ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Amit Shah in Guwahati । খানাপাৰাত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশগ্ৰহণ গৃহমন্ত্ৰী অমিত শ্বাহৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 29, 2025
Reading Time: 1 min read
A A
0
Amit Shah in Guwahati । খানাপাৰাত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশগ্ৰহণ গৃহমন্ত্ৰী অমিত শ্বাহৰ

RELATED POSTS

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

New Logo Smal 1 | ASSAM TIMES POST

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যেন অসমত এন ডি এৰ ৰণডংকা বজাবলৈ উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)। বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱা অমিত শ্বাহে শুকুৰবাৰে খানাপাৰাত অনুষ্ঠিত এন ডি এৰ পঞ্চায়ত প্ৰতিনিধিৰ সন্মিলনত অংশগ্ৰহণ কৰে। এক কথাত ক’বলৈ গ’লে এই প্ৰতিনিধি সভাৰ জৰিয়তেই নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে।

Amit Shah in Guwahati ।
খানাপাৰাত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশগ্ৰহণ গৃহমন্ত্ৰী অমিত শ্বাহৰ:

উল্লেখ্য যে এই পঞ্চায়ত প্ৰতিনিধি সন্মিলনত এন ডি এৰ অংশীদাৰ দল বিজেপি, অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি সকলো দলৰ শীর্ষ নেতৃত্ব তথা পঞ্চায়ত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। প্রায় ২০ হাজাৰ পঞ্চায়ত প্ৰতিনিধিৰ ভিতৰত বিজেপিৰ ১৬ হাজাৰোধিক আৰু অসম গণ পৰিষদৰ ১৫০০ ৰো অধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

FB IMG 1756456817389 | ASSAM TIMES POST

উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা অমিত শ্বাহে নিশা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰদেশ বিজেপিৰ কৰ্ণধাৰ কমিটীৰ এক বৈঠকত অংশগ্ৰহণ কৰি নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটায়। তাৰ পৰা গৈ শুকুৰবাৰে পুৱা তেওঁ নৱনিৰ্মিত ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰে।

FB IMG 1756456777540 | ASSAM TIMES POST

ইয়াৰ পাছতে খানাপাৰাত আয়োজিত এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যায়। ইয়াৰ পিছত গৃহমন্ত্ৰীয়ে অসমৰ প্ৰথমগৰাকী অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব। এই অনুষ্ঠান অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অংশগ্ৰহণ গৃহমন্ত্ৰী অমিত শ্বাহৰখানাপাৰাত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত
Share4Tweet3Send

Related Posts

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
ADVERTISEMENT
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

August 24, 2026
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d