ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

News Desk by News Desk
May 25, 2026
Reading Time: 1 min read
A A
0
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal 2 | ASSAM TIMES POST

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে (Chief Justice Surya Kant) ককৰোচ জনতা পাৰ্টীৰ (Cockroach Janata Party ) বিতৰ্কক এনে ‘আৱেগিক’ বা ‘চেন্টিমেণ্টেল’ ৰূপত নল’বলৈ পৰামৰ্শ দিছে। বিষয়টোৰ জৰুৰী শুনানি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সময়তে শনিবাৰে আইনী দলটোক এই পৰামৰ্শ প্ৰদান কৰে মুখ্য ন্যায়াধীশে। অধিবক্তা এন কে গোস্বামীয়ে আদালতত বিষয়টো উত্থাপন কৰি যুক্তি আগবঢ়ায় যে মুখ্য ন্যায়াধীশে নিজেই বিষয়টো স্পষ্ট কৰি দিয়াৰ পাছতো ইণ্টাৰনেটত “বিকৃত আৰু বিদ্বেষমূলক প্ৰচাৰ” চলি আছে। ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশগৰাকীৰ মন্তব্য, “ইমান আৱেগিকভাৱে নল’ব।”

শেহতীয়াকৈ এটা গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে যুৱ সমালোচক বা ‘জেন জি’ ব্যৱহাৰকাৰীৰ এটা গোটক ‘পঁইতাচোৰা’ (cockroach) আৰু ‘পৰজীৱী’ (parasites) বুলি উল্লেখ কৰিছিল, যিটো পোহৰলৈ অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। অৱশ্যে পিছত মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ মন্তব্য সাধাৰণ যুৱক-যুৱতীক লক্ষ্য কৰি নহয়, ‘ভুৱা ডিগ্ৰী’ লৈ ঘূৰি ফুৰাসকলকহে কৰা হৈছে। কিন্তু তেতিয়ালৈকে এই মন্তব্যক কেন্দ্ৰ কৰি নেট জগতত ‘ককৰোচ জনতা পাৰ্টী’ বা চিজেপি নামৰ এক ব্যংগাত্মক ইণ্টাৰনেট আন্দোলন আৰম্ভ হৈছিল আৰু ই দ্ৰুতগতিত যুৱক-যুৱতীসকলৰ এক বৃহৎ অনলাইন প্ৰতিবাদলৈ পৰিণত হয়। যোৱা সপ্তাহত আৰম্ভ হোৱা এই অনলাইন আন্দোলনে ছ’চিয়েল মিডিয়াত অবিশ্বাস্য সঁহাৰি লাভ কৰিছে। মাত্ৰ কেইদিনমানৰ ভিতৰতে এই আন্দোলনৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ অনুগামীৰ সংখ্যাই এক কোটি ৯০ লাখ অতিক্ৰম কৰে, যিটো ভাৰতৰ দুটা মূল ৰাজনৈতিক দল— বিজেপি আৰু কংগ্ৰেছৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ একত্ৰিত সংখ্যাতকৈ অধিক।

c | ASSAM TIMES POST
উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

শিক্ষা মন্ত্ৰালয়ৰ সিদ্ধান্ত, বিভিন্ন পৰীক্ষাত প্ৰশ্নকাকত ফাদিল বিতৰ্ক, প্ৰতিষ্ঠানিক জবাবদিহিতাৰ দাবীত অনলাইন আবেদনত স্বাক্ষৰ কৰিবলৈ নেটিজেনসকলে #MainBhiCockroach হেজটেগ ব্যৱহাৰ কৰিছে। যিটো মিম বা ইণ্টাৰনেট কৌতুক হিচাপে আৰম্ভ হৈছিল, সেয়া এতিয়া যুৱক-যুৱতীসকলৰ বাবে চাকৰি, প্ৰতিষ্ঠানিক বিশ্বাসযোগ্যতা আৰু পৰীক্ষাৰ দুৰ্নীতিৰ বিৰুদ্ধে নিজৰ অন্তৰ্নিহিত ক্ষোভ প্ৰকাশ কৰাৰ অন্যতম ডাঙৰ কাৰক হৈ পৰিছে।

শনিবাৰে এই বিতৰ্কৰ সৈতে জড়িত আন এক পিআইএল উচ্চতম ন্যায়ালয়ত জৰুৰী শুনানিৰ বাবে দাখিল কৰা হয়। এই আবেদনত আদালতত ন্যায়াধীশসকলে ইণ্টাৰনেটত কৰা মৌখিক মন্তব্যৰ ইছ্যুকৰণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে সমগ্ৰ দেশতে সক্ৰিয় ‘ভুৱা অধিবক্তা’সকলৰ ওপৰত চিবিআইৰ তদন্তৰ দাবী জনায়। অৱশ্যে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে বিষয়টো খৰখেদা কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি নিয়ম অনুসৰি গোচৰৰ শুনানি যথা সময়ত হ’ব বুলি স্পষ্ট কৰি দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CockroachJanataParty
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
50
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
50
ADVERTISEMENT
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d