ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Digital Census I ভাৰতত আৰম্ভ ডিজিটেল লোকপিয়ল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 1, 2026
Reading Time: 1 min read
A A
0
Digital Census I ভাৰতত আৰম্ভ ডিজিটেল লোকপিয়ল

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

ভাৰতত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ লোকপিয়ল (Digital Census) । ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াটো দেশৰ ১৬ সংখ্যক লোকপিয়ল আৰু স্বাধীনতাৰ পিছত অষ্টমটো। এইবাৰৰ বিশেষ বৈশিষ্ট্য হ’ল যে প্ৰথমবাৰৰ বাবে এই লোকপিয়ল সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে হ’ব। লগতে স্ব-পঞ্জীয়নৰো সুবিধা কৰা হৈছে।

Digital Census I
ভাৰতত আৰম্ভ ডিজিটেল লোকপিয়ল:

প্ৰথম পৰ্যায়ত অৰ্থাৎ ঘৰৰ তালিকা পৰ্যায়ত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে তথ্য সংগ্ৰহ কৰা হ’ব। পূৰ্বে য’ত কাগজ-কলমৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হৈছিল, এতিয়া গণনাকাৰীসকলে স্মাৰ্টফোনত বিশেষ মোবাইল এপ ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰি জমা দিব। লগতে সাধাৰণ মানুহে ইচ্ছা কৰিলে অনলাইনযোগে নিজৰ তথ্য জমা দিব পাৰে।

১৬টা ভাষাত (হিন্দী আৰু ইংৰাজীকে ধৰি) উপলব্ধ স্ব-পঞ্জীয়ন পৰ্টেলৰ জৰিয়তে নাগৰিকে নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি পৰিয়ালৰ সবিশেষ পূৰণ কৰিব পাৰিব। তথ্য জমা দিয়াৰ পিছত একক আইডি লাভ কৰিব, যিটো পিছত গণনাকাৰীক দেখুৱাব লাগিব।

প্ৰথম পৰ্যায়ত কি তথ্য সংগ্ৰহ কৰা হ’ব
এই পৰ্যায়ত ঘৰৰ অৱস্থা, পৰিয়ালৰ সা-সুবিধা আৰু সম্পত্তিৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰা হ’ব।

যেনে- ঘৰৰ নিৰ্মাণ সামগ্ৰী, পৰিয়ালৰ সদস্যৰ সংখ্যা, ঘৰৰ মালিকীস্বত্ব, খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ, ৰন্ধন ইন্ধন ইত্যাদি ইয়াৰ উপৰি পৰিয়ালটোৰ গাড়ী, মোবাইল, ইণ্টাৰনেট সেৱা আছেনে নাই সেয়াও জানিব পৰা যাব। ইতিমধ্যে চৰকাৰে ২০২৬ চনৰ জানুৱাৰী মাহত এই পৰ্যায়ৰ প্ৰশ্নাৱলী নিৰ্ধাৰণ কৰিছে।

ৰাজ্যভিত্তিক সময়সূচী
বিভিন্ন ৰাজ্যত পৰ্যায়ক্ৰমে কৰা হ’ব লোকপিয়ল। ১৬ এপ্ৰিলৰ পৰা ১৫ মে’লৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দিল্লী, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, ওড়িশা আৰু ছিকিমত ঘৰৰ তালিকা কৰাৰ পূৰ্বে ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ স্ব-পঞ্জীয়ন কৰা হ’ব।

আনহাতে, ১ মে’ৰ পৰা ৩০ মে’লৈ মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ অৰুণাচল প্ৰদেশত এই প্ৰক্ৰিয়া কৰা হ’ব। চণ্ডীগড়, ছত্তীগড় আৰু হাৰিয়ানাত ১৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ স্ব-পঞ্জীয়ন হ’ব।

দ্বিতীয় পৰ্যায় আৰু গুৰুত্বপূৰ্ণ তাৰিখ
লোপিয়লৰ দ্বিতীয় পৰ্যায়ৰ কাম ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব। কিন্তু বৰফেৰে আবৃত অঞ্চল যেনে লাডাখ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত এই কাম আৰম্ভ হ’ব ২০২৬ চনৰ ছেপ্টেম্বৰৰ পৰা।

পিয়লৰ বাবে ৰেফাৰেন্স তাৰিখ ১ মাৰ্চ, ২০২৭ৰ মাজনিশা ১২ বজা হিচাপে নিৰ্ধাৰণ কৰা হৈছে। তুষাৰ প্ৰৱল অঞ্চলৰ বাবে এই তাৰিখ ১ অক্টোবৰ ২০২৬। দ্বিতীয় পৰ্যায়ত জাতিগত তথ্যও অন্তৰ্ভুক্ত কৰা হ’ব।

ব্যাপক সংগঠন আৰু ব্যয়
এই বৃহৎ কাৰ্যত ৩০ লাখৰো অধিক গণনাকাৰী, তত্ত্বাৱধায়ক আৰু বিষয়া জড়িত হ’ব। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ বাবে ১১,৭১৮.২৪ কোটি টকা আবণ্টন দিছে, যিটো প্ৰযুক্তি, প্ৰশিক্ষণ আৰু অন্যান্য সামগ্ৰীত ব্যয় কৰা হ’ব।

ভাৰতৰ লোকপিয়লে ডিজিটেল সঁজুলি, বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু স্ব-পঞ্জীয়নৰ সংযোজনেৰে এক নতুন যুগৰ সূচনা কৰিলে। কিন্তু ইয়াৰ বিশালতা আৰু জটিলতা আগৰ দৰেই প্ৰত্যাহ্বানমূলক হৈয়েই আছে।

Tags: ভাৰতত আৰম্ভ ডিজিটেল লোকপিয়ল
Share4Tweet3Send

Related Posts

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

by News Desk
May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

by News Desk
May 9, 2026
50
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

by News Desk
May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx