ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

News Desk by News Desk
May 9, 2026
Reading Time: 1 min read
A A
0
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

‎তেলেংগানাৰ ৱাৰাংগল জিলাত (Warangal district of Telangana) ৮০০ বছৰ পুৰণি (800 yrs old) শিৱ মন্দিৰ ধ্বংস (Destruction of Shiva Temple) কৰাক লৈ উত্তেজনা বিয়পি পৰিছে। অভিযোগ কৰা হৈছে যে ৰাজ্য চৰকাৰে মন্দিৰটো ভাঙি এখন বিদ্যালয় নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। স্থানীয় লোকসকলে তেওঁলোকৰ ‘ঐতিহ্য ধ্বংস’ৰ অভিযোগত সৰৱ হৈ আছে। এই পৰিস্থিতিত, বিতৰ্কৰ সন্মুখীন হৈ কেন্দ্ৰই হস্তক্ষেপ কৰিছে৷ মন্দিৰটো ধ্বংস কৰাৰ পিছতে তেলেংগানাৰ এজন অধিবক্তা ৰামা ৰাওৱে ৰাষ্ট্ৰীয় স্মৃতিসৌধ প্ৰাধিকৰণৰ কাষ চাপিছিল।

তেওঁৰ অভিযোগৰ ভিত্তিত তথ্য আৰু সংস্কৃতি মন্ত্ৰালয় আৰু পুৰাতত্ত্ব বিভাগে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ৰামাই দাখিল কৰা অভিযোগত কোৱা হৈছিল যে তেলেংগানা হেৰিটেজ এক্টৰ কেইবাটাও ধাৰা উলংঘা কৰা হৈছে। মন্দিৰটো ভাঙি পেলোৱা হৈছিল আৰু পুৰাতত্ত্ব বিভাগৰ বাধ্যতামূলক অনুমোদন অবিহনে নিৰ্মাণ আৰম্ভ হৈছিল। অধিবক্তাজনে দাবী কৰিছিল যে সংশ্লিষ্ট কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰক।

shiva | ASSAM TIMES POST
তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

এই ঐতিহাসিক মন্দিৰটো খানাপুৰ মণ্ডলৰ অশোক নগৰ গাঁৱত অৱস্থিত। স্থানীয় সূত্ৰ অনুসৰি, ইয়াক কাকতীয়া যুগত গণপতি দেৱৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। অভিযোগ কৰা হৈছে যে ৰাজ্য চৰকাৰৰ বিদ্যালয় নিৰ্মাণ প্ৰকল্পৰ ভূমি সমান কৰাৰ সময়ত মন্দিৰটো ভাঙি পেলোৱা হৈছিল। ইয়াৰ পিছতে, অঞ্চলটোত ক্ষোভৰ জুই জ্বলি উঠিছিল। প্ৰতিবাদ আৰম্ভ হৈছিল। স্থানীয় বাসিন্দাসকলৰ মতে, মন্দিৰটো দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ পৰি আছিল। মেৰামতিৰ বাবে কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো সন্তোষজনক সঁহাৰি পোৱা নগ’ল। “পুৰাতত্ত্ব বিভাগৰ হস্তক্ষেপ অবিহনে এই ঐতিহাসিক মন্দিৰটো কেনেকৈ ধ্বংস কৰা হ’ল?” প্ৰতিবাদকাৰী গাওঁবাসী এজনে সুধিছিল। গোটেই বিষয়টোক লৈ এক ৰাজনৈতিক বিতৰ্কো আৰম্ভ হৈছে।

বিজেপিৰ জিলা সাধাৰণ সম্পাদক ৰাণা প্ৰতাপ ৰেড্ডীয়ে ঘটনাটোক গৰিহণা দিছে। তেওঁ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈও দাবী জনায়। তেওঁ অভিযোগ কৰে যে পুৰাতত্ত্ব বিভাগৰ অনুমতি অবিহনে মন্দিৰটো ভাঙি পেলোৱা হয়। প্ৰাক্তন বি আৰ এছ এমএলএ পেড্ডি সুদৰ্শন ৰেড্ডীয়েও ৰাজ্য চৰকাৰক সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰে যে কৰ্তৃপক্ষই উন্নয়নৰ নামত তেলেংগানাৰ ঐতিহ্যক উপেক্ষা কৰি আছিল। জিলা দণ্ডাধীশ সত্য শাৰদা আৰু নৰচমপেটৰ বিধায়ক দোন্থি মাধৱ ৰেড্ডীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মাধৱে কয়, “এই মাটিখিনি এখন বিদ্যালয় নিৰ্মাণৰ বাবে উপযুক্ত। সেইবাবেই ভূমি বাছনি কৰা হৈছিল। কিন্তু জৰীপৰ সময়ত বিষয়াসকলে মন্দিৰটো লক্ষ্য কৰা নাছিল। তেওঁ আশ্বাস দিছিল যে শিৱ মন্দিৰটো সঠিক স্থানত পুনৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰিও বিদ্যালয়খন নিৰ্মাণ কৰা হ’ব।

Tags: Shivatemple
Share4Tweet3Send

Related Posts

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

by News Desk
May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

by News Desk
May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

by Staff Reporter
May 9, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx