ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

News Desk by News Desk
May 18, 2026
Reading Time: 1 min read
A A
0
Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Narcotics seized : লাহৰিজানত ৫০ লক্ষাধিক মূল্যৰ কানি জব্দ

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

দুগৰাকী নাবালিকাৰ (Two young girls) সৈতে অনৈতিক তথা ঘৃণনীয় কাৰ্য সংঘটিত কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ। উল্লেখযোগ্য যে খটখটীত এজন ৫৬ বছৰীয়া ব্যক্তিৰ যৌন নিৰ্যাতন (Sexual assault)ৰ বলি হয় এগৰাকী ১২ বছৰীয়া শিশু। আনহাতে, আনজন ৫৫ বছৰীয়া ব্যক্তিৰ যৌন নিৰ্যাতনৰ বলি হৈছিল এটি ৬ বছৰীয়া শিশু। দুয়ো লম্পটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, খটখটীৰ বালিজান (Balijan of Khatkhati)ত নিতেশ ৰয় নামৰ লোকজনে ঘৰত কোনো নথকাৰ সুযোগ বুজি গাঁওখনৰে ১২ বছৰীয়া শিশুটিক নিজৰ ঘৰতেই অপকৰ্ম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

ph | ASSAM TIMES POST
শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

ভুক্তভোগী শিশুটিৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, কাৰেণ্টৰ লাইন ভাল কৰিবলৈ অহা বুলি কৈ নিতেশ ৰয়ে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰত কোনো নথকাৰ সুযোগত শিশুটিক ধৰ্ষণৰ অপচেষ্টা চলায়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা খটখটী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ৫৬ বছৰীয়া নিতেশ ৰয়ক গ্ৰেপ্তাৰ কৰে।

আন এক ঘটনাত খটখটীৰ মইনাপুৰীৰ দেৱা নায়ক জৰটকবী গাঁৱৰ এগৰাকী ৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে দুয়ো অভিযুক্তক আটক কৰাৰ পিছত গ্ৰেপ্তাৰ কৰি খটখটী আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰিছে৷

Tags: MinorRapeCase
Share4Tweet3Send

Related Posts

Narcotics seized : লাহৰিজানত ৫০ লক্ষাধিক মূল্যৰ কানি জব্দ
KARBI ANGLONG

by News Desk
May 16, 2026
50
Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু
KARBI ANGLONG

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

by Staff Reporter
May 14, 2026
50
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
ADVERTISEMENT
Child marriage : নীৰৱতাই হ’ব সন্মতি : আফগানিস্তানত বাল্য বিবাহক বৈধতা প্ৰদান তালিবানৰ
National-International

Child marriage : নীৰৱতাই হ’ব সন্মতি : আফগানিস্তানত বাল্য বিবাহক বৈধতা প্ৰদান তালিবানৰ

May 18, 2026
50
Air Defense Deployment : ‎ছৌদি আৰৱত ৮,০০০ সৈন্য, যুঁজাৰু বিমানৰ এটা স্কোৱাড্ৰন আৰু এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী মোতায়েন পাকিস্তানৰ
National-International

Air Defense Deployment : ‎ছৌদি আৰৱত ৮,০০০ সৈন্য, যুঁজাৰু বিমানৰ এটা স্কোৱাড্ৰন আৰু এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী মোতায়েন পাকিস্তানৰ

May 18, 2026
50
Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট
KARBI ANGLONG

Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

May 18, 2026
50
West Bengal violence : বংগত ২০২১ চনৰ নিৰ্বাচনোত্তৰ হিংসাৰ ১৮১ নতুন এফআইআৰ আৰক্ষীৰ, খোল খালে মীমাংসা হোৱা গোচৰৰো ফাইল

Assam Times Post is an Online Assamese and English News Portal from Assam.

Child marriage : নীৰৱতাই হ’ব সন্মতি : আফগানিস্তানত বাল্য বিবাহক বৈধতা প্ৰদান তালিবানৰ

Child marriage : নীৰৱতাই হ’ব সন্মতি : আফগানিস্তানত বাল্য বিবাহক বৈধতা প্ৰদান তালিবানৰ

May 18, 2026
Air Defense Deployment : ‎ছৌদি আৰৱত ৮,০০০ সৈন্য, যুঁজাৰু বিমানৰ এটা স্কোৱাড্ৰন আৰু এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী মোতায়েন পাকিস্তানৰ

Air Defense Deployment : ‎ছৌদি আৰৱত ৮,০০০ সৈন্য, যুঁজাৰু বিমানৰ এটা স্কোৱাড্ৰন আৰু এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী মোতায়েন পাকিস্তানৰ

May 18, 2026
Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

May 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT