ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nitish Kumar Oath taking I নতুন অভিলেখ গঢ়াৰ দিশে নীতিশ কুমাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 19, 2025
Reading Time: 1 min read
A A
0
নীতিশ কুমাৰৰ পদত্যাগ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

বিহাৰৰ ৰাজনৈতিক পৰিৱেশত এক নতুন অধ্যায় আৰম্ভ হ’বলৈ গৈ আছে। বুধবাৰে জনতা দল (ইউনাইটেড) বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় নীতিশ কুমাৰ (Nitish Kumar)। আনহাতে, দিনটোৰ শেষৰ ফালে তেওঁক এন ডি এৰ নেতা হিচাপেও নিৰ্বাচিত কৰা হয়।

Nitish Kumar Oath taking I
নতুন অভিলেখ গঢ়াৰ দিশে নীতিশ কুমাৰ:

ইয়াৰ লগে লগে নীতিশ কুমাৰে অভিলেখ সংখ্যক দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পথ হয়। বৃহস্পতিবাৰে পাটনাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নীতিশ কুমাৰে অভিলেখ ৰচনা কৰি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি এন ডি এৰ বিভিন্ন নেতাসকল।

ইতিমধ্যে তেওঁ বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খানক বিদায়ী মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দাখিল কৰি নতুন চৰকাৰ গঠনৰ দাবী জনাইছে। ২০ নৱেম্বৰত পাটনাৰ গান্ধী মৈদানত নীতিশ কুমাৰৰ সৈতে কমেও ২০ জন মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

পুৱা ১১.৩০ বজাত ঐতিহাসিক গান্ধী ময়দানত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এশাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। ইতিমধ্যে উপ-মুখ্যমন্ত্ৰী হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছে বিদায়ী বিহাৰৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা।

উল্লেখ্য যে শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁট অৰ্থাৎ জে ডি ইউ আৰু বিজেপিয়ে ২৪৩ জনীয়া বিধানসভাত ২০২ খন আসন লাভ কৰে।

Tags: নতুন অভিলেখ গঢ়াৰ দিশেনীতিশ কুমাৰ
Share4Tweet3Send

Related Posts

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT