ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Oil crisis : দেশত মাত্ৰ প্ৰায় ৯ দিনৰ চাহিদা পূৰণ কৰিবলৈ তেল আছে, জনালে মোদী চৰকাৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 25, 2026
Reading Time: 1 min read
A A
0
Oil crisis : দেশত মাত্ৰ প্ৰায় ৯ দিনৰ চাহিদা পূৰণ কৰিবলৈ তেল আছে, জনালে মোদী চৰকাৰৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

সংকটৰ সময়ত দেশত চাহিদা পূৰণৰ বাবে মাত্ৰ চাৰে ৯ দিন (9 days)ৰ খাৰুৱা তেলৰ মজুত (Croude Oil reserve) আছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে (Ministry of Petroleum) আৰ টি আইৰ প্ৰত্যুত্তৰত এইদৰে কয়। ইৰাণ-ইজৰাইল-আমেৰিকা যুদ্ধই বিশ্বৰ তেল যোগানত ব্যাঘাত জন্মাইছে। বন্ধ হৈ আছে হৰমুজ প্ৰণালী। ভাৰতো ক্ষতিগ্ৰস্ত হৈছে। যোৱা কেইদিনমানত এটা প্ৰশ্নই সকলোকে চিন্তিত কৰি তুলিছে যে ভাৰতত কিমান দিনৰ তেলৰ মজুত আছে।

ইণ্ডিয়া টুডেৰ আৰ টি আইৰ প্ৰশ্নৰ উত্তৰত পোৱা উত্তৰ অনুসৰি, ভাৰতৰ কৌশলগত খাৰুৱা তেলৰ ভাণ্ডাৰে সম্পূৰ্ণ ক্ষমতাত মাত্ৰ ৯.৫ দিনৰ বাবে চাহিদা পূৰণ কৰিব পাৰে, কিন্তু বৰ্তমানৰ মজুতৰ স্তৰৰ পৰা অনুমান কৰিব পাৰি যে প্ৰকৃত মজুত ইয়াতকৈ যথেষ্ট কম।

সোমবাৰে ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি, ভাৰতত বৰ্তমান প্ৰায় ৩৩.৭২ লাখ মেট্ৰিক টন খাৰুৱা তেলৰ মজুত আছে। যিটো মুঠ ৫৩.৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ প্ৰায় ৬৪%। অৰ্থাৎ দেশৰ বৰ্তমানৰ তেলৰ মজুত ৯.৫ দিনতকৈ বহু কম।

oil1 1 | ASSAM TIMES POST
প্ৰায় ৯ দিনৰ চাহিদা পূৰণ কৰিবলৈ তেল আছে, জনালে মোদী চৰকাৰৰ

কৌশলগত তেলৰ মজুত হৈছে চৰকাৰৰ জৰুৰীকালীন খাৰুৱা তেলৰ মজুত। যোগানৰ ব্যাঘাত বা হঠাৎ মূল্যবৃদ্ধিৰ পৰা দেশক ৰক্ষা কৰিবলৈ ইয়াক গঠন কৰা হৈছে। সংঘাত বা যোগান সংকটৰ সময়ত জটিল অঞ্চললৈ ইন্ধনৰ যোগানৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়। এই সময়ত ক্ষমতা আৰু প্ৰকৃত মজুতৰ মাজৰ ব্যৱধান যথেষ্ট উল্লেখযোগ্য। পশ্চিম এছিয়াত উত্তেজনাই বিশ্ব শক্তি বজাৰত অস্থিৰতাৰ সৃষ্টি কৰিছে। ভাৰতৰ খাৰুৱা তেল আমদানিৰ এক উল্লেখযোগ্য অংশ এই অঞ্চলৰ পৰা আহে।

আৰ টি আইৰ উত্তৰত কোৱা হৈছে যে ২০০৪ চনৰ ৭ জানুৱাৰীত ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভ (এছ পি আৰ) কাৰ্যসূচীত অনুমোদন জনোৱা হৈছিল আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ ২০০৪ চনৰ ১৬ জুনত ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভ লিমিটেড (আই এছ পি আৰ এল) প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতত তিনিটা খাৰুৱা তেল সংৰক্ষণৰ সুবিধা আছে। বিশাখাপট্টনমত এটা (১৩.৩ লাখ মেট্ৰিক টন), দ্বিতীয়টো মাংগালুৰুত (১৫ লাখ মেট্ৰিক টন) আৰু তৃতীয়টো পাদুৰত (২৫ লাখ মেট্ৰিক টন)।

আৰ টি আইত লগতে কোৱা হৈছে যে কেন্দ্ৰই ২০২১ চনৰ জুলাই মাহত এছ পি আৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছিল। অতিৰিক্ত দুটা কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। তাৰে এটা ওড়িশাৰ চণ্ডীখোলত ৪০ লাখ মেট্ৰিক টন ক্ষমতাৰে আৰু আনটো কৰ্ণাটকৰ পাদুৰত অতিৰিক্ত ২৫ লাখ মেট্ৰিক টনৰ ক্ষমতাৰে। এই দুটা কেন্দ্ৰ নিৰ্মাণৰ পিছত দেশত অতিৰিক্ত ৬৫ লাখ মেট্ৰিক টন তেল মজুত কৰিব পৰা যাব।

এইবোৰ যদিও ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত প্ৰস্তাৱিত, এতিয়াও কাৰ্যক্ষম হোৱা নাই। প্ৰকল্পসমূহ এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু বৰ্তমানৰ মজুত সম্পূৰ্ণৰূপে পূৰণ নোহোৱাৰ বাবে ভাৰতৰ কৌশলগত তেলৰ মজুতক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Tags: Oilcrisis
Share4Tweet3Send

Related Posts

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

by News Desk
May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

by News Desk
May 9, 2026
50
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

by News Desk
May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx