ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

গুৱাহাটীত বিশাল ৰূপত ‘আজকল’ গীতটো মুকলিৰ পৰিকল্পনাৰ আউটষ্টেচনৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 2, 2026
Reading Time: 1 min read
A A
0
গুৱাহাটীত বিশাল ৰূপত ‘আজকল’ গীতটো মুকলিৰ পৰিকল্পনাৰ আউটষ্টেচনৰ

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

 ভাৰতৰ আগশাৰীৰ টিন পপ বয় বেণ্ড আউটষ্টেচনে অহা ৪ এপ্ৰিলত নিজৰ দ্বিতীয়টো একক গীত ‘আজ কল’ মুকলি কৰাৰ বাবে গুৱাহাটীৰ শিল্পগ্ৰামলৈ আহিব।

গুৱাহাটীত বিশাল ৰূপত ‘আজকল’ গীতটো মুকলিৰ পৰিকল্পনাৰ আউটষ্টেচনৰ
গুৱাহাটীত বিশাল ৰূপত ‘আজকল’ গীতটো মুকলিৰ পৰিকল্পনাৰ আউটষ্টেচনৰ:

বহু প্ৰত্যাশিত এই অনুষ্ঠান নিজৰ আউটষ্টেচন টু ইউৰ ষ্টেচন পপ-আপ আইপিৰ অংশ, এই অনুষ্ঠানটো মহানগৰখনৰ বছৰৰ অন্যতম বৃহৎ যুৱ সংগীত সমাৱেশ হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।

ইতিমধ্যে এই বিনামূলীয়া প্ৰৱেশৰ সুবিধা আগবঢ়োৱা অনুষ্ঠানটোৱে যথেষ্ট চৰ্চা-আগ্ৰহৰ সৃষ্টি কৰিছে, ইতিমধ্যে ১০,০০০ৰো অধিক লোকে আৰএছভিপি লাভ কৰিছে, যিয়ে অনুষ্ঠানটোৰ প্ৰতি আগ্ৰহৰ দিশটো চিহ্নিত কৰিছে।

ডিচেম্বৰ মাহত বেণ্ডটোৰ পূৰ্বৰ গুৱাহাটীৰ মেগা অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি আয়োজকসকলে বিপুল জনসমাগমৰ আশা কৰিছে, এইবেলিও একেধৰণৰ ব্যাপক দৰ্শকক আকৰ্ষণৰ প্ৰত্যাশা কৰিছে। সংগীত সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ’ব এই ধৰণৰ প্ৰথমটো লাইভ মুহূৰ্ত: ‘আজ কল’ গীতটো সমস্বৰে পৰিৱেশন। পূৰ্বে লাভ কৰা তীব্ৰ সঁহাৰিৰ বাবেই উন্মোচনৰ বাবে গুৱাহাটী মহানগৰীক বাছি লোৱা বুলি জানিবলৈ দিয়ে বেণ্ডটোৱে।

বেণ্ডটোৱে কয়, “আমি বিচাৰো যে এই অনুষ্ঠানটো জীৱনতকৈও ডাঙৰ-বিশাল হওক, ‘আজ কল’ আমাৰ বাবে অতি বিশেষ আৰু আমি চহৰখনত আমাৰ হাজাৰ হাজাৰ সংগীতানুৰাগীৰ সৈতে ইয়াক পোনপটীয়াকৈ পৰিৱেশন কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ, যিখন চহৰে আমাক ইমান মৰম দিছিল।”

৩০ মিনিটৰ এই অনুষ্ঠানটোত শেহতীয়াকৈ আত্মপ্ৰকাশ কৰা ট্ৰেক ‘তুম ছে “, পূৰ্বে পৰিৱেশন নকৰা গীত আৰু পাৰস্পৰিক কথোপকথনৰ অংশ অন্তৰ্ভুক্ত কৰা হৈছে।

বিশ্ব অভিলেখৰ প্ৰতিভা অনুসন্ধানৰ জৰিয়তে গঠন কৰা পাঁচজনীয়া দলটো গ্ৰেমী মনোনীত গীতিকাৰ সাৱন কোটেচাৰ পৰামৰ্শ আৰু একন আৰু অনুভ জৈনৰ দৰে শিল্পীৰ সান্নিধ্য লাভ কৰিছে। গুৱাহাটীৰ এই অনুষ্ঠানটোৱে যুৱপ্ৰজন্মৰ দ্বাৰা পৰিচালিত পোনপটীয়া মনোৰঞ্জনৰ কেন্দ্ৰ হিচাপে মহানগৰখনৰ বৰ্ধিত গুৰুত্ব প্ৰতিফলিত কৰিছে।

আৰম্ভণিৰ প্ৰবল চাহিদাই পপ কনচাৰ্টৰ বাণিজ্যিক সম্ভাৱনা বৃদ্ধি পোৱাৰ ইংগিত দিয়ে, ব্ৰেণ্ড আৰু আয়োজকসকলে গুৱাহাটীক জেন জেড-কেন্দ্ৰিক সংগীত অভিজ্ঞতাৰ বাবে এক মূল কেন্দ্ৰ হিচাপে ক্ৰমান্বয়ে লক্ষ্য কৰিছে।

Tags: গীতটো মুকলিৰ পৰিকল্পনাৰ আউটষ্টেচনৰগুৱাহাটীত বিশাল ৰূপত ‘আজকল’
Share4Tweet3Send

Related Posts

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

by News Desk
May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

by News Desk
May 9, 2026
50
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

by News Desk
May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx