ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 10, 2026
Reading Time: 1 min read
A A
0
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

RELATED POSTS

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

New Logo Smal 1 | ASSAM TIMES POST

দেশলৈ বিশ্বকাপ অনাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোক পুৰস্কাৰেৰে উপচাই দিছে বিচিচিআয়ে (BCCI)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলটো (T-20 Team)ৰ বাবে ১৩১ কোটি টকা (131 crore rupees)ৰ পুৰস্কাৰ ঘোষণা (Award Announcement) কৰিছে।

এই পুৰস্কাৰ দুবছৰ পূৰ্বে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে টি-২০ বিশ্বকাপ জয় কৰাতকৈ বহু বেছি। সেইবাৰ পাইছিল ১২৫ কোটি টকা। এইবাৰ আৰু ৬ কোটি টকা বেছি দিয়া হৈছে।

cri1 | ASSAM TIMES POST
বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

২০০৭ চনত যেতিয়া মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত প্ৰথম টি-২০ বিশ্বকাপ জয় কৰিছিল তেতিয়া ব’ৰ্ডৰ পুৰস্কাৰ আছিল ২ কোটি টকা। ২০১১ চনত ধোনীৰ নেতৃত্বত ভাৰতে এদিনীয়া বিশ্বকাপ জয় কৰিছিল। তেতিয়াও ব’ৰ্ডে দলটোক ২ কোটি টকা দিছিল। ইয়াৰ পিছত ২০২৪ চনত বিচিচিআয়ে ১২৫ কোটি আৰু এইবাৰ ১৩১ কোটি টকা দিছে। মহিলাৰ এদিনীয়া বিশ্বকাপ জয়ৰ বাবে হৰমনপ্ৰীত কৌৰৰ দলে লাভ কৰে ৫১ কোটি টকা।

উল্লেখ্য যে দেওবাৰে আহমেদাবাদত অনুষ্ঠিত টি-২০ বিশ্বকাপত তৃতীয়বাৰৰ বাবে জয়লাভ কৰি ইতিহাস সৃষ্টি কৰে সূৰ্য বাহিনীয়ে। লগতে একেৰাহে দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়। মঙলবাৰে বিচিচিআয়ে এক বিবৃতিত কয়, “ব’ৰ্ডে এই ঐতিহাসিক জয়ৰ বাবে খেলুৱৈ, সহায়ক কৰ্মচাৰী আৰু নিৰ্বাচকসকলক পুনৰবাৰ অভিনন্দন জনাইছে আৰু ভৱিষ্যতে তেওঁলোকৰ অধিক সফলতা কামনা কৰিছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: T-20WorldCup
Share4Tweet3Send

Related Posts

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

by News Desk
October 2, 2026
55
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

by News Desk
September 28, 2026
52
Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
ADVERTISEMENT
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
50
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
50
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
50
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d