ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Food Delivery Boy I ব্যৱসায়ীক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যাৰ অভিযোগ তিনি খাদ্য ডেলিভাৰী কৰ্মীৰ বিৰুদ্ধে, আটক ২

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 4, 2026
Reading Time: 1 min read
A A
0
মুছলমানৰ হাতৰ খাদ্য নিবিচাৰে গ্ৰাহকে! বিদ্বেষৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ ডেলিভাৰী বয়ৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

নিশা এক অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত এজন ব্যৱসায়ীক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিগৰাকী খাদ্য ডেলিভাৰী কৰ্মীৰ (Delivery Boy) বিৰুদ্ধে। যোৱা ৩ জানুৱাৰীত মধ্য দিল্লীৰ কন’ট প্লেচ এলেকাত সংঘটিত হয় এই ঘটনা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ প্ৰায় দুসপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল যুৱকজন।

Food Delivery Boy I
ব্যৱসায়ীক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যাৰ অভিযোগ:

যোৱা ১৯ জানুৱাৰীত চিকিৎসাধীন অৱস্থাত তেওঁৰ চিকিৎসালয়ত মৃত্যু হয়। এই ঘটনাত এতিয়ালৈকে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আন এজন ব্যক্তিৰ অনুসন্ধান চলি আছে। নিহত লোকজনৰ নাম শিৱম গুপ্তা (৩৬)।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৩ জানুৱাৰীৰ নিশা অনুষ্ঠানৰ পৰা উভতি আহোঁতে পথত তিনিজন খাদ্য ডেলিভাৰী কৰ্মীৰ সৈতে কাজিয়াত লিপ্ত হয় যুৱকজনে। ইয়াৰ পিছতে যুৱকজনক তীব্ৰ প্ৰহাৰ কৰি তাৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন হয় তিনি কৰ্মীৰ বিৰুদ্ধে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ৰক্তাক্ত অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। চিকিৎসাধীন অৱস্থাত প্ৰায় ১৬ দিনৰ অন্তত তাতেই তেওঁৰ মৃত্যু হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, শিৱমৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে তদন্ত কৰি অঞ্চলটোৰ চিচিটিভি কেমেৰা পৰীক্ষা কৰে। তাত দেখা গৈছে যে তিনিওজন কৰ্মীয়ে বিবাদৰ বাবে নিৰ্বিচাৰে হেলমেটেৰে ব্যৱসায়ীজনক প্ৰহাৰ কৰে। ইয়াৰ পিছত যুৱকজনক তাতে এৰি পলাই যায়। শিৱমৰ তেজৰ দাগ পৰা কাপোৰ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে এই ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

আক্ৰমণকাৰী মৃত লোকজনৰ চিনাকি আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ পিছত শিৱমৰ পিতৃ অনিলকান্ত গুপ্তাই কয় যে শিৱম কোনো অনুষ্ঠানলৈ ওলাই গৈছে বুলি কৈ ২ জানুৱাৰীৰ সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল।

তেওঁ কয়, “মই ৰাতি শিৱমক বাৰে বাৰে ফোন কৰি আছিলোঁ। কিন্তু কোনো উত্তৰ পোৱা নাছিলোঁ। কিছু সময়ৰ পাছত আৰক্ষীৰ পৰা ফোন আহিল আৰু মোৰ ল’ৰাটোক চিকিৎসালয়ত ভৰ্তি হোৱাৰ কথা জনালে।”

অনিলকান্তই অভিযুক্ত কৰ্মীকেইজনক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায়। তেওঁ কয়, “মোৰ ল’ৰাটো মোৰ সকলো আছিল। এতিয়া আমি কেৱল ন্যায়ৰ আশা কৰিছোঁ। দোষীক ইমানেই কঠোৰ শাস্তি দিয়া উচিত যাতে আন কাৰো ঘৰ এইদৰে ধ্বংস নহয়।”

Tags: আটক ২ব্যৱসায়ীক নিৰ্মমভাৱে প্ৰহাৰ কৰিহত্যাৰ অভিযোগ তিনি খাদ্য ডেলিভাৰী কৰ্মীৰ বিৰুদ্ধে
Share4Tweet3Send

Related Posts

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

by News Desk
May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

by News Desk
May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

by News Desk
May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

by Staff Reporter
May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

by Staff Reporter
May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx