ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ৫ দফীয়া দাবীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মচাৰী সকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট, ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ এনএইছএম কৰ্মচাৰী সকলৰ  

ছাইদুল ইছলাম,ডিফু

Staff Reporter by Staff Reporter
November 3, 2025
Reading Time: 1 min read
A A
0
ডিফুত ৫ দফীয়া দাবীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মচাৰী সকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট, ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ এনএইছএম কৰ্মচাৰী সকলৰ  

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো সোমবাৰে পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মচাৰী সকলে তেওঁলোকৰ ৫ দফীয়া দাবীলৈ আৰম্ভ কৰিছে ৩, ৪ আৰু ৫ নৱেম্বৰলৈ তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

ডিফুত ৫ দফীয়া দাবীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মচাৰী সকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট
ডিফুত ৫ দফীয়া দাবীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মচাৰী সকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট:

ডিফুস্থিত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত  স্বাস্থ্য অভিযান কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ডঃ ৰতনছিং টেৰণ আৰু সম্পাদক ডাঃ সৌম্যজিৎ দাসৰ নেতৃত্বত ৰূপায়ন হোৱা ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ক’লা বেজ পৰিধান কৰাৰ লগতে হাতে হাতে বেনাৰ, প্লেকাৰ্ড, ফেষ্টুন আদি লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

তেওঁলোকৰ দাবী সমূহ ক্ৰমে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কার্যকৰী কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগমতে ও মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়  অনুসৰি সম কামৰ সম দৰমহা ও সম অধিকাৰ প্ৰদান কৰিব লাগে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ ২০২১ চনৰ  আছাম গেজেট নটিফিকেছন নম্বৰ  এইছ এল এ ৪০৯/ ২০২০/পিটি/৫৫  সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সম হাৰত গ্ৰেচুইটি, সম হাৰত পেঞ্চন, সম হাৰত মৃতকৰ সুবিধা, সম হাৰত ছাৰ্ভিছ বুক ফেচিলিটি ও অন্যান্য সা-সুবিধাসমূহ সম হাৰত প্ৰদান কৰিব লাগে।

কৰ্মচাৰীৰ গ্ৰেচুইটি আৰু পেঞ্চনৰ ক্ষেত্ৰত সুস্থিৰ নিৰ্দেশনা প্ৰকাশ কৰি অতি শীঘ্রেই কার্য্যকৰী কৰিব লাগে। কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগত খালী হৈ থকা পদত পোনপটীয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যত নতুন কৈ স্থাপিত স্বাস্থ্য অনুষ্ঠান সমূহত নতুন পদ সৃষ্টি কৰি এন এইচ এম কৰ্মচাৰীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হ’লে পৰিয়ালত যদি যোগ্য ব্যক্তি থাকে নিযুক্তি ব্যৱস্থা কৰিব লাগে অন্যথ কৰ্মচাৰীজনৰ কৰ্মজীৱনৰ সম্পূৰ্ণ দৰমহা পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। সামাজিক সুৰক্ষা আইনৰ আওঁতাত কৰ্মচাৰীসকলক ই.পি.এফৰ ব্যৱস্থা কৰি লাগে।

Tags: এনএইছএম কৰ্মচাৰী সকলৰক'লা বেজ পৰিধান কৰি প্ৰতিবাদডিফুত ৫ দফীয়া দাবীলৈৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মচাৰী সকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট
Share4Tweet3Send

Related Posts

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx