ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ELF Moran : চীনৰ মুখামুখি হ’বলৈ সাজু বায়ুসেনাৰ ‘হাৰকিউলিছ’, মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2026
Reading Time: 1 min read
A A
0
ELF Moran : চীনৰ মুখামুখি হ’বলৈ সাজু বায়ুসেনাৰ ‘হাৰকিউলিছ’, মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা এটা ৰাণৱে। ভাৰতীয় বায়ুসেনাৰ দ্বিতীয় বৃহত্তম সামৰিক পৰিবহণ বিমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ চি-১৩০ জে ছুপাৰ হাৰকিউলিছ (C-130J Super Hercules) বিমানখন শনিবাৰে পুৱা মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (NH 37 of Moran)ত অৱতৰণ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ৰাজ্যৰ প্ৰথমটো ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা বিমানবন্দৰ। শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই পদক্ষেপক ‘ঐতিহাসিক’ বুলি অভিহিত কৰে।

মোদীয়ে শনিবাৰে পুৱা ডিব্ৰুগড়ৰ চাবুৱা বায়ুসেনা ঘাটিৰ পৰা ছুপাৰ হাৰকিউলিছ বিমানত উঠে। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ নিৰ্মাণ কৰা ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিমানপথত বিমানখনে ‘ফুল ষ্টপ লেণ্ডিং’ (Full stop landing) কৰে। অৱতৰণ কৰাৰ পিছতে মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বায়ুসেনাৰ বিষয়াসকলৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাণৱে উদ্বোধন কৰি প্ৰায় ৪০ মিনিট সময় তেওঁ সুখয় (Sukhoi), ৰাফেল (Rafael) আৰু তেজছ (Tejas)ৰ যুদ্ধবিমানৰ কৌশল উপভোগ কৰে। মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “মৰাণত বহুমুখী ৰাণৱেয়ে প্ৰতিৰক্ষা, যোগান আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰিব।”

modi.jpg1 | ASSAM TIMES POST
চীনৰ মুখামুখি হ’বলৈ সাজু বায়ুসেনাৰ ‘হাৰকিউলিছ’, মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত চীনৰ সম্ভাৱ্য ‘বিপদ’ৰ কথা মনত ৰাখি বায়ুসেনাৰ ঘাটিসমূহ অধিক পুনৰ সংগঠিত কৰা হৈছে। ইয়াৰ উপৰি ‘বৃহত্তৰ আন্তঃগাঁথনি উন্নয়ন’ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। উক্ত পৰিকল্পনাৰ এটা অংশ হ’ল যুদ্ধকালীন পৰিস্থিতিত ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্দিষ্ট অংশ নিৰ্বাচন কৰা আৰু ৰাণৱে নিৰ্মাণ কৰা। সামৰিক ভাষাত ইয়াক ‘জৰুৰীকালীন অৱতৰণ সুবিধা’ (ELF) বুলি কোৱা হয়।

ইতিমধ্যে ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যত ই এল এফ নিৰ্মাণ কৰা হৈছে। ইয়াৰে কিছুমানত যুদ্ধবিমান অৱতৰণ কৰাৰ লগতে সামৰিক পৰিবহণ বিমানৰ সুবিধা আছে। ১০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা মৰাণৰ ই এল এফ তেনে এক উদাহৰণ।

Tags: ELFMoran
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

June 5, 2026
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

June 5, 2026
Supreme Court challenging the automatic disqualification of a MP or MLA:

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx