ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

নিউজ ডেস্কঃ

News Desk by News Desk
August 27, 2026
Reading Time: 1 min read
A A
0
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

RELATED POSTS

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

New Logo Smal 3 | ASSAM TIMES POST

জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (Bodoland Territorial Council) চমুকৈ বিটিচিৰ (BTC) উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে (Vice Chairman Bijit Gaurav Narzari)। বুধবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত নিজা বাসগৃহত তেওঁক চিপ লোৱা অৱস্থাত উদ্ধাৰ (Deathbody recovered) কৰা হয়। অৱশ্যে কি কাৰণত তেওঁ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ে সঠিকভাৱে এতিয়াও জানিব পৰা হোৱা নাই।

vice | ASSAM TIMES POST
বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে বিটিচিৰ ২৬নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ হৈছে বিজিৎ গৌৰা নাৰ্জাৰী। ইফালে তেওঁৰ এই আকস্মিক তেওঁৰ খবৰে সমগ্ৰ বিটিচি অঞ্চলত শোকৰ ছাঁ পেলাইছে। তেওঁৰ গভীৰ শোক প্ৰকাশ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁৰ মৃত্যু সমাজ আৰু জনজীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। বিজিৎ গৌৰা নাৰ্জাৰীৰ অকাল মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি তেওঁ কয় যে নাৰ্জাৰীৰ আকস্মিক মৃত্যু বিটিচিৰ সমাজ আৰু জনজীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এই কঠিন সময়ত তেওঁৰ শোকসন্তপ্ত পৰিয়াল, বন্ধু-বান্ধৱী তথা সহকৰ্মীসকললৈ বিটিচি প্ৰধানে আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। আনহাতে, বিপিএফ নেতা তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়েও নাৰ্জাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁৰ অভাৱ সমগ্ৰ অঞ্চলটোতে অনুভৱ কৰা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BTCViceChairmandeath
Share4Tweet3Send

Related Posts

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
ADVERTISEMENT
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d