ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

150 Years of Vande Mataram I  ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ চলিত সপ্তাহত সংসদত আলোচনাৰ সম্ভাৱনা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 2, 2025
Reading Time: 1 min read
A A
0
150 Years of Vande Mataram I  ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ চলিত সপ্তাহত সংসদত আলোচনাৰ সম্ভাৱনা

RELATED POSTS

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

New Logo Smal | ASSAM TIMES POST

১৮৭৫ চনত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে ‘বন্দে মাতৰম’ (Vande Mataram) গীতটো ৰচনা কৰিছিল। পিছলৈ ১৮৮২ চনত তেওঁ ইয়াক ‘আনন্দমঠ’ উপন্যাসত অন্তৰ্ভুক্ত কৰে। ‘বন্দে মাতৰম’ৰ এই বছৰ ১৫০ বছৰ সম্পূৰ্ণ হৈছে। সূত্ৰ অনুসৰি, কেন্দ্ৰই লোকসভাৰ এক বিশেষ অধিৱেশনত ‘বন্দেমাৰম’ৰ ওপৰত আলোচনাৰ আহ্বান জনাইছে।

150 Years of Vande Mataram I
  ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ চলিত সপ্তাহত সংসদত আলোচনাৰ সম্ভাৱনা:

আলোচনাৰ সময়ছোৱাত সাংসদসকলে স্বাধীনতা আন্দোলনত দেশপ্ৰেমমূলক গীতৰ ভূমিকা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু সেইবোৰৰ সমসাময়িক প্ৰাসংগিকতাৰ বিষয়ে বক্তব্য আগবঢ়াব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আলোচনাত অংশগ্ৰহণ কৰিব।

নাম প্ৰকাশত অনিচ্ছুক এজন সাংসদে কয়, “বন্দে মাতৰমৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে এই সপ্তাহৰ শেষৰ ফালে লোকসভাত বিস্তৃত আলোচনাৰ সম্ভাৱনা আছে। এই আলোচনা সংসদৰ শীতকালীন অধিৱেশনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হ’বলৈ গৈ আছে। অধিৱেশনত ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, স্বাধীনতা আন্দোলনত বন্দে মাতৰমৰ ভূমিকা আৰু সমসাময়িক ভাৰতত ইয়াৰ প্ৰাসংগিকতাৰ ওপৰত আলোচনা কৰা হ’ব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আলোচনাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।”

এই আলোচনাত বঙ্কিম চন্দ্ৰৰ অবিস্মৰণীয় মন্ত্ৰক সন্মান জনোৱা হ’ব যিয়ে অগণন প্ৰজন্মৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাষ্ট্ৰীয় নায়কক অনুপ্ৰাণিত কৰিছে। বন্দে মাতৰম কিয় ভাৰতৰ জাতীয় পৰিচয় আৰু সামূহিক চেতনাৰ এক স্থায়ী প্ৰতীক? সংসদৰ এক বিশেষ অধিৱেশনতো এই বিষয়ে আলোচনা কৰা হ’ব।

সূত্ৰ অনুসৰি, বন্দে মাতৰমৰ আলোচনাৰ বাবে কমেও দহ ঘণ্টা আছুতীয়াকৈ ৰাখিব। কেইদিনমান পূৰ্বে বিৰোধীয়ে অভিযোগ কৰিছিল যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনত ভোটাৰ তালিকা বা এছআইআৰৰ বিশেষ তীব্ৰ সংশোধনৰ ওপৰত কোনো আলোচনা বিচৰা নাই।

বৰঞ্চ গেৰুৱা শিবিৰে বংগৰ নিৰ্বাচনৰ কথা মনত ৰাখি বন্দে মাতৰমৰ দৰে বিষয় উত্থাপন কৰিব বিচাৰে। তেওঁলোকে ভোট বজাৰত বন্দে মাতৰমক উচটনি দিবলৈ চেষ্টা কৰি আছে। দৰাচলতে, শাসকীয় দল সেই দিশত আগবাঢ়িছে। 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 'বন্দে মাতৰম'ৰ ১৫০ বছৰ চলিতসপ্তাহত সংসদত আলোচনাৰ সম্ভাৱনা
Share4Tweet3Send

Related Posts

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

by News Desk
September 19, 2026
52
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

by News Desk
September 19, 2026
53
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

by News Desk
September 19, 2026
51
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

by News Desk
September 18, 2026
51
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
September 18, 2026
52
TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ
National-International

TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ

by News Desk
September 18, 2026
51
ADVERTISEMENT
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
50
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
50
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

September 21, 2026
50
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d