ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lover killed : প্ৰেমিকৰ ঘৰৰ পৰা উদ্ধাৰ ছাত্ৰীৰ নগ্ন মৃতদেহ, কলেজৰ ৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ অশ্লীল ভিডিঅ’

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2026
Reading Time: 1 min read
A A
0
Lover killed : প্ৰেমিকৰ ঘৰৰ পৰা উদ্ধাৰ ছাত্ৰীৰ নগ্ন মৃতদেহ, কলেজৰ ৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ অশ্লীল ভিডিঅ’

RELATED POSTS

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

New Logo Smal 1 | ASSAM TIMES POST

মধ্যপ্ৰদেশৰ ইন্দোৰ (Indore, Madhya Pradesh)ত সহপাঠী তথা প্ৰেমিকৰ ঘৰৰ পৰা উদ্ধাৰ (Rescued from lover’s house) এগৰাকী এম বি এ ছাত্ৰী (MBA Student)ৰ উলংগ মৃতদেহ (Naked corpse)। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁৰ ডিঙিত ৰছীৰ আঘাতৰ চিন আছিল। ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। শুকুৰবাৰে উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে যুৱতীগৰাকীৰ এটা অশ্লীল ভিডিঅ’ কলেজৰ ৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ কৰা বুলি জানিব পাৰে। তাত তেওঁৰ মুখখন স্পষ্ট আছিল। আনহাতে, তেওঁৰ লগত থকা যুৱকজনৰ মুখখন ম্লান হৈ আছিল। যুৱতীগৰাকীৰ মোবাইলৰ পৰা মহাবিদ্যালয়ৰ ৱাটছএপ গ্ৰুপত ভিডিঅ’টো শ্বেয়াৰ কৰা হয়। মহাবিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গম পোৱাৰ লগে লগে ডিলিট কৰি দিয়ে। ঘটনা সন্দৰ্ভত তেওঁৰ পৰিয়ালক অৱগত কৰা হয়। ভিডিঅ’টোত যুৱতীগৰাকীৰ সৈতে দেখা পোৱা পুৰুষ সংগীজন তেওঁৰ সহপাঠী পিয়ুষ ধনোতি (Piyush Dhanoti) বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তেওঁ সন্ধানহীন। ইয়াৰ পৰাই সন্দেহ আৰু অধিক প্ৰবল হৈ পৰিছে।

indore1 | ASSAM TIMES POST
প্ৰেমিকৰ ঘৰৰ পৰা উদ্ধাৰ ছাত্ৰীৰ নগ্ন মৃতদেহ, কলেজৰ ৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ অশ্লীল ভিডিঅ’

প্ৰথম অৱস্থাত আৰক্ষীয়ে জানিব পাৰিছে যে পিয়ুষ মধ্যপ্ৰদেশৰ মাণ্ডছৌৰ বাসিন্দা। তেওঁৰ পিতৃৰ এখন গেলামালৰ দোকান আছে। তেওঁ এম বি এ পঢ়িবলৈ ইন্দোৰলৈ আহিছিল। তাতে তেওঁ ভাড়াঘৰ এটাত বাস কৰিছিল। কলেজত তেওঁ যুৱতীগৰাকীক লগ পায়। ইয়াৰ পিছত তেওঁলোকৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা মঙলবাৰে যুৱতীগৰাকীয়ে জন্মৰ প্ৰমাণ পত্ৰত থকা ভুলবোৰ শুধৰাবলৈ পিতৃৰ সৈতে সানৱাৰ ৰোডলৈ গৈছিল। তেওঁ ঘৰলৈ উভতি আহি সন্ধিয়া পুনৰ ওলাই যায়। ঘৰত কয় যে বন্ধুৰ জন্মদিনৰ পাৰ্টিলৈ যাব। নিশা ১১ বজাৰ ভিতৰত তেওঁ উভতি আহিব। কিন্তু তেওঁ অহা নাছিল। সেইদিনা নিশাই কলেজৰ ৱাটছএপ গ্ৰুপত তেওঁৰ অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰা হয়। লগে লগে কলেজ কৰ্তৃপক্ষই তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। পৰিয়ালেও তেওঁৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকেও নাপালে।

ধনোতিৰ ফোনটোও চুইচ অফ হৈ আছিল। ইয়াৰ পিছতে পৰিয়ালটো আৰক্ষীৰ কাষ চাপে। আৰক্ষী ধনোতিৰ ঘৰলৈ যায় যদিও তলা লগোৱা আছিল। শুকুৰবাৰে চুবুৰীৰ ৰাইজে ধনোতিৰ ঘৰৰ পৰা পচা গোন্ধ পাই ঘৰৰ মালিকক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। তেওঁৰ শৰীৰটো উলংগ হৈ পৰি আছিল। তেওঁৰ পিতৃয়ে মোজালৈ চাই মৃতদেহটো চিনাক্ত কৰে। ধনোতিৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: LoverkilledIndore
Share5Tweet3Send

Related Posts

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

by News Desk
August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

by News Desk
August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
ADVERTISEMENT
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
50
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d