ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

CM Himanta Biswa Sarma । সামাজিক মাধ্যমত সক্ৰিয় হৈছে বিশেষ মৌলবাদী চক্ৰ, মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 20, 2025
Reading Time: 1 min read
A A
0
“২ কোটি ভেকচিন অৰ্ডাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে য’ত ১ কোটি ভেকচিন ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে” : হিমন্ত বিশ্ব

RELATED POSTS

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

New Logo Smal 1 | ASSAM TIMES POST

অসমৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰ-বাহিৰ পৰা চেষ্টা চলি আছে আৰু এইক্ষেত্রত সামাজিক মাধ্যমক এচামে ডাঙৰ অস্ত্র হিচাপে গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ পাঁচ হাজাৰোধিক একাউণ্ট যোৱা এমাহৰ পৰা হঠাতে সক্ৰিয় হৈ পৰিছে। দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা উল্লেখ কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)।

CM Himanta Biswa Sarma ।
সামাজিক মাধ্যমত সক্ৰিয় হৈছে বিশেষ মৌলবাদী চক্ৰ, মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ:

অসমৰ আগন্তুক নিৰ্বাচনক লৈ কেতবোৰ উপাদান সক্ৰিয় হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সামাজিক মাধ্যমত তেওঁলোকে প্ৰ’-পেলেষ্টাইনী, প্ৰ’-ইৰ‍াণী, প্ৰ’-মহম্মদ ইউনুছৰ লগতে অসমৰ এজন নেতা আৰু দলৰ সমৰ্থনত পোষ্ট কৰি আছে। ইয়াৰ এক ফৰেনচিক বিশ্লেষণৰ ব্যৱস্থা কৰা বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে এনে ২,০৯২ টা একাউণ্ট অধ্যয়ন কৰা বুলি উল্লেখ কৰি কয় যে ইয়াত দেখা গৈছে যে তেওঁলোকৰ ভিতৰত ৭০০ ৰো অধিক বাংলাদেশৰ, ৩৫০ টা পাকিস্তানৰ, ৫০০ ৰো অধিক একাউণ্ট মাধ্যপ্ৰাচ্যৰ পৰা সক্ৰিয় হৈ আছে। এই একাউণ্টবোৰে অসমৰ এজন নেতা আৰু কংগ্ৰেছক লাইক কৰাৰ উপৰি তেওঁলোক উগ্ৰ ইছলামিক মৌলবাদী বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে, তেওঁলোকে অসমৰ এজন নেতা আৰু অসম কংগ্ৰেছক ফল’ কৰাৰ কথা উল্লেখ কৰি এই মানুহখিনিৰ মাজত এটা সংযোগ থকাৰ অভিযোগ আনে।

ইয়াৰ পৰায়ে অসমৰ আগন্তুক নিৰ্বাচনক লৈ অসমত ফাণ্ডামেণ্টেলিষ্ট এলিমেণ্টছৰ প্ৰৱেশ ঘটাটো অনুমান কৰিব পাৰি বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনকি এই বাহিৰা উপাদানবোৰেঅসমত আহি গুৱাহাটীৰ খাৰঘুলি আৰু জি এছ ৰোডত ঘৰ ভাৰাত লৈ থকা বুলিও বিস্ফোৰক মন্তব্য কৰে। লগতে এই সকলোবোৰ চৰকাৰৰ নিৰীক্ষণত থকা বুলিও উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বিশেষ মৌলবাদী চক্ৰমুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগসামাজিক মাধ্যমত সক্ৰিয় হৈছে
Share4Tweet3Send

Related Posts

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ
Assam

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

by News Desk
September 10, 2026
56
Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala
Assam

Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala

by News Desk
September 10, 2026
52
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

by News Desk
September 10, 2026
56
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

by News Desk
September 10, 2026
55
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল
Assam

চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

by News Desk
September 10, 2026
53
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
ADVERTISEMENT
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
52
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026
51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d