ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 12, 2025
Reading Time: 1 min read
A A
0
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ

RELATED POSTS

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

New Logo Smal | ASSAM TIMES POST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) এন ডি এ মিত্ৰজোঁটৰ সকলো সাংসদকে নিজৰ বাসগৃহত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনায়। বৃহস্পতিবাৰে বিজেপিৰ ৪০১ জন সাংসদ আৰু এন ডি এৰ অন্যান্য অংশীদাৰসকলে এই আমন্ত্ৰণ গ্ৰহণ কৰে।

PM dinner party I
প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ:

খোৱা টেবুলত যেন এখন ‘মিনি ভাৰত’ গঢ় লৈ উঠে। কাৰণ বিভিন্ন ৰাজ্য আৰু বিভিন্ন দলৰ সাংসদ প্ৰতিখন টেবুলত বহিছিল। তেওঁলোকৰ মাজত সমন্বয়ৰ দায়িত্বত আছিল মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীসকল। নৈশ আহাৰৰ আড্ডা ডেৰ-দুঘণ্টাৰো অধিক সময় ধৰি চলে।

বিজেপিৰ সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীয়ে নৈশ আহাৰত অংশগ্ৰহণ কৰি সকলো সাংসদৰ সৈতে কুশল বাৰ্তা আদান-প্ৰদান কৰে। দীৰ্ঘদিন ধৰি এন ডি এৰ সাংসদসকলক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰি একেলগে আহাৰ গ্ৰহণ কৰাৰ ইচ্ছা আছিল বুলিও তেওঁ কয়। বৃহস্পতিবাৰে তেওঁ সেই ইচ্ছা পূৰণ কৰে।

সূত্ৰ অনুসৰি, প্ৰতিখন টেবুলত সাতৰ পৰা আঠজন সাংসদ বহিব পৰা ব্যৱস্থা আছিল। বহাৰ ব্যৱস্থা এনেদৰে কৰা হৈছিল যে প্ৰতিখন টেবুলত অন্ততঃ এজনকৈ মন্ত্ৰী বা ৰাজ্যিক মন্ত্ৰী আছিল। একেখন ৰাজ্যৰ এজনতকৈ অধিক সাংসদক একেলগে ৰখাৰ পৰিৱৰ্তে বিভিন্ন ৰাজ্য আৰু বিভিন্ন অংশীদাৰ দলৰ সাংসদক একেলগে বহিবলৈ কোৱা হৈছিল।

আনহাতে, সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ নৈশভোজৰ মেনু নিৰামিষ শৈলীত সজাই থোৱা হৈছিল। কেইবাবিধো নিৰামিষ চুপ, কাটলেট, কোপ্টা, দালি, বিভিন্ন ধৰণৰ ফলমূল আৰু ফলৰ ৰস আছিল। ইয়াৰ বাহিৰেও ৰুটী, পৰঠা আৰু বিশেষ ধৰণৰ ভাজি ভাত মেনুত আছিল।

প্ৰধানমন্ত্ৰীৰ বাসগৃহত আয়োজন কৰা এন ডি এৰ সাংসদসকলৰ এই নৈশ আহাৰক লৈ গোপনীয়তা আৰু সতৰ্কতাও অৱলম্বন কৰা হৈছিল। সংসদ ভৱনৰ পৰা প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ লৈ যোৱা বাছখনত নিৰাপত্তাৰ দায়িত্বত আছিল এছ পি জি। সকলোৱে মোবাইল ফোন জমা ৰাখি ভিতৰলৈ সোমাবলগা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এন ডি এৰ ৪০১ সাংসদপ্ৰতিখন টেবুলত ‘মিনি ভাৰত’প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত
Share4Tweet3Send

Related Posts

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
52
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
52
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
58
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
57
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
51
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
53
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
52
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d