ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs recovered : খটখটীত ড্ৰাগছসহ এজন যুৱকক আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:

News Desk by News Desk
March 31, 2026
Reading Time: 1 min read
A A
0
Drugs recovered : খটখটীত ড্ৰাগছসহ এজন যুৱকক আটক

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

New Logo Smal 4 | ASSAM TIMES POST

কাৰ্বি আংলঙৰ খটখটী (Khatkhati of Karbi Anglong) থানাৰ অন্তৰ্গত টিলাবস্তিৰ শান্তিগাঁৱত ড্ৰাগছসহ এজন যুৱকক আটক (Youth arrested with drugs)। খটখটীয়ে আৰক্ষীয়ে নাকা তালাচী চলোৱাৰ সময়ত মঙলবাৰে দুপৰীয়া সন্দেহযুক্ত ড্ৰাগছসহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত খটখটী থানাৰ আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত এই অভিযান চলোৱা হয়। তেওঁৰ সৈতে উপ-পৰিদৰ্শক দেৱাশিস বৰা, অমৰজ্যোতি গগৈ আৰু প্ৰিয়ংক বৰদলৈ আৰু থানাৰ আৰক্ষীৰ দলে নাকা তালাচী চলাই থকাৰ সময়তে এজন যুৱক সন্দেহজনকভাৱে খোজকাঢ়ি গৈ থকা অৱস্থাত ধৰা পৰে।

drugs | ASSAM TIMES POST
খটখটীত ড্ৰাগছসহ এজন যুৱকক আটক

পিছত আৰক্ষীয়ে যুৱকজনক তালাচী চলোৱাত তেওঁৰ বেগৰ ভিতৰত লুকুৱাই অনা প্ৰায় ২৪টা কণ্টেইনাৰৰ মাজত ৫.৯১ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ (Drug seizure) কৰে। উদ্ধাৰ হোৱা এই ড্ৰাগছখিনি হেৰ’ইন বুলি সন্দেহ কৰা হৈছে। আটক কৰা যুৱকজন গোলাঘাট জিলাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ৩নং ৰাজাপুখুৰীৰ আব্দুল জলিলৰ পুত্ৰ মহম্মদ আব্দুল কালাম (২১) বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে খটখটী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Drugsrecovered
Share4Tweet3Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

October 8, 2026
50
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
50
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026
50
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

October 8, 2026
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d