ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JK Blast । হঠাতে প্ৰচণ্ড শব্দ, ৩০০ মিটাৰ দূৰৈত ছিটিকি পৰিল শৰীৰৰ অংগ, শ্ৰীনগৰ থানাত কৰুণ পৰিৱেশ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 15, 2025
Reading Time: 1 min read
A A
0
JK Blast I শ্ৰীনগৰৰ থানাত বিস্ফোৰণ, নিহত ৯

Oplus_131072

RELATED POSTS

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

New Logo Smal | ASSAM TIMES POST

নিশাৰ নিস্তব্ধতা ভাঙি হঠাতে হোৱা প্ৰচণ্ড শব্দ আৰু জুইৰ শিখাই থানাৰ ভিতৰত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে । লগে লগে ধ্বংসাৱশেষত পৰিণত হয় আৰু সিঁচৰতি হৈ পৰে শৰীৰৰ অংগ (JK Blast)।
JK Blast ।
শ্ৰীনগৰ থানাত কৰুণ পৰিৱেশ:

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ নওগাম থানাত সংঘটিত ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা ভিডিঅ’ৰ পৰা এই দৃশ্য পোহৰলৈ আহিছে। আৰক্ষী থানাৰ সন্মুখৰ ঘৰটোৰ পৰা উদ্ধাৰ হৈছে চিচিটিভি কেমেৰাৰ ফুটেজ। ইয়াতেই বিস্ফোৰণৰ মুহূৰ্ত বন্দী হৈছে। তদুপৰি পৰৱৰ্তী সময়ৰ কেইবাখনো ছবি আৰু ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

নওগাম আৰক্ষী থানাত বহু পৰিমাণৰ এমোনিয়াম নাইট্ৰেট ৰখা হৈছিল। ফৰিদাবাদৰ পৰা জব্দ কৰা বিস্ফোৰক সামগ্ৰীৰ পৰীক্ষণ থানাৰ ভিতৰত চলি আছিল। শুকুৰবাৰে নিশা তাত হঠাৎ বিস্ফোৰণ ঘটে।

সংবাদ সংস্থা পি টি আইৰ বাতৰি অনুসৰি, এই বিস্ফোৰণত কমেও ৯ জন লোকৰ মৃত্যু হৈছে। ২৭ জন আহত হয়। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। নিহতসকলৰ অধিকাংশই আছিল আৰক্ষীৰ ফৰেনছিক বিষয়া। চিচিটিভিৰ ফুটেজত দেখা গৈছে থানাৰ ভিতৰত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়।

বিস্ফোৰণৰ প্ৰভাৱত পুনৰ থানাৰ বন্ধ খিৰিকী খোল খায় আৰু বন্ধ হৈ পৰে। আন এটা ভিডিঅ’ত থানাখনৰ গাতে লাগি থকা বৃহৎ এলেকা ধোঁৱাই আৱৰি থকা দেখা গৈছে। চাৰিওফালে ধ্বংসাৱশেষ। ইয়াৰ মাজতে অগ্নিনিৰ্বাপক বাহিনীয়ে থিয় হৈ জুই নুমুৱাবলৈ চেষ্টা কৰিছে।

স্থানীয় সূত্ৰৰ মতে, নোগাম আৰক্ষী থানাৰ পৰা ১৫ কিলোমিটাৰ দূৰৰ পৰা বিস্ফোৰণৰ শব্দ শুনা যায়। বিস্ফোৰণৰ প্ৰভাৱত থানাৰ পৰা বহু দূৰলৈ ছিটিকি পৰে মৃতদেহ আৰু দেহাংশ। ৩০০ মিটাৰ দূৰৈৰ পৰা উদ্ধাৰ হৈছে নিহত আৰক্ষীৰ দেহাংশ। ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে শৰীৰৰ কিছু অংশ। সংশ্লিষ্ট লোকে উদ্ধাৰ কৰিবলৈ খৰধৰ কৰিবলগীয়া হৈছিল।

কাশ্মীৰৰ ডিজিপিয়ে কয়, “শুকুৰবাৰে নিশা ১১.২০ বজাত নোগাম থানাত বিস্ফোৰক সামগ্ৰীৰ নমুনা পৰীক্ষা কৰি থকা অৱস্থাত এটা বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ আঁৰত আন কোনো কাৰণ নাই। এই ঘটনাত ৯ জন লোকৰ মৃত্যু হয়।” কাশ্মীৰৰ ডিজিপিয়ে কয়, “শুকুৰবাৰে নিশা ১১.২০ বজাত বিস্ফোৰক পৰীক্ষাৰ সময়ত নওগাম থানাত বিস্ফোৰণ সংঘটিত হয়।

ইয়াৰ আঁৰত আন কোনো কাৰণ নাই। এই ঘটনাত ৯ জন লোকৰ মৃত্যু হৈছে। আৰক্ষী জোৱানৰ সৈতে তিনিজন ফৰেনছিক বিশেষজ্ঞও উপস্থিত আছিল। ইয়াৰ উপৰি ২৭ জন আৰক্ষী জোৱান আৰু তিনিজন সাধাৰণ লোককে ধৰি মুঠ ৩৩ জন লোক আহত হয়। ক্ষতিগ্ৰস্ত হৈছে কাষৰীয়া অট্টালিকাসমূহো। বিস্ফোৰণৰ কাৰণ জানিবলৈ তদন্ত চলি আছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: শ্ৰীনগৰ থানাত কৰুণ পৰিৱেশহঠাতে প্ৰচণ্ড শব্দ৩০০ মিটাৰ দূৰৈত ছিটিকি পৰিল শৰীৰৰ অংগ
Share4Tweet3Send

Related Posts

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

by News Desk
September 19, 2026
52
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

by News Desk
September 19, 2026
53
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

by News Desk
September 19, 2026
51
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

by News Desk
September 18, 2026
51
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
September 18, 2026
52
TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ
National-International

TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ

by News Desk
September 18, 2026
51
ADVERTISEMENT
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
50
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
50
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

September 21, 2026
50
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d