ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US attack on Iran : ইৰাণৰ স্কুলৰ হত্যাকাণ্ডৰ দোষী কোন, আমেৰিকাৰ তদন্তত আমেৰিকাৰেই নাম

নিউজ ডেস্কঃ

News Desk by News Desk
March 6, 2026
Reading Time: 1 min read
A A
0
US attack on Iran : ইৰাণৰ স্কুলৰ হত্যাকাণ্ডৰ দোষী কোন, আমেৰিকাৰ তদন্তত আমেৰিকাৰেই নাম

RELATED POSTS

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

New Logo Smal | ASSAM TIMES POST

ইৰাণৰ মিনাব চহৰ (Minab city of Iran)ৰ এখন ছোৱালী বিদ্যালয়ত শনিবাৰে বোমা নিক্ষেপ (Bombing in School) কৰা হয়। তেহৰানে দাবী কৰিছে যে এই বিস্ফোৰণত ১৫০ জন লোকৰ মৃত্যু (150 people died) হৈছে, ইয়াৰে অধিকাংশই শিশু। শনিবাৰে আমেৰিকা (US) আৰু ইজৰাইলৰ (Israel) যুটীয়া বাহিনীয়ে ইৰাণক আক্ৰমণ কৰে। বিদ্যালয়খনত কোনে বোমা বিস্ফোৰণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰয়টাৰ সংবাদ সংস্থাই আমেৰিকা চৰকাৰৰ সূত্ৰৰ উদ্ধৃতি দি কয় যে আমেৰিকাৰ তদন্তত আমেৰিকাৰেই নামটো আহিছে। অৰ্থাৎ আমেৰিকাই ইৰাণৰ স্কুলখনৰ ওপৰত বোমা নিক্ষেপ কৰে। এই সন্দৰ্ভত এতিয়ালৈকে হোৱাইট হাউছে কোনো মন্তব্য কৰা নাই।

অৱশ্যে এই সন্দৰ্ভত আমেৰিকাই সুকীয়া তদন্ত আৰম্ভ কৰিছে। সূত্ৰটোৰ মতে, ইৰাণৰ ছোৱালীৰ বিদ্যালয়খনত আক্ৰমণৰ তদন্ত চলাই আছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে (বৰ্তমান যুদ্ধ বিভাগ)। বুধবাৰে এই খবৰ নিশ্চিত কৰে প্ৰতিৰক্ষা সচিব পিট হেগছেথে। হোৱাইট হাউছেও কোনো মন্তব্য দিব বিচৰা নাছিল। কাৰণ বিষয়টোৰ তদন্ত চলি আছে। নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন বিষয়াই ৰয়টাৰ্ছক জনোৱা মতে, প্ৰাৰম্ভিক তদন্তৰ পিছত এনে লাগে যেন আমেৰিকাৰ বোমাই বিদ্যালয়খনত আঘাত কৰে। অৱশ্যে এতিয়াও সম্পূৰ্ণ হোৱা নাই তদন্ত। আমেৰিকাৰ আক্ৰমণৰ সমৰ্থনত কি প্ৰমাণ পোৱা গৈছে, কিহৰ বাবে তদন্তকাৰীয়ে এই ইংগিত পাইছে, বিদ্যালয়খনৰ বিৰুদ্ধে কেনেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত সম্পূৰ্ণ হ’বলৈ কিমান সময় লাগিব সেয়াও স্পষ্ট হোৱা নাই।

Iran1 | ASSAM TIMES POST
ইৰাণৰ স্কুলৰ হত্যাকাণ্ডৰ দোষী কোন, আমেৰিকাৰ তদন্তত আমেৰিকাৰেই নাম

বিষয়াগৰাকীয়ে কয় যে যদিও প্ৰথম অৱস্থাত আমেৰিকাৰ আক্ৰমণ যেন লাগে, তথাপিও তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আন প্ৰমাণো পোৱা গৈছে। অভিযোগৰ আঙুলি হয়তো আন কাৰোবাৰ ফালেও ঘূৰিব পাৰে। সেই সম্ভাৱনাকো নুই কৰিব নোৱাৰি। তদন্ত সম্পূৰ্ণ কৰিবলৈ আমেৰিকাৰ তদন্তকাৰীয়ে কেনেধৰণৰ প্ৰমাণৰ বাবে অপেক্ষা কৰি আছে সেয়াও স্পষ্ট হোৱা নাই। ৰাষ্ট্ৰসংঘত ইৰাণৰ ৰাষ্ট্ৰদূত আলী বাহৰেইনীয়ে বিদ্যালয়খনত ১৫০ জন লোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে মিনাব স্কুল চৌহদৰ কবৰৰ ছবি। তাত দেখা গৈছে যে ইটোৰ পিছত সিটোকৈ কবৰ খান্দিছে। সৰু ল’ৰা-ছোৱালীৰ বাবে কবৰবোৰো সৰু। তেওঁলোকৰ ওপৰত ইৰাণৰ পতাকা মেৰিয়াই থোৱা আছে। এই ছবিখনে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আমেৰিকাৰ দাবী যে তেওঁলোকে কেতিয়াও জানি-বুজি নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি নলয়। হেগছেথেও একেই কথা কৈছে। তেওঁ কয়, “অৱশ্যেই আমি কেতিয়াও সাধাৰণ নাগৰিকক আক্ৰমণ নকৰোঁ। এই বিষয়টোৰ তদন্ত চলি আছে।” আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’য়ো দাবী কৰে যে আমেৰিকান বাহিনীয়ে কেতিয়াও কোনো বিদ্যালয়ক ইচ্ছাকৃতভাৱে আক্ৰমণ নকৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: USattackIranUSattackSchool
Share4Tweet3Send

Related Posts

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

by News Desk
October 24, 2026
50
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

by News Desk
October 24, 2026
50
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

by News Desk
October 24, 2026
50
Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪
National-International

Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

by News Desk
October 24, 2026
50
Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ
National-International

Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

by News Desk
October 24, 2026
50
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

by News Desk
October 23, 2026
51
ADVERTISEMENT
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
50
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
50
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
50
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d