ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran war I তেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস, কমিব নেকি পেট্ৰল-ডিজেলৰ মূল্য?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 27, 2026
Reading Time: 1 min read
A A
0
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ (Iran War) আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ পিছত পেট্ৰ’লৰ আবকাৰী শুল্ক ১৩ টকাৰ পৰা ৩ টকালৈ হ্ৰাস কৰা হৈছে আৰু ডিজেলৰ ক্ষেত্ৰত শূন্যলৈ নামি আহিছে।

Iran war I
কমিব নেকি পেট্ৰল-ডিজেলৰ মূল্য?:

এতিয়া প্ৰশ্ন উত্থাপন হয়, ইয়াৰ ফলত পেট্ৰ’ল-ডিজেলৰ দাম কমি আহিব পাৰে নেকি? কিন্তু বিভিন্ন সূত্ৰৰ মতে, আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্তই সাধাৰণ মানুহক প্ৰত্যক্ষভাৱে লাভৱান কৰাৰ সম্ভাৱনা নাই। এই সিদ্ধান্ত দেশৰ তেল বিপণন কোম্পানীসমূহৰ (OMC) লোকচান হ্ৰাস কৰাৰ বাবেহে গ্ৰহণ কৰা হৈছে। ফলত চৰকাৰেও ৰাজহ হেৰুৱাব।

ভাৰতীয় কোম্পানীয়ে বিশ্বৰ বিভিন্ন দেশৰ পৰা আমদানি কৰা খাৰুৱা তেলৰ ওপৰত চৰকাৰে আবকাৰী শুল্ক আৰোপ কৰে। যোৱা বছৰ মোদী চৰকাৰে সেই শুল্ক বৃদ্ধি কৰিছিল। যুদ্ধৰ পৰিস্থিতিত বিশ্ব বজাৰত প্ৰতি বেৰেলত তেলৰ দাম বহু পৰিমাণে বৃদ্ধি পাইছে।

কিন্তু ভাৰতীয় বজাৰত এতিয়ালৈকে নিয়মীয়া পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাই। ফলত ভাৰতীয় কোম্পানীসমূহে বহু লোকচানৰ সন্মুখীন হৈছে। সূত্ৰ মতে, লোকচানৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

বহুতৰে মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধিৰ লগে লগে সামঞ্জস্য বজাই ৰাখিবলৈ কেন্দ্ৰই পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰিছে। বিশ্বৰ বজাৰত তেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ ভাৰততো পৰিব বুলি আশংকা কৰা হৈছিল। কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছত ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা সম্প্ৰতি কম বুলি বহুতে বিশ্বাস কৰে।

কিয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰাৰ পথ ল’লে? কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে পৰিৱৰ্তিত পৰিস্থিতিত চৰকাৰৰ বাবে দুটা বিকল্প মুকলি আছে। এটা, আন দেশৰ দৰে ভাৰততো পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰা। আৰু দ্বিতীয়টো, আৰ্থিক লোকচান গ্ৰহণ কৰি মূল্যবৃদ্ধিৰ পৰা দেশবাসীক ৰক্ষা কৰা। পুৰীয়ে কয় যে মোদী চৰকাৰে দ্বিতীয় বিকল্পটো বাছি লৈছে।

২৮ ফেব্ৰুৱাৰীত ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণ আৰু তেহৰানে প্ৰতিশোধ লোৱাৰ পূৰ্বে ভাৰতৰ খাৰুৱা তেল আমদানিৰ আধাতকৈ অধিক পশ্চিম এছিয়াৰ চৌদি আৰব আৰু ইউ এ ইৰ দৰে দেশৰ পৰা আহিছিল। কিন্তু আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে কাৰ্যকৰীভাৱে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়ে।

লগতে সকীয়াই দিয়া হৈছে যে কোনো মালবাহী জাহাজ এই প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ দিয়া নহ’ব। তেহৰানে লগতে সকীয়াই দিয়ে যে যদি কোনোবাই আগবাঢ়ি যাবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ পৰিণতি ‘বিপৰ্যয়জনক’ হ’ব। কিছুমান জাহাজত আক্ৰমণো কৰা হয়। অৱশ্যে এতিয়া পৰিস্থিতি কিছু সলনি হৈছে।

ইৰাণে কিছুমান দেশৰ জাহাজক পাৰ হ’বলৈ ‘অনুমতি’ দিছে। ভাৰতৰ কিছুমান জাহাজো সেই তালিকাত আছে।
অৱশ্যে উৎকণ্ঠা নোহোৱা হৈ যোৱা নাই। ইয়াৰ মাজতে মোদী চৰকাৰে বাৰে বাৰে আশ্বাস দি আহিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ তেল আৰু গেছৰ মজুত আছে।

ভাৰতত কিমান দিনৰ তেল আৰু গেছৰ মজুত আছে তাৰ পৰিসংখ্যাও দিছে কেন্দ্ৰই। পেট্ৰ’লিয়াম মন্ত্ৰালয়ে জনাইছে যে দেশৰ খাৰুৱা তেলৰ ভাণ্ডাৰে ৬০ দিনৰ বাবে চাহিদা পূৰণ কৰিব পাৰিব। এই সময়ছোৱাত বিশ্বত বৃহৎ সংকট আহিলেও তেলৰ যোগানত ব্যাঘাত নপৰে বুলি আশ্বাস দিয়া হৈছে।

আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশৰ গেছ কঢ়িওৱা জাহাজ অতি সোনকালে ভাৰতৰ বন্দৰত প্ৰৱেশ কৰিব বুলিও জনোৱা হৈছে। ইতিমধ্যে ৮ লাখ মেট্ৰিক টন গেছ আমদানি নিশ্চিত কৰা হৈছে। তেনে ক্ষেত্ৰত এমাহৰ পাছত গেছৰ সংকটো নাথাকিব।

Tags: কমিব নেকি পেট্ৰল-ডিজেলৰ মূল্য?তেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত১০ টকাকৈ হ্ৰাস
Share4Tweet3Send

Related Posts

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

by News Desk
May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

by News Desk
May 9, 2026
50
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

by News Desk
May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx