ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী

নিউজ ডেস্কঃ

News Desk by News Desk
March 2, 2026
Reading Time: 1 min read
A A
0
CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

PM Modi I শিলচৰত ২৩ হাজাৰ কোটিৰ প্ৰকল্পৰ আধাৰশিল প্ৰধানমন্ত্ৰীৰ

PM Modi Assam visit : প্ৰতিকূল বতৰৰ বাবে বাতিল কোকৰাঝাৰ ভ্ৰমণ, গুৱাহাটীৰ পৰায়ে একাধিক প্ৰকল্প উদ্বোধন-শিলান্যাস প্ৰধানমন্ত্ৰীৰ

PM Modi Assam visit I আজি প্ৰধানমন্ত্ৰীয়ে অসমবাসীক দিব ৪৭ হাজাৰ কোটিৰ নিৰ্বাচনী উপহাৰ

বৰ্তমান চলি আছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা (BJP’s People’s Blessing Journey)। এই যাত্ৰাত বিজেপিৰ সৰ্বস্তৰৰ নেতা-কৰ্মীৰ লগতে খোদ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ (Chief Minister participates) কৰিছে। ইতিমধ্যে এই যাত্ৰাই বিজেপি সমৰ্থকৰ পৰা ব্যাপক সমাদৰ লাভ কৰিছে।

আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলোৰে লগত একাত্ম হোৱাৰ চেষ্টা চলাইছে এই যাত্ৰাত। অৱশ্যে মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ সৈতে একাত্ম হোৱাৰ দৃশ্য প্ৰায়ে পোৱা যায়। এইবাৰ জন আশীৰ্বাদ যাত্ৰাও তাৰ ব্যতিক্ৰম নহয়। তাৰে এক উদাহৰণ এই ভিডিওটো।

as | ASSAM TIMES POST
মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত গহপুৰত অভাৱনীয় সমাদৰ লাভ কৰে মুখ্যমন্ত্ৰীৰ সমদলে। সেই সময়তে কেইগৰাকীমান কিশোৰ তথা যুৱকে মুখ্যমন্ত্ৰীক চাবলৈ তথা স্পৰ্শ কৰিবলৈ হেতা-ওপৰা লগায়। আনহাতে, এজনে তেওঁৰ হাতৰ ঘড়ীটো লাৰি চায়। মামা মামা বুলি মুখ্যমন্ত্ৰীক মাতে। তাৰ পিছত মুখ্যমন্ত্ৰীয়ে নিজৰ হাতৰ ঘড়ীটো খুলি মৰমৰ ভাগিনজক উপহাৰ দিয়ে। এই ভিডিওটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

Tags: BJPAshirwadJatraHimantaBiswaSarma
Share4Tweet3Send

Related Posts

PM Modi I শিলচৰত ২৩ হাজাৰ কোটিৰ প্ৰকল্পৰ আধাৰশিল প্ৰধানমন্ত্ৰীৰ
Assam

PM Modi I শিলচৰত ২৩ হাজাৰ কোটিৰ প্ৰকল্পৰ আধাৰশিল প্ৰধানমন্ত্ৰীৰ

by Staff Reporter
March 14, 2026
50
PM Modi Assam visit : প্ৰতিকূল বতৰৰ বাবে বাতিল কোকৰাঝাৰ ভ্ৰমণ, গুৱাহাটীৰ পৰায়ে একাধিক প্ৰকল্প উদ্বোধন-শিলান্যাস প্ৰধানমন্ত্ৰীৰ
Assam

PM Modi Assam visit : প্ৰতিকূল বতৰৰ বাবে বাতিল কোকৰাঝাৰ ভ্ৰমণ, গুৱাহাটীৰ পৰায়ে একাধিক প্ৰকল্প উদ্বোধন-শিলান্যাস প্ৰধানমন্ত্ৰীৰ

by News Desk
March 13, 2026
50
PM Modi Assam visit I আজি প্ৰধানমন্ত্ৰীয়ে অসমবাসীক দিব ৪৭ হাজাৰ কোটিৰ নিৰ্বাচনী উপহাৰ
Assam

PM Modi Assam visit I আজি প্ৰধানমন্ত্ৰীয়ে অসমবাসীক দিব ৪৭ হাজাৰ কোটিৰ নিৰ্বাচনী উপহাৰ

by Staff Reporter
March 13, 2026
50
Gaurav Gogoi Signals Strategic Meet with Jharkhand CM, JMM Eyes Assam
Assam

Gaurav Gogoi Signals Strategic Meet with Jharkhand CM, JMM Eyes Assam

by Staff Reporter
March 12, 2026
50
Orunodoi Scheme : ৪০ লাখ অৰুণোদয় হিতাধিকাৰীয়ে পালে ৩৬০০ কোটি
Assam

Orunodoi Scheme : ৪০ লাখ অৰুণোদয় হিতাধিকাৰীয়ে পালে ৩৬০০ কোটি

by News Desk
March 10, 2026
50
Jayanta Khaund joins Congress : আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান সদ্য অগপত্যাগী নেতা জয়ন্ত খাউণ্ডৰ
Assam

Jayanta Khaund joins Congress : আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান সদ্য অগপত্যাগী নেতা জয়ন্ত খাউণ্ডৰ

by News Desk
March 9, 2026
50
ADVERTISEMENT
Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক
National-International

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
50
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ
National-International

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
50
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক
National-International

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026
50
Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত
National-International

Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত

March 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx