবতী দুগবাকী বিদ্যালয়লৈ আহিঘৰলৈ উভতি নোযোবাত অভিভাবকে ডিফু থানাত ছাত্রী দুগৰাকী নিরুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিছিল। কার্বি আংলং আৰক্ষী আৰু বঙাইগাঁও আৰক্ষীৰ লগতে জি আব পিবা তৎপৰতাত যুবতী দুগবাকী উদ্ধার হয়।

এই সন্দর্ভত জিলাখনৰ বহু কেইটা ছাত্র আৰু সামাজিক মাধ্যমে কালি ডিফু থানাত উপস্থিত থাকি আবক্ষী প্রশাসনব এই তৎপবতাৰ শলাগ লয়। ইয়াৰ লগতে সামাজিক সংগঠন কেইটাই জিলাখনৰ লগতে বাজ্যত সক্রিয় হৈ থকা এনে অসামাজিক চক্রব বিৰুদ্ধে জনতাক সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

সংগঠন কেইটাই মত পোষণ করে যে ছাত্র-ছাত্রীক কেবল বিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ প্রেৰণ কৰিয়েই অভিাবক সকলে দায়িত্ব সামবিব নালাগে। তেওঁলোকৰ ওপৰত তীক্ষ্ণ নজব বখাটো ও এতিয়া সময়ব প্রয়োজন।

Tags: ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়াদিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র
Share4Tweet3Send

Related Posts

আইঅচিডি য়ে 20 মেত আহ্বান কৰা ৰাষ্ট্ৰব্যাপি বন্ধত জিলা মিডিচিন ডীলাৰ সন্স্থাৰ সমৰ্থন, ৰাইজৰ সুবিধাৰ্থে ডিফুত 4 খন ফাৰ্মাচী খোলা হব- কামডা
KARBI ANGLONG

আইঅচিডি য়ে 20 মেত আহ্বান কৰা ৰাষ্ট্ৰব্যাপি বন্ধত জিলা মিডিচিন ডীলাৰ সন্স্থাৰ সমৰ্থন, ৰাইজৰ সুবিধাৰ্থে ডিফুত 4 খন ফাৰ্মাচী খোলা হব- কামডা

by Staff Reporter
May 19, 2026
50
Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট
KARBI ANGLONG

Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

by News Desk
May 18, 2026
50
Narcotics seized : লাহৰিজানত ৫০ লক্ষাধিক মূল্যৰ কানি জব্দ
KARBI ANGLONG

Narcotics seized : লাহৰিজানত ৫০ লক্ষাধিক মূল্যৰ কানি জব্দ

by News Desk
May 16, 2026
50
Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু
KARBI ANGLONG

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

by Staff Reporter
May 14, 2026
50
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
ADVERTISEMENT
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য

May 19, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

US President Trump I ইৰাণৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছতো মত সলনি ট্ৰাম্পৰ

May 19, 2026
50
Indian Passport : ভাৰতীয় পাছপোৰ্টেৰে কিমানখন দেশ সহজে ভ্ৰমণ কৰিব পাৰিব
National-International

‎ভাৰতত নাগৰিকত্ব লাভ কৰিবলৈ বাংলাদেশীৰ বাবে পাছপোৰ্টৰ নতুন নিয়ম । ২০০৯ চনৰ বিধি সংশোধন

May 19, 2026
50
ভাৰতক্লাউডে কন্ট্ৰলএছ হায়দৰাবাদ প্ৰতিষ্ঠানত মুকলি প্ৰথমটো এআই-প্ৰস্তুত স্বতন্ত্ৰ ক্লাউড কেন্দ্ৰ
National-International

ভাৰতক্লাউডে কন্ট্ৰলএছ হায়দৰাবাদ প্ৰতিষ্ঠানত মুকলি প্ৰথমটো এআই-প্ৰস্তুত স্বতন্ত্ৰ ক্লাউড কেন্দ্ৰ

May 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Fuel price hike I পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য

May 19, 2026
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!

US President Trump I ইৰাণৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছতো মত সলনি ট্ৰাম্পৰ

May 19, 2026
Indian Passport : ভাৰতীয় পাছপোৰ্টেৰে কিমানখন দেশ সহজে ভ্ৰমণ কৰিব পাৰিব

‎ভাৰতত নাগৰিকত্ব লাভ কৰিবলৈ বাংলাদেশীৰ বাবে পাছপোৰ্টৰ নতুন নিয়ম । ২০০৯ চনৰ বিধি সংশোধন

May 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx