ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PDS Kerosine : মধ্যবিত্ত শ্ৰেণীলৈ পুনৰ ঘূৰি আহিছে কেৰাচিন, মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ

নিউজ ডেস্কঃ

News Desk by News Desk
March 30, 2026
Reading Time: 1 min read
A A
0
PDS Kerosine : মধ্যবিত্ত শ্ৰেণীলৈ পুনৰ ঘূৰি আহিছে কেৰাচিন, মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

ইৰাণ যুদ্ধৰ বাবে বিশ্ব বজাৰ অস্থিৰ হৈ পৰিছে। ইন্ধনৰ নাটনি পৰিস্থিতিত দেশৰ সাধাৰণ মানুহক জীয়াই ৰখাৰ বাবে মোদী চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ২৯ মাৰ্চ, দেওবাৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক বিশেষ নিৰ্দেশনাৰ জৰিয়তে দেশজুৰি জৰুৰীকালীন ভিত্তিত কেৰাচিন বিতৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে। আনকি কেৰাচিনৰ যোগান (Supply of kerosene) বন্ধ হোৱা ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলতো এই ইন্ধন (Fuel) অহা ৬০ দিনলৈ বিশেষ ব্যৱস্থাৰ (Special arrangement for 60 days) অধীনত উপলব্ধ হ’ব। মূলতঃ ৰন্ধন ইন্ধনৰ যোগান নিশ্চিত কৰিবলৈ কেৰাচিন সংৰক্ষণ আৰু বিক্ৰীৰ নিয়মত অস্থায়ী শিথিলতা দিয়া হৈছে

নতুন নিয়ম অনুসৰি প্ৰতিখন জিলাত সৰ্বাধিক দুটা পেট্ৰ’ল পাম্পত কেৰাচিন বিক্ৰী কৰিব পাৰিব। এটা ডিপোত সৰ্বাধিক ৫০০০ লিটাৰ কেৰাচিন জমা কৰিব পাৰিব। ইয়াৰ বাবে তেল কোম্পানীসমূহৰ নিজা পাম্পক অগ্ৰাধিকাৰ দিয়া হ’ব। দ্ৰুত পৰিবহণৰ স্বাৰ্থত ট্ৰাক বা টেংকাৰৰ অনুজ্ঞাপত্ৰৰ সৈতে জড়িত কিছুমান নিয়ম শিথিল কৰা হৈছে। কেন্দ্ৰই কেন্দ্ৰীয় সংস্থা পেশ্ব’ৰ পৰামৰ্শ অনুসৰি ১৯৩৪ চনৰ পেট্ৰ’লিয়াম আইনখনৰ বিশেষ ধাৰা প্ৰয়োগ কৰি এই ৰেহাই দিছে।

kero1 | ASSAM TIMES POST
মধ্যবিত্ত শ্ৰেণীলৈ পুনৰ ঘূৰি আহিছে কেৰাচিন, মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ

বিগত কেইটামান বছৰত চৰকাৰে দিল্লী, হাৰিয়ানা, পঞ্জাব, উত্তৰ প্ৰদেশ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, গোৱা আদি ২১ খন ৰাজ্যলৈ কেৰাচিন যোগান বন্ধ কৰি দিছিল। কিন্তু বৰ্তমানৰ পৰিস্থিতিত কেন্দ্ৰই এই ৰাজ্যসমূহলৈ পুনৰ কেৰাচিন প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। এই তালিকাত জম্মু-কাশ্মীৰ, লাডাখ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জও অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, অনুজ্ঞাপত্ৰৰ নিয়ম শিথিল হ’লেও সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব বুলি কেন্দ্ৰই স্পষ্ট কৰি দিছে।

নিৰ্দেশনাত উল্লেখ আছে :

  • কেৰাচিন সংৰক্ষণ আৰু বিক্ৰীৰ প্ৰতিটো হিচাপ সঠিকভাৱে ৰাখিব লাগিব।
  • জিলা প্ৰশাসন আৰু বিশেষজ্ঞ বিষয়াসকলে যিকোনো সময়তে পাম্পটোলৈ গৈ তালাচী চলাব পাৰে।
  • এই কেৰাচিন কেৱল ৰন্ধা-বঢ়া আৰু পোহৰৰ কামতহে ব্যৱহাৰ কৰিব পাৰিব।

উল্লেখ্য যে ইৰাণ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে তেলৰ মূল্য আকাশলংঘী হৈছে। ইতিমধ্যে চৰকাৰে পেট্ৰ’ল-ডিজেলৰ কৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ দিয়াৰ চেষ্টা কৰিছে। ইয়াৰ বাবে ৰাজকোষৰ বৃহৎ লোকচান হোৱাৰ পাছতো চৰকাৰ পিছুৱাই যোৱা নাই। কিন্তু যুদ্ধ কিমান দূৰলৈ যাব তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। যদিহে গেছ চিলিণ্ডাৰৰ যোগান কমি যায় বা দাম সাধাৰণ মানুহৰ হাতৰ মুঠিৰ বাহিৰলৈ যায়, তেন্তে বিকল্প হিচাপে কেৰাচিন একমাত্ৰ আশা। সেয়েহে ডিপোৰ জৰিয়তে আগতীয়াকৈ কেৰাচিন যোগান ধৰাৰ এই বিশেষ পৰিকল্পনা। জানিব পৰা মতে, আগন্তুক দুমাহলৈ এনেদৰে চলি থাকিব। তেনে ক্ষেত্ৰত বৰ্তমান কেৰাচিন মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ ‘জীৱনৰেখা’ হ’বলৈ গৈ আছে।

Tags: Kerosine
Share4Tweet3Send

Related Posts

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

by News Desk
May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

by News Desk
May 9, 2026
50
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

by News Desk
May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx