ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Afghanistan Taliban Govt I তালিবান চৰকাৰক স্বীকৃতি মস্কোৰ, পুটিনৰ সিদ্ধান্তত অবাক বিশ্ব

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 4, 2025
Reading Time: 1 min read
A A
0
Taliban I আফগানিস্তানত গৰ্ভনিৰোধক ব্যৱহাৰত নিষেধাজ্ঞা তালিবানৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক

Donald Trump I বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ, ৪০ মিনিটৰ বাৰ্তালাপ

Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২

আফগানিস্তানৰ তালিবান (Afganistan Taliban) চৰকাৰক স্বীকৃতি ৰাছিয়াৰ। ৰাছিয়াই হৈছে এই স্বীকৃতি দিয়া প্ৰথমখন দেশ। উল্লেখ্য যে প্ৰায় ৪ বছৰ পূৰ্বে আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰিছিল। কিন্তু এই তালিবান চৰকাৰখনক এতিয়ালৈকে কোনো দেশেই স্বীকৃতি দিয়া নাই।

Afghanistan Taliban Govt I
তালিবান চৰকাৰক স্বীকৃতি মস্কোৰ, পুটিনৰ সিদ্ধান্তত অবাক বিশ্ব:

অৱশেষত ৰাছিয়াই সেই স্বীকৃতি দিলে। ৰাছিয়াত তালিবানে নিযুক্তি দিয়া আফগান ৰাষ্ট্ৰদূত গুল হাছান হাছানকো মস্কোৰ অতিথি হিচাপে গ্ৰহণ কৰিছে পুটিন প্ৰশাসনে।

২০২১ চনত আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ সহযোগত আফগান চৰকাৰক অপসাৰণ কৰাৰ পিছত বিশ্বৰ বহু দেশত আফগান দূতাবাসৰ দুৱাৰ বন্ধ হৈ পৰে। কিন্তু ৰাছিয়াই সেই পথ লোৱা নাছিল।

যদিও ইমান দিনে মস্কোত থকা আফগান দূতাবাসৰ সন্মুখত আফগানিস্তানৰ ত্ৰিৰংগ পতাকা দেখা গৈছিল, বৃহস্পতিবাৰে দূতাবাসত তালিবানৰ বগা পতাকা সলনি কৰা হয়। উল্লেখ্য যে পুটিন প্ৰশাসনে যোৱা এপ্ৰিল মাহত তালিবানৰ পৰা ‘সন্ত্রাসবাদী’ লেবেল প্ৰত্যাহাৰ কৰিছিল। তেতিয়াই বুজা গৈছিল যে মস্কোৱে তালিবান চৰকাৰক স্বীকৃতি দিবলৈ ওলাইছে।

বৃহস্পতিবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয়, “আমি বিশ্বাস কৰোঁ যে যদি আফগান চৰকাৰক আনুষ্ঠানিক স্বীকৃতি দিয়া হয় তেন্তে দুয়োখন দেশৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু উন্নয়নৰ গতি বৃদ্ধি পাব।”

তালিবান চৰকাৰৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকিয়ে ৰাছিয়া চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয়, “এয়া আমাৰ (ৰাছিয়া আৰু আফগানিস্তান) ইতিহাসৰ এক ডাঙৰ মাইলৰ খুঁটি হ’ব।” বৃহস্পতিবাৰে মস্কোত আয়োজিত এক অনুষ্ঠানত ৰাছিয়াৰ উপ-বিদেশ মন্ত্ৰী আন্দ্ৰেই ৰুডেংকোৱে ৰাছিয়াত থকা তালিবানৰ দূতক সাক্ষাৎ কৰে।

যদিও আমেৰিকা আৰু ভাৰতৰ দৰে আন বহু দেশে তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই, তথাপিও কাবুলৰ সৈতে যোগাযোগৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা নাই।

দেশখনত মানৱ অধিকাৰ উলংঘা আৰু নাৰীৰ অক্ষমতা সম্পৰ্কে বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। আমেৰিকায়ো এই বিষয়সমূহৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছে। এই পৰিৱেশত ৰাছিয়াই তালিবান চৰকাৰক স্বীকৃতি দিলে।

Tags: তালিবান চৰকাৰক স্বীকৃতি মস্কোৰপুটিনৰ সিদ্ধান্তত অবাক বিশ্ব
Share4Tweet3Send

Related Posts

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক
National-International

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক

by News Desk
April 15, 2026
50
২৫ বছৰত প্রথমবাৰৰ বাবে ৪০০ ধনকুবেৰৰ তালিকাৰ পৰা বাদ ডোনাল্ড ট্রাম্প
National-International

Donald Trump I বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ, ৪০ মিনিটৰ বাৰ্তালাপ

by Staff Reporter
April 15, 2026
50
Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২
National-International

Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২

by Staff Reporter
April 15, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Lok Sabha I লোকসভাৰ আস ৮৫০ খনলৈ বৃদ্ধিৰ পৰিকল্পনা মোদী চৰকাৰৰ

by Staff Reporter
April 15, 2026
50
তামিলনাডুত বিজেপিৰ ইস্তাহাৰ একাধিক প্ৰতিশ্ৰুতি । মমতা বেনাৰ্জীয়ে দেখুওৱা পথ অনুসৰণ
National-International

তামিলনাডুত বিজেপিৰ ইস্তাহাৰ একাধিক প্ৰতিশ্ৰুতি । মমতা বেনাৰ্জীয়ে দেখুওৱা পথ অনুসৰণ

by Staff Reporter
April 14, 2026
50
Bihar new CM : বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপিৰ সম্ৰাট চৌধুৰী, বুধবাৰে কৰিব শপত গ্ৰহণ
National-International

Bihar new CM : বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপিৰ সম্ৰাট চৌধুৰী, বুধবাৰে কৰিব শপত গ্ৰহণ

by News Desk
April 14, 2026
50
ADVERTISEMENT
Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক
National-International

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক

April 15, 2026
50
২৫ বছৰত প্রথমবাৰৰ বাবে ৪০০ ধনকুবেৰৰ তালিকাৰ পৰা বাদ ডোনাল্ড ট্রাম্প
National-International

Donald Trump I বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ, ৪০ মিনিটৰ বাৰ্তালাপ

April 15, 2026
50
Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২
National-International

Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২

April 15, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Lok Sabha I লোকসভাৰ আস ৮৫০ খনলৈ বৃদ্ধিৰ পৰিকল্পনা মোদী চৰকাৰৰ

April 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক

April 15, 2026
২৫ বছৰত প্রথমবাৰৰ বাবে ৪০০ ধনকুবেৰৰ তালিকাৰ পৰা বাদ ডোনাল্ড ট্রাম্প

Donald Trump I বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ, ৪০ মিনিটৰ বাৰ্তালাপ

April 15, 2026
Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২

Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২

April 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx