ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Amit Shah Assam visit I নতুন ৰাজভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 29, 2025
Reading Time: 1 min read
A A
0
Amit Shah Assam visit I নতুন ৰাজভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) শুকুৰবাৰে পুৱা উজনবজাৰত নৱনির্মিত ৰাজভৱনৰ শুভ উদ্বোধন কৰে।

Amit Shah Assam visit I
নতুন ৰাজভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ:

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু উচ্চ পদস্থ বিষয়াসকল। গৃহমন্ত্ৰীয়ে নৱনির্মিত ৰাজভৱন উদ্বোধনৰ লগতে আনকেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে।

FB IMG 1756456790196 | ASSAM TIMES POST

এই অনুষ্ঠান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ বাবে আজি এটা উল্লেখনীয় দিন হিচাপে বিবেচিত হ’ব। আজি মাননীয় কেন্দ্ৰীয় গৃহ আৰু সমবায় বিভাগৰ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মাননীয় ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু আন বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত খাৰঘুলিত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰা সময়ত তেখেতৰ সংগ প্ৰদান কৰি অতি আনন্দিত হওঁ৷

মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ফৰেনছিক লেবৰেটৰীৰ অনুসন্ধান কেন্দ্ৰ, গুৱাহাটীত সীমান্ত সুৰক্ষা বলৰ মুখ্য কাৰ্যালয়ৰ পৃথক আৱাসিক পৰিসৰ, আই টি বি পিৰ সোণাপুৰস্থিত ৩৩সংখ্যক বাহিনীৰ ৩৬০জন জোৱানৰ বেৰেক, বিষয়াৰ মেছ আৰু ১০খন বিছনাযুক্ত চিকিৎসালয়ৰ ভাৰ্চুৱেলী লোকাৰ্পণ কৰে।”

তেওঁ সামাজিক মাধ্যমত লিখিছে, “তদুপৰি তেখেতে শ্ৰীকোনাত অছাম ৰাইফলছৰ মহাপৰিদৰ্শকৰ মুখ্য কাৰ্যালয়, শিলচৰৰ মাইনৰ ইউনিট আৰু যোৰহাটৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত প্ৰশাসনিক আৰু আৱাসিক আন্তঃগাঁথনি নিৰ্মাণৰভাৰ্চুৱেলী শিলান্যাস কৰে।” উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীয়ে ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙৰ চৌহদত মন্দিৰ দৰ্শন, গো-পূজন আৰু গছপুলি ৰোপণ কৰে।

Tags: গৃহমন্ত্ৰী অমিত শ্বাহৰনতুন ৰাজভৱন উদ্বোধন
Share4Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx