ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

State Film Award : নৱম ৰাজ্যিক ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা

News Desk by News Desk
February 13, 2026
Reading Time: 1 min read
A A
0
State Film Award : নৱম ৰাজ্যিক ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা

RELATED POSTS

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

New Logo Smal 1 | ASSAM TIMES POST

ঘোষণা হ’ল অসম চৰকাৰ (Assam Govt.)ৰ নৱম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (State Film Award)। শুকুৰবাৰে অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ টিংখাঙৰ নিজা বাসগৃহত এক সংবাদমেলত মন্ত্ৰী বিমল বড়াই ঘোষণা (Bimal Bora’s announcement) কৰে নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা।

film | ASSAM TIMES POST
২০২১ বৰ্ষৰ চলচ্চিত্ৰ বঁটা লাভ কৰিছে ‘শব্দ নিশব্দ কোলাহল’ নামৰ ছবিখনে

২০২০ আৰু ২০২১ বৰ্ষৰ এই ৰাজ্যিক চলচ্চিত্ৰ বঁটাত ‘বেলকনিত ভগৱান’ ছবিখনে ২০২০ বৰ্ষৰ চলচ্চিত্ৰ বঁটা লাভ কৰে। ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰালৈ ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালক বঁটা আগবঢ়োৱা হৈছে। আনহাতে, ২০২১ বৰ্ষৰ চলচ্চিত্ৰ বঁটা লাভ কৰিছে ‘শব্দ নিশব্দ কোলাহল’ নামৰ ছবিখনে। ১৫ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব।

এই সন্দৰ্ভত সংবাদমেলত মন্ত্ৰী বিমল বড়াই কয় যে অসম চৰকাৰে অসমৰ চলচ্চিত্ৰ ক্ষেত্ৰখনৰ উন্নয়ন উত্তৰণৰ কাৰণে চলচিত্ৰ বঁটা প্ৰদান কৰি আহিছে। এইবাৰ অহা ১৫ ফেব্ৰুৱাৰীত নৱম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

f1 | ASSAM TIMES POST
ৰাজ্যিক চলচ্চিত্ৰ বঁটাত ‘বেলকনিত ভগৱান’ ছবিখনে ২০২০ বৰ্ষৰ চলচ্চিত্ৰ বঁটা লাভ

চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, কলা-কুশলী, লেখক আৰু যিসকল লোকে তেওঁলোকৰ অনবদ্য বৰঙণিৰে অসমৰ চলচ্চিত্ৰ জগতৰ উন্নয়ন, সংৰক্ষণ আৰু ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যসমূহক বিশ্ববাসীৰ ওচৰত তুলি ধৰিবৰ বাবে কাম কৰিছে তেওঁলোকক উৎসাহিত কৰাটোৱেই হৈছে এই বঁটা প্ৰদানৰ প্ৰধান উদ্দেশ্য।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: StateFilmAward
Share5Tweet3Send

Related Posts

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
50
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

by News Desk
September 19, 2026
52
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

by News Desk
September 19, 2026
55
শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ
Assam

শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

by News Desk
September 19, 2026
56
যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা
Assam

যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা

by News Desk
September 19, 2026
53
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d