ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Mega Health Camp : কাৰ্বি আংলঙত সফলতাৰে শুশ্ৰূষা আঁচনিৰ অধীনত মেগা স্বাস্থ্য শিৱিৰ সম্পন্ন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
October 30, 2025
Reading Time: 1 min read
A A
0
Mega Health Camp : কাৰ্বি আংলঙত সফলতাৰে শুশ্ৰূষা আঁচনিৰ অধীনত মেগা স্বাস্থ্য শিৱিৰ সম্পন্ন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

কাৰ্বি আংলং জিলাৰ বিভিন্ন বিধানসভাৰ অধীনত অসম চৰকাৰৰ শুশ্রুষা আঁচনিৰ স্বাস্থ্য শিবিৰৰ শুকুৰবাৰে সন্ধিয়া ৫ বজাত সফল সামৰণি পৰে ৷   কাৰ্বি আংলং জিলা স্বাস্থ আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ডিফু বিধান সভা সমষ্টিৰ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হয় এই অন্তিম মেগা স্বাস্থ্য শিৱিৰ ৷

কাৰ্বি আংলঙত সফলতাৰে শুশ্ৰূষা আঁচনিৰ অধীনত মেগা স্বাস্থ্য শিৱিৰ সম্পন্ন

এই স্বাস্থ্য শিৱিৰৰ শুভ উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিয়দৰ স্বাস্থ্য বিভাগৰ ইএম সূৰ্য ৰংফাৰে ৷ আনহাতে ডিফু সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেঙে উক্ত মেগা স্বাস্থ্য শিৱিৰত উপস্থিত হৈ শিৱিৰটোৰ বুজ লোৱাৰ লগতে স্বাস্থ্য কৰ্মী চিকিৎসক সকলৰ সৈতে মত বিনিময় কৰে ৷ উক্ত শিৱিৰত ১৮ বছৰ অনুৰ্ধৰ ২ সহস্ৰাধিক শিশু আৰু কিশোৰক স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য লোৱা হৈছে যদিও এই সংখ্যা এনএইছম কৰ্মচাৰী সকলৰ আকষ্মিক ভাবে ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ বাবে এই সংখ্যা কিছু হ্ৰাস পাব পাৰে বুলি আশংকা কৰা হৈছে ৷

ৰোগী সকলক দূৰ – দূৰণিৰ পৰা ডিফুলৈ আনিবলৈ কেইবাখনো বাছ ব্যৱহাৰ কৰা হৈছে ৷   যোৱা ১০ অক্টোবৰত  কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ জপৰাজান খৰছিং টেৰাং হাইস্কুল প্ৰাংগনত আৰু ২৩ অক্টোবৰত হাওৰাঘাট বিধান সভা সমষ্টিৰ ডকমকা হাবেৰাম ৰংফাৰ খেলপথাৰতো অনুষ্ঠিত হৈ যায় এই মেগা স্বাস্থ্য শিৱিৰ ৷

শিবিৰত ৫০টা বিভিন্ন ৰোগৰ চিকিৎসা প্রদান কৰা হ’য় ৷  ডিফু চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসো উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে । ডিফু বিধানসভা সমষ্টিত আজি উক্ত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় ৷ নিউৰ’লজি আৰু কাৰ্ডিঅ’লজিৰ বাবে গুৱাহাটীৰ বিশেষজ্ঞ সকলে চিকিৎসা সেৱা আগবঢ়ায় ৷

Tags: কাৰ্বি আংলঙত সফলতাৰে শুশ্ৰূষা আঁচনিৰ অধীনত মেগা স্বাস্থ্য শিৱিৰ সম্পন্ন
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT