ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 18, 2025
Reading Time: 1 min read
A A
0
Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

RELATED POSTS

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

New Logo Smal | ASSAM TIMES POST

অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী, ঐশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ (Zubeen Garg) কায়িক অনুপস্থিতিত ভগ্ন হৃদয়েৰেই ৰাজ্যবাসীয়ে আজি উদযাপন কৰে জন্মদিন। ৫৩ বছৰীয়া এই জন্মদিন মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে আনুষ্ঠিত কৰিছে।

Zubeen Garg birthday ।
কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন:

কায়িকভাৱে উপস্থিত নাথাকিলে কি হ’ল, প্ৰাণৰ শিল্পীগৰাকী মানুহৰ মাজত থকা সময়তকৈও বিশাল আৰু গাম্ভীৰ্যপূৰ্ণভাৱে জন্মদিন উদযাপন কৰি ৰাজ্যবাসীয়ে দেখুৱাইছে তেওঁৰ প্ৰতি কিমান মৰম আৰু ভালপোৱা আছে।

IMG 20251118 WA0105 | ASSAM TIMES POST

সোমবাৰে মাজনিশা ১২ বজাত জুবিন ক্ষেত্ৰত আয়োজন কৰা হয় জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মজয়ন্তীৰ কেন্দ্ৰীয় অনুষ্ঠান। পত্নী গৰিমা গাৰ্গে অশ্ৰুসিক্ত নয়নেৰে হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত কেক কাটি মৰমৰ গল্ডীৰ জন্মদিন উদযাপন কৰে।

কিন্তু সেই মুহূৰ্তত প্ৰিয় মানুহজনৰ অনুপস্থিতি বাৰুকৈয়ে উপলব্ধি কৰে এইগৰাকী লৌহ মানৱীয়ে। যাৰ বাবে তেওঁৰ বুকুত কঢ়িয়াই লৈ ফুৰা দুখৰ সাগৰখন বান্ধ ভাঙি ওলাই অহাক বাধা দি ৰাখিব নোৱাৰিলে। হুকহুকাই কান্দি বুকুৰ দুখবোৰ চকুলোৰে বোৱাই দিয়ে। সমগ্ৰ জুবিন ক্ষেত্ৰ এক আবেগ আৰু কৰুণ পৰিৱেশত ডুব যায়।

IMG 20251118 WA0106 | ASSAM TIMES POST

সকলোৰে কণ্ঠত মাত্ৰা জুবিনদা, জুবিনদা, জুবিনদা অমৰ হওক… মায়াবিনী ৰাতিৰ বুকুত…
একেদৰে সোমবাৰে নিশাৰ পৰা মঙলবাৰে দিনটোলৈকে জুবিন ক্ষেত্ৰত অনুৰাগীয়ে আয়োজন কৰিছে জুবিন গাৰ্গক স্মৰণৰ বিশেষ অনুষ্ঠান। ৰাজ্যৰ অন্যান্য প্ৰান্ততো কালজয়ী শিল্পীগৰাকীক জন্মদিনৰ শুভেচ্ছাৰে উপচাই দিয়ে, লগতে গীত-মাত-কথাৰে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে।

আনহাতে, জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅ’তো অনুৰাগীসকলে সোমবাৰে মাজনিশা জন্মদিন উদযাপন কৰে। ইয়াৰ উপৰি মঙলবাৰে পুৱা কাহিলিপাৰাস্থিত বাসগৃহত পুৱাৰে পৰা আয়তীসকলে দিহানামেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে গায়ন-বায়নেৰে মুখৰিত হৈ পৰে।

ইয়াৰ লগতে জুবিন গাৰ্গৰ বাসগৃহৰ পদূলিত থকা তেওঁৰ প্ৰিয় বকুলজোপাৰ কাষত উন্মোচন কৰা হয় তেওঁৰ এটা আৱক্ষ মূৰ্তি। পিতৃ কপিল বৰঠাকুৰে উন্মোচন কৰাৰ সময়ত পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়ালবৰ্গৰ লগতে অজস্ৰ গুণমুগ্ধ উপস্থিত থাকে। এই আৱক্ষ মূৰ্তিটো তৈয়াৰ কৰিছে শিল্পী জ্যোতিশংকৰ ভটাচাৰ্যই।

মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট
ইফালে জুবিন গাৰ্গৰ ৫৩ সংখ্য জন্মবাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীক স্মৰণ কৰি সামাজিক মাধ্যমত এটা পোষ্ট দিয়ে। পোষ্টটোত জুবিনৰ জীৱন আৰু কৰ্মক সুঁৱৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পোষ্টটোত তেওঁ লিখিছে, “জুবিন গার্গ— আপোনাৰ, মোৰ সকলোৰে হিয়াত গুঞ্জৰিত এটি সত্তাৰ নাম। আজি তেওঁৰ অবর্তমানত প্রথমটো ওপজা দিন। এই বিশেষ দিনটোত প্রাণৰ শিল্পীগৰাকীলৈ ৰাজ্যবাসীৰ হৈ জনালোঁ গভীৰ শ্রদ্ধার্ঘ্য।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচনকায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিনপ্ৰাণৰ শিল্পীৰ
Share4Tweet3Send

Related Posts

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
50
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
60
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

by News Desk
September 19, 2026
52
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
57
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
61
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d