ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India I বিভিন্ন কাৰণত পুনৰ বাতিল এয়াৰ ইণ্ডিয়াৰ বহু বিমান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 20, 2025
Reading Time: 1 min read
A A
0
মাজ আকাশত হঠাৎ তীব্ৰ জোকাৰণি! দিল্লীৰ পৰা অহা বিমানত আহত বহু

RELATED POSTS

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

New Logo Smal 1 | ASSAM TIMES POST

পুনৰ বাতিল কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ (Air India) কেইবাখনো বিমান। ইয়াৰ ভিতৰত ঘৰুৱা বিমান সেৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও আছে। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই বিমান বাতিলৰ বিভিন্ন কাৰণ দাঙি ধৰিছে।

Air India I
বিভিন্ন কাৰণত পুনৰ বাতিল এয়াৰ ইণ্ডিয়াৰ বহু বিমান:

এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰি কয় যে ৰক্ষণাবেক্ষণৰ বাবে ডুবাইৰ পৰা চেন্নাইলৈ যোৱা এআই ৯০৬, দিল্লীৰ পৰা মেলবোৰ্ণলৈ এআই ৩০৮, মেলবোৰ্ণৰ পৰা দিল্লীলৈ এআই ৩০৯, ডুবাইৰ পৰা হায়দৰাবাদলৈ যোৱা এআই ২২০৪ বাতিল কৰা হৈছে। কেৱল সেয়াই নহয়, পুনেৰ পৰা দিল্লীলৈ এআই ৮৭৪, আহমেদাবাদৰ পৰা দিল্লীলৈ এআই ৪৫৬, হায়দৰাবাদৰ পৰা মুম্বাইলৈ এআই ২৮৭২ আৰু চেন্নাইৰ পৰা মুম্বাইলৈ এআই ৫৭১ বিমান বাতিল কৰা হৈছে। ৰক্ষণাবেক্ষণৰ উপৰি বেয়া বতৰ আৰু বন্ধ আকাশমাৰ্গৰ বাবেও এয়াৰ ইণ্ডিয়াই বিমান সেৱা বাতিল কৰিছে।

এয়াৰ ইণ্ডিয়াই বিমান বাতিলৰ বাবে যাত্ৰীসকলৰ আগত দুখ প্ৰকাশ কৰিছে। বিমান সংস্থাটোৱে জনাইছে যে বাতিল কৰা টিকটৰ বাবে যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। অৱশ্যে যাত্ৰীসকলে ইচ্ছা কৰিলে এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ বাবে বিকল্প ব্যৱস্থা কৰিব। লগতে এয়াৰ ইণ্ডিয়াৰ বিমানত বিভিন্ন পৰীক্ষা চলি থকা বুলিও জানিবলৈ দিয়ে। যদি কিবা বিসংগতি ধৰা পৰে তেন্তে সেইবোৰো মেৰামতি কৰি আছে কৰ্তৃপক্ষই।

এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰে ঘোষণা কৰে যে প্ৰতি সপ্তাহত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পথত বিমানৰ সংখ্যা হ্ৰাস কৰিব। ইয়াৰ উপৰি ২১ জুনৰ পৰা ১৫ জুলাইলৈ তিনিটা পথত বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইৰাণ-ইজৰাইল সংঘাতৰ ফলতো এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাত প্ৰভাৱ পৰিছে। এই সংঘাতৰ বাবে পশ্চিম এছিয়াৰ কেইবাটাও আকাশমাৰ্গ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

ফলত একাংশ বিমানে গন্তব্যস্থানলৈ বেলেগ পথ লৈছে। কিন্তু বহুক্ষেত্ৰত দেখা যায় যে বিমানখনে সময়মতে গন্তব্য স্থানত উপস্থিত হ’ব পৰা নাই আৰু তাৰ পৰাই বিমানখনে সমস্যাৰ সন্মুখীন হৈছে। বিমান সেৱা বাতিল কৰিবলৈ বাধ্য হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এয়াৰ ইণ্ডিয়াৰ বহু বিমানবিভিন্ন কাৰণত পুনৰ বাতিল
Share4Tweet3Send

Related Posts

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

by News Desk
August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
52
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
52
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
58
ADVERTISEMENT
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d