ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Al-Qaeda I বেংগালুৰুত গ্ৰেপ্তাৰ আল কায়দাৰ মহিলা সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 30, 2025
Reading Time: 1 min read
A A
0
Al-Qaeda I বেংগালুৰুত গ্ৰেপ্তাৰ আল কায়দাৰ মহিলা সন্ত্ৰাসবাদী

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

IndiGo crisis I কিহৰ বাবে ইণ্ডিগ’ৰ সমস্যা, ৰহস্য উন্মোচন কৰিবলৈ কেন্দ্ৰৰ তদন্ত আৰম্ভ

গুজৰাটৰ সন্ত্ৰাসবাদ-বিৰোধী দলে আল কায়দা (Al-Qaeda) সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত বেংগালুৰুৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলাগৰাকীৰ নাম ছামা পাৰবীন।

Al-Qaeda I
বেংগালুৰুত গ্ৰেপ্তাৰ আল কায়দাৰ মহিলা সন্ত্ৰাসবাদী:

তেওঁৰ বয়স ৩০ বছৰ। বুধবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত গুজৰাটৰ গৃহ ৰাজ্য মন্ত্ৰী হৰ্ষ ৰমেশভাই সংঘৱীয়ে দাবী কৰে যে মহিলাগৰাকী মৌলবাদী আৰু অনলাইন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে যোগাযোগত আছে বুলি অভিযোগ উঠিছে।

বিগত কেইদিনমানৰ পৰা গুজৰাটৰ এ টি এছে সন্ত্ৰাসবাদীৰ সন্দেহত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, গুজৰাটৰ এ টি এছে বেংগালুৰুলৈ গৈ ছামাক গ্ৰেপ্তাৰ কৰা বুলি কয়। তেওঁৰ মোবাইল ফোনত পাকিস্তানৰ কেইবাজনো উচ্চ পদস্থ বিষয়াৰ নম্বৰ পোৱা গৈছে।

প্ৰথমতে জানিব পৰা মতে, তেওঁ তেওঁলোকৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছিল। ধৃত ছামা প্ৰকৃততে ঝাৰখণ্ডৰ বাসিন্দা বুলিও জানিব পৰা গৈছে। বিগত ৩ বছৰে তেওঁ ভাতৃৰ সৈতে বেংগালুৰুত এটা ঘৰ ভাড়া কৰি আছিল। আগতে তেওঁ এটা কোম্পানীত কাম কৰিছিল। অৱশ্যে বৰ্তমান তেওঁ কৰ্মহীন হৈ আছিল।

ছামাৰ গ্ৰেপ্তাৰৰ ঘটনাই স্তম্ভিত কৰি তুলিছে তেওঁৰ বেংগালুৰুৰ চুবুৰীয়াক। স্বাভাৱিকতে তেওঁলোকে গম পোৱা নাছিল যে ৩০ বছৰীয়া যুৱতীগৰাকীৰ কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে কোনো সম্পৰ্ক থাকিব পাৰে। তদন্তকাৰীয়ে দাবী কৰিছে যে ছামা কেইবাজনো ‘হাই-প্ৰফাইল ৰেডিকেল’ৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছিল।

ছামাৰ পূৰ্বে গুজৰাট এ টি এছে আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক আল কায়দাৰ সৈতে জড়িত বুলিও অভিযোগ উত্থাপন হৈছে। আটক কৰাকেইজনৰ ভিতৰত আছে দিল্লীৰ বাসিন্দা মহম্মদ ফৈক, আহমেদাবাদৰ যুৱক মহম্মদ ফাৰ্দিন, মোদাছাৰ ছাইফুল্লাহ কুৰেশ্বি আৰু নয়দাৰ জেছান আলী।

গ্ৰেপ্তাৰ হোৱা লোকসকলৰ সকলোৱে মিলি সন্ত্ৰাসবাদী সংগঠনটোৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে কাম কৰিছিল বুলি দাবী কৰিছে এ টি এছে। ইয়াৰ লগতে তেওঁলোকে ইনষ্টাগ্ৰাম আৰু অন্যান্য ছ’চিয়েল মিডিয়াত বিভিন্ন অপপ্ৰচাৰৰ ভিডিঅ’ পোষ্ট কৰি নেটিজেনসকলক প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে কেইবাটাও বেনামী একাউণ্টৰ পৰা ভুৱা মেছেজ কৰি এই অপপ্ৰচাৰ কৰিছিল।

গুজৰাট এ টি এছৰ দাবী যে ফাৰ্দিন নামৰ যুৱকজনৰ হাতত মৌলবাদী আৰু নিষিদ্ধ সংগঠনৰ বিভিন্ন গ্ৰন্থ আৰু কাগজ উদ্ধাৰ হৈছে। অভিযোগ অনুসৰি, যুৱকজনৰ হাতত ‘অপাৰেচন সিন্দুৰ’ৰ বিৰুদ্ধে আল কায়দাৰ মতামতৰ সৈতে জড়িত নথি-পত্ৰও আছিল। দুয়ো মিলি চৰকাৰবিৰোধী কাম-কাজত জড়িত হৈ পৰিছিল।

গ্ৰেপ্তাৰ কৰা লোককেইজনৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৩, ১৮, ৩৮ আৰু ৩৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ ১১৩, ১৫২, ১৯৬ আৰু ৬১ ধাৰাত এজাহাৰ দাখিল কৰা হৈছে। বুধবাৰে আদালতত হাজিৰ কৰা হ’ব ছামাক।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: কায়দাৰ মহিলা সন্ত্ৰাসবাদীবেংগালুৰুত গ্ৰেপ্তাৰ আল
Share5Tweet3Send

Related Posts

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে
National-International

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

by Staff Reporter
December 6, 2025
50
Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ
National-International

Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

by Staff Reporter
December 6, 2025
50
ইণ্ডিগো বিমান উৰণৰ সময়ত ইঞ্জিনত ধোঁৱা! ১৮৭ জন যাত্ৰীক গোৱাত উদ্ধাৰ নৌসেনাৰ
National-International

IndiGo crisis I কিহৰ বাবে ইণ্ডিগ’ৰ সমস্যা, ৰহস্য উন্মোচন কৰিবলৈ কেন্দ্ৰৰ তদন্ত আৰম্ভ

by Staff Reporter
December 6, 2025
50
বিমানবন্দৰত ৰঙা কাৰ্পেট, বিমানৰ পৰা নামি অহাৰ লগে লগে পুটিনক সাৱটি ধৰিলে মোদীয়ে
National-International

Putin India visit I ঝোল ম’ম;ৰ পৰা পনীৰ ৰোললৈকে… কিহেৰে আপ্যায়ণ কৰিলে পুটিনক ?

by Staff Reporter
December 6, 2025
50
Woman died in Flight : মুম্বাই-বাৰানসী বিমানত মাজ আকাশতে মৃত্যু যাত্ৰীৰ, ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ
National-International

IndiGo crisis । ইণ্ডিগ’ত টিকট ক্ৰয় কৰিছিল নেকি? বিমান বাতিল হোৱাৰ পিছত কেনেদৰে লাভ কৰিব ধন

by Staff Reporter
December 6, 2025
50
indigoairlines | ASSAM TIMES POST
National-International

IndiGo crisis । ইণ্ডিগ’ৰ বিভ্ৰান্তিৰ বাবে দোষীসকলে মূল্য ভৰিব লাগিব, সকীয়াই দিলে বিমান পৰিবহণ মন্ত্ৰীয়ে

by Staff Reporter
December 6, 2025
50
ADVERTISEMENT
Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown
KARBI ANGLONG

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

December 6, 2025
50
মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে
National-International

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

December 6, 2025
50
Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ
National-International

Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

December 6, 2025
50
ইণ্ডিগো বিমান উৰণৰ সময়ত ইঞ্জিনত ধোঁৱা! ১৮৭ জন যাত্ৰীক গোৱাত উদ্ধাৰ নৌসেনাৰ
National-International

IndiGo crisis I কিহৰ বাবে ইণ্ডিগ’ৰ সমস্যা, ৰহস্য উন্মোচন কৰিবলৈ কেন্দ্ৰৰ তদন্ত আৰম্ভ

December 6, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

December 6, 2025
মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

December 6, 2025
Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

December 6, 2025

Categories

accident (1) ALL NEWS (17411) Artificial Intelligence (3) Assam (13861) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3506) Lifestyle (24) literature (16) National-International (11060) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d