ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ভৈয়াম কাৰ্বি উন্নয়ন পৰিষদ গঠনৰ ঘোষণাক আদৰণি ছয় প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গৰ

ষ্টাফ ৰিপৰ্টাৰ, ডিফু

Staff Reporter by Staff Reporter
November 24, 2025
Reading Time: 1 min read
A A
0
ভৈয়াম কাৰ্বি উন্নয়ন পৰিষদ গঠনৰ ঘোষণাক আদৰণি ছয় প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

ডিফুৰ সমীপৰ ডিছামাত কুঁৱা খান্দিবলৈ গৈ তিনি শ্রমিকৰ কৰুণ মৃত্যু

Karbi Anglong District Administration Steps Up With Confident Review Ahead of 2026 Elections:

Fierce Blaze Erupts During Trailer Repair in Khathkati: 

 অসম কেবিনেটে কালি ভৈয়াম কাৰ্বি সকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠনৰ বাবে লোৱা প্ৰস্তাৱক আদৰণি জনাইছে কাৰ্বি আংলং জিলাৰ প্ৰাক্তন ছয় বিদ্রোহী সংগঠনৰ নেতৃবর্গই।

Screenshot 2025 11 24 21 49 11 23 7352322957d4404136654ef4adb64504 | ASSAM TIMES POST
ভৈয়াম কাৰ্বি উন্নয়ন পৰিষদ গঠনৰ ঘোষণাক আদৰণি ছয় প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গৰ:

আজি ডিফুত এখন সংবাদ মেল সম্বোধন কৰি সংগঠনটোৰ নেতাসকলে কয় যে ছয় সংগঠনৰ সৈতে হোৱা চুক্তিৰ ৩.৬ দফাৰ এই দাবী অসম চৰকাৰে সমাধা কৰাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো।

অসমৰ মুখ্যমন্ত্ৰীয়ে ভৈয়াম কাৰ্বি সংগঠন সমূহৰ সৈতে হোৱা আলোচনাত অতি শীঘ্রে এই দাবী পূৰণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰিছিল বুলি প্রাক্তন বিদ্রোহী নেতা সংবিজিত ইংতি কাথাৰে জানিবলৈ দিয়ে। বিদ্রোহী সংগঠনৰ প্ৰাক্তন নেতা সকলে লগতে কয় যে- শান্তি চুক্তিৰ ৩.৫দফা অনুসৰি ভৈয়াম কাৰ্বি সকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰাৰ দাবীও শীঘ্ৰে পূৰণ হ’ব বুলি তেওঁলোক আশাবাদী।

শান্তি চুক্তিৰ কেইটামান দফা আগন্তুক সংসদৰ শীতকালীন অধিবেশনত পূৰণ হোৱাৰো আশা প্রকাশ কৰে নেতাসকলে। ইয়াৰ লগতে এখন স্বায়ত্ত শাসিত ৰাজ্য দাবী সন্দর্ভতো চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰি আছে বুলিও তেওঁলোকে দাবী কৰে। সংসদৰ আগন্তুক অধিবেশনত সংবিধানৰ ১২৫তম সংশোধনীও হোৱাৰ সম্ভাৱনা আছে বুলি কয় নেতাসকলে।

সংবিজিত ইংতি কাথাৰে সংবাদ মাধ্যমৰ আগত কয় যে- সংগঠনৰ কিছু সদস্যৰ ওপৰত এতিয়াও গোচৰ আছে আৰু ৭৫শতাংশ গোচৰ ইতিমধ্যে শেষ কৰা হৈছে বাকিখিনিও অতি শীঘ্রে সমাপ্ত হ’ব বুলি আসা প্রকাশ কৰে। ছয় সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিব ৮০ শতাংশ ইতিমধ্যে পূৰণ হোৱা বুলি উল্লেখ কৰি বাকি ২০ শতাংশ পৰৱৰ্তী চৰকাৰ গঠন হোৱাৰ পূর্বেই সম্পূর্ণ হ’ব বুলি আশা প্রকাশ কৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ঘোষণাক আদৰণি ছয় প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গৰভৈয়াম কাৰ্বি উন্নয়ন পৰিষদ গঠনৰ
Share5Tweet3Send

Related Posts

ডিফুৰ সমীপৰ ডিছামাত কুঁৱা খান্দিবলৈ গৈ তিনি শ্রমিকৰ কৰুণ মৃত্যু
KARBI ANGLONG

ডিফুৰ সমীপৰ ডিছামাত কুঁৱা খান্দিবলৈ গৈ তিনি শ্রমিকৰ কৰুণ মৃত্যু

by Staff Reporter
January 21, 2026
58
Karbi Anglong District Administration Steps Up With Confident Review Ahead of 2026 Elections:
KARBI ANGLONG

Karbi Anglong District Administration Steps Up With Confident Review Ahead of 2026 Elections:

by ASSAM TIMES POST
January 20, 2026
51
Fierce Blaze Erupts During Trailer Repair in Khathkati: 
KARBI ANGLONG

Fierce Blaze Erupts During Trailer Repair in Khathkati: 

by ASSAM TIMES POST
January 19, 2026
52
Amrit Bharat Express Boosts Northeast Connectivity with a Transformative New Route
KARBI ANGLONG

Amrit Bharat Express Boosts Northeast Connectivity with a Transformative New Route

by ASSAM TIMES POST
January 18, 2026
60
Drugs Seized : খটখটীত নিয়মীয়া তালাচীত নিষিদ্ধ কানি উদ্বাৰ, আটক দুই
KARBI ANGLONG

Drugs Seized : খটখটীত নিয়মীয়া তালাচীত নিষিদ্ধ কানি উদ্বাৰ, আটক দুই

by ASSAM TIMES POST
January 18, 2026
57
CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by ASSAM TIMES POST
January 14, 2026
57
ADVERTISEMENT
Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ
Assam

Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

January 22, 2026
50
Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২
 কাৰ্বি আংলঙ

Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২

January 22, 2026
50
World Cup boycott : ভাৰতত বাংলাদেশৰ বিশ্বকাপ বৰ্জন
Sports News

World Cup boycott : ভাৰতত বাংলাদেশৰ বিশ্বকাপ বৰ্জন

January 22, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

January 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

January 22, 2026
Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২

Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২

January 22, 2026
World Cup boycott : ভাৰতত বাংলাদেশৰ বিশ্বকাপ বৰ্জন

World Cup boycott : ভাৰতত বাংলাদেশৰ বিশ্বকাপ বৰ্জন

January 22, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13908) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2063) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3543) Lifestyle (24) literature (16) National-International (11367) NORTHEAST (893) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (505) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (1)  কাৰ্বি আংলঙ (4) कार्बी आंगलोंग (1) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d