ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
February 17, 2026
Reading Time: 1 min read
A A
0
CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ডিফুৰ কাছা ক্ৰিকেট ষ্টেডিয়াম (Kacha Cricket Stadium, Diphu)ত অনুষ্ঠিত এক চৰকাৰী কাৰ্যসূচীত ৭,২৯৮ গৰাকী পৰম্পৰাগত কাৰ্বি পুৰোহিতক (কুৰুছাৰ) ১০ হেজাৰ টকাকৈ আৰ্থিক সাহায্য (Financial assistance)ৰ চেক প্ৰদান কৰে। লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত কাৰ্বি আংলং, ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ১,৯৪৪ গৰাকী যুৱক-যুৱতীক ২ লাখ আৰু ১ লাখ টকাৰ প্ৰথম কিস্তিৰ ধন বিতৰণ (Wealth Distribution) কৰে৷ কাৰ্বি পুৰোহিতসকলক পূৰ্বে ঘোষণা কৰা অনুসৰি ধন প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ পুনৰ মুখ্যমন্ত্ৰী হ’লে মাহে ২ হেজাৰকৈ বছৰত ১২ হেজাৰ টকা প্ৰদান কৰিব৷ লগতে তেওঁলোকক নিজৰ ধৰ্মৰ পৰা ধৰ্মান্তৰিত ন’হৈ তেওঁলোকৰ সন্তানক কাৰ্বি সংহাৰী ধৰ্মৰ শিক্ষা দিবলৈ আহ্বান জনায়৷ লগতে তেওঁ দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেওঁলোকক সন্মান প্ৰদান কৰা বুলি উল্লেখ কৰি কংগ্ৰেছ আৰু এ পি এইচ এল চিয়ে এনেধৰণৰ কথা কেতিয়াও কল্পনাও কৰিব নোৱাৰে বুলি উল্লেখ কৰে৷

diphu 3 | ASSAM TIMES POST
ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

আনহাতে, মুখ্যমন্ত্ৰী আত্মনির্ভৰ আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰা কাম কেতিয়াবাই পূৰণ কৰিছে৷ আনহাতে, পুনৰ মুখ্যমন্ত্ৰী হ’লে তেওঁ ৩০ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে৷ লগতে প্ৰথম কিস্তিৰ ধনৰ সদব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়৷ তেওঁ লগতে এইবছৰ এই আঁচনিৰ জৰিয়তে ৭৫ হাজাৰ যুৱক-যুৱতী উপকৃত হোৱা বুলি প্ৰকাশ কৰে৷

আনহাতে, অনুষ্ঠানত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত কাৰ্বি কুৰুছাৰ আৰু নিৱনুৱাসকলক মুখ্যমন্ত্ৰীয়ে যিদৰে সন্মান দিছে সেয়া আন কোনোৱে কৰা নাই বুলি দাবী কৰে৷ সেয়ে পুনৰ চৰকাৰ গঠনৰ বাবে বিজেপিক সকলোকে আশীৰ্বাদ দিবলৈ আহ্বান জনায়৷

ইফালে ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে কৰি কয় যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপি দলত যোগদান কৰিব৷ সেইবাবে তেওঁক ঘৰলৈ মাতিছে আৰু সন্ধিয়া তেওঁ ভূপেন বৰাৰ ঘৰলৈ যাব৷

Tags: CMDiphuvisit
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx