ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PNG : সুবিধা থকাৰ পিছতো পি এন জি ব্যৱহাৰ নকৰিলে ৩ মাহৰ ভিতৰত এল পি জি বন্ধ কৰা হ’ব, নতুন নিৰ্দেশনা কেন্দ্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 25, 2026
Reading Time: 1 min read
A A
0
PNG : সুবিধা থকাৰ পিছতো পি এন জি ব্যৱহাৰ নকৰিলে ৩ মাহৰ ভিতৰত এল পি জি বন্ধ কৰা হ’ব, নতুন নিৰ্দেশনা কেন্দ্ৰৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

সুবিধা থকাৰ পিছতো যদি কোনোৱে পাইপলাইন গেছ (Pipe gas) বা পি এন জি (PNG) নলয়, তেন্তে তিনিমাহৰ ভিতৰত বন্ধ কৰি দিয়া হ’ব। নতুন নিৰ্দেশিকাত এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে। পশ্চিম-এছিয়াৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে ভাৰতত ৰন্ধন গেছৰ যোগানক লৈ উদ্বেগ সৃষ্টি হৈছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত গেছ উপলব্ধ নহয় বুলি বহুতে অভিযোগ উত্থাপন কৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰই ৰন্ধা-বঢ়াৰ বাবে পাইপ গেছ বা পি এন জি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে। পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ বিশেষ সচিব সুজাতা শৰ্মাই পি এন জিৰ গ্ৰাহক হ’বলৈ কেইবাবাৰো অনুৰোধ জনাইছে। কিন্তু দেশৰ এক বৃহৎ অংশত এল পি জি ব্যৱহাৰ কৰা হয়। পি এন জি এতিয়াও ইমান সাধাৰণ নহয়। তাৰ বাবে এইবাৰ কেন্দ্ৰ কঠোৰ হৈছে। পি এন জি বাধ্যতামূলক কৰা হৈছে।

সকলোতে পি এন জিৰ যোগান আৰম্ভ কৰাটো এতিয়াও সম্ভৱ হোৱা নাই। কোনো কোনো ঠাইত কাৰিকৰী বাধাৰ সৃষ্টি হৈছে। কেন্দ্ৰৰ নতুন গাইডলাইনত কোৱা হৈছে যে য’ত পি এন জি ব্যৱহাৰ কৰাৰ সুবিধা আছে, সেই সকলো ঘৰতে এল পি জিৰ সলনি ইয়াক ব্যৱহাৰ কৰিব লাগে। যিসকলে সুযোগ পায়ো তেনে নকৰে তেওঁলোকৰ এল পি জি সংযোগ তিনিমাহৰ ভিতৰত বিচ্ছিন্ন হ’ব। কেন্দ্ৰই দেশৰ মুঠ এল পি জি চাহিদাৰ ৬০ শতাংশ বাহিৰৰ পৰা আমদানি কৰে। কিন্তু পি এন জি সেৱা আমদানি কৰাৰ প্ৰয়োজন নাই। কাৰণ এই পাইপ গেছ দেশত উৎপাদিত হয়। বহু উৎসৰ পৰা পোৱা যায়। ইয়াক এল পি জিৰ সুবিধাজনক বিকল্প বুলি দাবী কৰিছে চৰকাৰে।

gas1 1 | ASSAM TIMES POST
পি এন জি ব্যৱহাৰ নকৰিলে ৩ মাহৰ ভিতৰত এল পি জি বন্ধ কৰা হ’ব, নতুন নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰ’লিয়াম মন্ত্ৰালয়ে ২৪ মাৰ্চ, মঙলবাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত ‘প্ৰাকৃতিক গেছ আৰু পেট্ৰ’লিয়াম সামগ্ৰী বিতৰণ নিৰ্দেশনা, ২০২৬’ জাৰি কৰিছে। ইয়াৰ লক্ষ্য হৈছে দেশত পি এন জিৰ আন্তঃগাঁথনি ত্বৰান্বিত কৰা, পি এন জিৰ অনুমোদন প্ৰক্ৰিয়া সৰল কৰা আৰু জনসাধাৰণক এল পি জিৰ পৰা পি এন জিলৈ ৰূপান্তৰিত কৰিবলৈ উৎসাহিত কৰা। চৰকাৰে দেশৰ বাকী অংশত পি এন জি প্ৰৱৰ্তন কৰিব বিচাৰিছে, একে সময়তে যিবোৰ অংশত পি এন জি সেৱা কাৰিকৰীভাৱে সম্ভৱ নহয়, সেইবোৰ অংশত এল পি জিৰ যোগান সীমিত কৰিব বিচাৰিছে। তেল সচিব নীৰজ মিট্টালৰ মতে, পি এন জিৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে ‘এটা সংকটক সুযোগলৈ ৰূপান্তৰিত’ কৰিছে।

পি এন জি গাইডলাইন শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিবলৈ চৰকাৰে অনুৰোধ জনাইছে। ইয়াৰ উপৰি নিৰ্দিষ্ট পৰিমাণৰ ক্ৰয়ৰ ওপৰত অতিৰিক্ত মাচুল আৰোপ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ঘৰৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই তিনিদিনৰ ভিতৰত পি এন জিৰ অনুমতি প্ৰদান কৰি ৪৮ ঘণ্টাৰ ভিতৰত সেৱা আগবঢ়াব লাগিব। কোনো আবেদন নাকচ কৰিব নোৱাৰিব। তদুপৰি অনুমোদিত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত চাৰি মাহৰ ভিতৰত গেছ পাইপ স্থাপনৰ কাম আৰম্ভ কৰিব লাগিব। অন্যথা শাস্তি প্ৰদান কৰা হ’ব বুলিও কেন্দ্ৰই প্ৰকাশ কৰিছে। কাৰিকৰী সমস্যাৰ ক্ষেত্ৰত এল পি জি ব্যৱহাৰৰ বাবে অনুমতিৰ প্ৰমাণপত্ৰ বা এন অ’ চি দেখুৱাব লাগিব।

Tags: PNG
Share4Tweet3Send

Related Posts

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

by News Desk
May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

by News Desk
May 9, 2026
50
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

by News Desk
May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx