ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

Staff Reporter by Staff Reporter
May 14, 2026
Reading Time: 1 min read
A A
0
Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

ৰাজ্যত এতিয়াও অব্যাহত আছে হস্তী-মানুহৰ সংঘাত (Man Elephant Conflict)। এইবাৰ কাৰ্বি আংলং জিলাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এটি শিশু। জিলাখনৰ খটখটী থানাৰ অন্তৰ্গত কাৰাগাওঁ পোহৰা চকীৰ অধীনস্থ অৰুচা আদিবাসী গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা।

Man elephant conflict ।
কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু:

বনৰীয়া হাতীৰ আক্ৰমণত এটি ৩ বছৰীয়া শিশুৰ মৃত্যু হয়। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১ বজাত এটা বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি কেইবাটাও ঘৰত আক্ৰমণ কৰি ভাঙি পেলায়।

এই ঘটনাত আন দুজন লোক গুৰুতৰভাৱে আহত হয়। নিহত শিশুটি বেঙেনাবাৰীৰ জহিৰুল ইছলামৰ পুত্ৰ তানবিৰ আলম (৩) বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে কাৰাগাওঁ আৰক্ষী চকীৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Tags: কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত শিশুকাৰ্বি আংলঙত বনৰীয়া হাতীৰৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

May 14, 2026
50
ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ
National-International

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

May 14, 2026
50
Centre to ban sugar export I মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চেনিৰ ৰপ্তানি বন্ধ কৰাৰ চিন্তা কেন্দ্ৰৰ
National-International

‎যুদ্ধৰ পৰিপ্ৰেক্ষিতত চেনীৰ মূল্যত জুই লগাৰ সম্ভাৱনা ‎ ‎

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

May 14, 2026
ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

May 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx