ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Guwahati Robbery : গুৱাহাটী মহানগৰীত শিহৰণকাৰী ডকাইতি, ৪০ মিনিট ধৰি লুটপাত চলালে ডকাইতৰ দলে

নিউজ ডেস্কঃ

News Desk by News Desk
January 20, 2026
Reading Time: 1 min read
A A
0
Guwahati Robbery : গুৱাহাটী মহানগৰীত শিহৰণকাৰী ডকাইতি, ৪০ মিনিট ধৰি লুটপাত চলালে ডকাইতৰ দলে

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

গুৱাহাটী (Guwahati) মহানগৰীত জনসাধাৰণৰ নিৰাপত্তাহীনতাৰ দিশটো পুনৰ প্ৰকাশ হ’ল এক ডকাইতি (Robbery) কাণ্ডৰে৷ নিশা যান-বাহনত তালাচী চলোৱাৰ নামত এক সামান্য কাৰ্যৰ বাদে মহানগৰীত আৰক্ষীৰ ভূমিকা পুতৌজনক সেয়া বিভিন্ন সময়ত প্ৰতিপন্ন হৈ আহিছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত গণেশপাৰাৰ স্নেহাশ্ৰয়ত যোৱা নিশা হোৱা ডকাইতিয়ে জনসাধাৰণৰ মনত নিৰাপত্তাৰ দিশটো পুনৰ চিন্তাৰ বিষয় হৈ পৰিছে৷ হিন্দী চিনেমাৰ কায়দাৰে মহানগৰীৰ সদাব্যস্ত গণেশপাৰাত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতিৰ ঘটনা।

অনিল ডেকা নামৰ এজন ব্যৱসায়ীজনৰ ঘৰত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মুখত ক’লা কাপোৰ পৰিধান কৰি হাতত অস্ত্ৰধাৰী ডকাইতৰ দলে চিনেমাৰ কাইদাৰে ৪০ মিনিট ধৰি লুটপাত চলালে স্নেহাশ্ৰয়ত।

ghy 1 | ASSAM TIMES POST
গুৱাহাটী মহানগৰীত শিহৰণকাৰী ডকাইতি, ৪০ মিনিট ধৰি লুটপাত চলালে ডকাইতৰ দলে

জানিব পৰা মতে পত্নী আৰু গাড়ী চালকক পিষ্টল আৰু ডেগাৰেৰে আক্ৰমণ কৰে চাৰিটাকৈ ডকাইতে৷ এখন বগা ৰঙৰ ছুইফট গাড়ীত যোৱা চাৰি ডকাইতে কৰিছিল এই কাণ্ড। ইংলেণ্ডত অধ্যয়ন কৰা কন্যাক থ’বলৈ দিল্লীলৈ গৈছিল ব্যৱসায়ী অনিল ডেকা। তেতিয়া ঘৰত চালক মনোজৰ সৈতে আছিল অনিল ডেকাৰ পত্নী কৰবী ডেকা। তাৰ সুযোগ লৈ ব্যৱসায়ীজনৰ অট্টালিকাটোৰ গেটৰ খুলি বীৰদৰ্পে প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে।

ঘৰটোত সোমাইছিল চাৰিজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলটো৷ ডকাইতৰ লুটপাতৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছিল৷ অস্ত্ৰধাৰী ডকাইতৰ দলে কৰবী ডেকা আৰু চালক মনোজক আক্ৰমণ কৰে। আনকি আঙঠি খুলিব নোৱাৰাত আঙুলি কাটি দিবলৈ উদ্ধত হৈছিল ডকাইতে। প্ৰথমে অস্ত্ৰধাৰী ডকাইতে দাবী কৰিছিল ৫ লাখকৈ টকা। ডকাইতৰ দলে কৰবী ডেকাৰ মুখত পিষ্টল সোমোৱাই দিছিল । ডকাইতৰ দলটোৱে নগদ ধন-সোণকে মূল্যৱান সামগ্ৰী লুট কৰে৷ ঘটনা সন্দৰ্ভত নিশাই ফটাশিল থানাত এজাহাৰ দাখিল কৰে৷ ইতিমধ্যে ফটাশিল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

Tags: GuwahatiRobbery
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx