
শুকুৰবাৰে বিয়লি প্ৰায় তিনিমান বজাত অসম -নাগালেণ্ড সীমান্তৰ লাহৰিজানত সন্দেহজনক হেৰ’ইন সহ (Drugs Seized) আৰক্ষীৰ জালত পৰে এজন নগা সৰবৰাহকাৰী ৷

লাহৰিজানৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এজন নগা লোকক আৰক্ষীয়ে সন্দেহবশত: তালাই চলাই লোকজনৰ পৰা এটা চাধা টেমাত লুকুৱাই অনা ৯৪০ মিলি গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ আৰক্ষীয়ে নাগালেণ্ড চুমুকুডিমাৰ পছ’ টি নামৰ সৰবৰাহকাৰী লোকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে













