ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rice corruption : চৰকাৰী গুদামত ২৬ হাজাৰ কুইণ্টল ধান খালে নিগনি আৰু উঁইপোকে

নিউজ ডেস্কঃ

News Desk by News Desk
January 8, 2026
Reading Time: 1 min read
A A
0
Rice corruption : চৰকাৰী গুদামত ২৬ হাজাৰ কুইণ্টল ধান খালে নিগনি আৰু উঁইপোকে

RELATED POSTS

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি

Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

New Logo Smal | ASSAM TIMES POST

ছত্তীশগড়ৰ চৰকাৰী গুদাম (Government warehouse of Chhattisgarh)ৰ পৰা ২৬ হাজাৰ কুইণ্টল ধান নিৰুদ্দেশ (26 thousand quintals of rice are unaccounted for)। বিষয়টো পোহৰলৈ অহাৰ লগে লগেই আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু এই বিপুল পৰিমাণৰ ধান কেনেকৈ চুৰি হ’ল তাৰ কোনো সদুত্তৰ পোৱা নাই। ৰাজ্যৰ কবৰ্ধ জিলাত সংঘটিত হৈছে এই ঘটনা। অৱশ্যে কেৱল কবৰ্ধ ধান সংগ্ৰহ কেন্দ্ৰৰেই নহয়, আশে-পাশে থকা জিলাসমূহৰ চৰকাৰী গুদামসমূহৰ অৱস্থাও অতি বেয়া বুলি দাবী কৰিছে বিষয়াসকলে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কবৰ্ধা জিলাৰ চৰভটা আৰু বাঘৰা ধান সংগ্ৰহ কেন্দ্ৰৰ পৰা ধানচুৰিৰ অভিযোগ উত্থাপন হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ন্যূনতম সমৰ্থন মূল্যত ৭ লাখ ৯৯ হাজাৰ কুইণ্টল ধান ক্ৰয় কৰা হয়। অভিযোগ অনুসৰি, ইয়াৰে ভিতৰত ২৬ হাজাৰ কুইণ্টল ধানৰ কোনো হিচাপ নাই। কেৱল চৰভটা কেন্দ্ৰৰ পৰা ২২ হাজাৰ কুইণ্টল ধান নোহোৱা হৈছে। যাৰ বৰ্তমান বজাৰ মূল্য ৭ কোটি টকা।

racce 1 | ASSAM TIMES POST
ছত্তীশগড়ৰ চৰকাৰী গুদামত ২৬ হাজাৰ কুইণ্টল ধান খালে নিগনি আৰু উঁইপোকে

২৬ হাজাৰ কুইণ্টল ধান চুৰি হোৱাত হুলস্থুলৰ সৃষ্টি হোৱাৰ পিছত এই দুটা গুদামৰ পৰা কোনো ধানচুৰি হোৱা নাই বুলি দাবী কৰিছে বিষয়াসকলে। নিগনি আৰু উঁইপোকে (Bedbugs and lice) সেই ধান খোৱা বুলি দাবী (Claiming to eat rice)। একে সময়তে চৰকাৰী গুদামবোৰৰ অৱস্থা বৰ ভাল নহয় বুলি দাবী কৰিছে। তাত পোক-পৰুৱা, নিগনি আৰু উঁইপোকৰ প্ৰচণ্ড উৎপাত। ফলত চুৰি নহয়, ধানৰ ৰহস্যজনক অন্তৰ্ধানৰ বাবে বিষয়াসকলে নিগনি আৰু উঁইপোককে দোষাৰোপ কৰিছে।

ইয়াৰ উপৰি বতৰৰ বাবে ধান নষ্ট হোৱা বুলি দাবী কৰিছে অভিষেক মিশ্ৰ নামৰ আন এজন জিলা বিষয়াই। ইয়াৰ বাহিৰেও নিগনি আৰু উঁইপোকৰ আক্ৰমণৰ বাবে এনে ঘটনা সংঘটিত হৈছে। মিশ্ৰই লগতে কয় যে ৰাজ্যৰ ৬৫টা ধান সংগ্ৰহ কেন্দ্ৰৰ ভিতৰত কবৰ্ধ জিলাৰ সংগ্ৰহ কেন্দ্ৰসমূহৰ অৱস্থা দুখজনক। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ৰাজনৈতিক পৰিৱেশো গৰম হ’বলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ নেতাসকলে দাবী কৰে যে প্ৰশাসন সময়মতে সজাগ হৈ থাকিলে ইমান বৃহৎ লোকচান নহ’লহেঁতেন। কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে নিগনি ধৰা পিঞ্জৰা লৈ প্ৰতিবাদ সাব্যস্ত কৰি ঘটনাৰ সম্যক তদন্তৰ দাবী জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Ricecorruption
Share5Tweet3Send

Related Posts

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি
National-International

by News Desk
October 10, 2026
50
Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ
National-International

Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

by News Desk
October 10, 2026
50
First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত
National-International

First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

by News Desk
October 10, 2026
50
Dhruv Rathee arrested : ইউটিউবাৰ ধ্ৰুৱ ৰাথীক গ্ৰেপ্তাৰ, যন্তৰ-মন্তৰলৈ যোৱাৰ পূৰ্বে গুৰুগ্ৰামৰ ঘৰত উত্তেজনা

CJP protest : এখন বিমানতে চিজেপিৰ ত্ৰিমূৰ্তিক গ্ৰেপ্তাৰ, তিনি ভিন্ন স্থানলৈ প্ৰেৰণ

Nobel peace prize 2026 : নোবেল শান্তি বঁটাবিজয়ী নৱী পিল্লাইক আক্ৰমণৰ লক্ষ্য নেতানিয়াহুৰ, নোবেল কমিটীৰ নৈতিকতাক লৈ প্ৰশ্ন

ADVERTISEMENT
Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি
National-International

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি

October 10, 2026
50
Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ
National-International

Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

October 10, 2026
50
First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত
National-International

First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

October 10, 2026
50
Dhruv Rathee arrested : ইউটিউবাৰ ধ্ৰুৱ ৰাথীক গ্ৰেপ্তাৰ, যন্তৰ-মন্তৰলৈ যোৱাৰ পূৰ্বে গুৰুগ্ৰামৰ ঘৰত উত্তেজনা
National-International

Dhruv Rathee arrested : ইউটিউবাৰ ধ্ৰুৱ ৰাথীক গ্ৰেপ্তাৰ, যন্তৰ-মন্তৰলৈ যোৱাৰ পূৰ্বে গুৰুগ্ৰামৰ ঘৰত উত্তেজনা

October 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি

October 10, 2026
Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

October 10, 2026
First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

October 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d