ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

IPL suspended I ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ বাবে স্থগিত আই পি এল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 9, 2025
Reading Time: 1 min read
A A
0
IPL 2025 : এইবাৰ আই পি এলত তিনিটা নতুন নিয়মৰ সংযোজন, কি এই নিয়ম?

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Family killed in accident I আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু

Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে আই পি এল (IPL)। কেতিয়া পুনৰ আৰম্ভ হ’ব সেই কথা সময়ত ঘোষণা কৰিব বি চি চি আয়ে। বৃহস্পতিবাৰে পাকিস্তানৰ ড্ৰ’ন আক্ৰমণৰ বাবে পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ খেলখন মাজভাগতে বন্ধ হৈ পৰে। তেতিয়াৰে পৰাই আই পি এল সাময়িকভাৱে স্থগিত ৰখা হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। শুকুৰবাৰে সেয়া সত্য হয়।

IPL suspended I
ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ বাবে স্থগিত আই পি এল:

বি চি চি আইৰ এজন বিষয়াই সংবাদ সংস্থা পিটিআইক কয়, “যেতিয়া দেশৰ পৰিস্থিতি এনেকুৱা হয়, যুদ্ধৰ পৰিৱেশ থাকে, তেতিয়া ক্ৰিকেট খেলাটো ভাল নালাগে।”

উল্লেখ্য যে ‘অপাৰেচন সিন্দুৰ’ৰ পিছত যোৱা বুধবাৰে নিশাৰ ভাগত ইডেন গাৰ্ডেনৰ মেচত বোমা আতংকৰ সৃষ্টি হয়। আনহাতে, জয়পুৰৰ সাৱাই মানসিং ষ্টেডিয়ামত বৃহস্পতিবাৰে সংঘটিত হয় বোমা বিস্ফোৰণ।

তাৰ পিছত বৃহস্পতিবাৰে নিশাৰ মেচখন পাকিস্তানত ড্ৰ’ন আক্ৰমণৰ বাবে মাজভাগতে বন্ধ কৰিবলগীয়া হয়। ইয়াৰ ফলত বি চি চি আয়ে কোনো ধৰণৰ বিপদাশংকা ল’ব বিচৰা নাই। সেয়ে সম্প্ৰতি আই পি এল স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে।

উল্লেখ্য যে ২৫ মে’ত ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱাৰ কথা আছিল ফাইনেল। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আই পি এল বিদেশলৈ যাব নেকি সেই লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। সূত্ৰ অনুসৰি, আই পি এলৰ অন্তিম পৰ্যায় দক্ষিণ আফ্ৰিকালৈও যাব পাৰে।

অৱশ্যে প্ৰতিযোগিতাখনৰ বাকী থকা মেচসমূহৰ সন্দৰ্ভত পিছত সিদ্ধান্ত লোৱা হ’ব বুলি বি চি চি আয়ে প্ৰকাশ কৰে । ব’ৰ্ডে লগতে কয় যে এই সিদ্ধান্ত সুৰক্ষাৰ কাৰণে লোৱা হৈছে। সম্প্ৰতি অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে আই পি এল।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: .ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ বাবেস্থগিত আই পি এল
Share4Tweet3Send

Related Posts

Road accidents : বালিপথাৰৰ ডিলাউজানত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, এজন থিতাতে নিহত
National-International

Family killed in accident I আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু

by Staff Reporter
May 19, 2025
50
Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ
National-International

Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ

by Staff Reporter
May 19, 2025
50
খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা
National-International

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

by Staff Reporter
May 19, 2025
50
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ
National-International

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 19, 2025
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

by Staff Reporter
May 19, 2025
50
Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur
National-International

Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur

by Staff Reporter
May 19, 2025
50
ADVERTISEMENT
Road accidents : বালিপথাৰৰ ডিলাউজানত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, এজন থিতাতে নিহত
National-International

Family killed in accident I আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু

May 19, 2025
50
Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ
National-International

Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ

May 19, 2025
50
খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা
National-International

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

May 19, 2025
50
Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case
Assam

Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case

May 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accidents : বালিপথাৰৰ ডিলাউজানত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, এজন থিতাতে নিহত

Family killed in accident I আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু

May 19, 2025
Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ

Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ

May 19, 2025
খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

May 19, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13671) BREAKING NEWS (6481) Business (34) crime (16) cultural (5) Digital Transformation (1) DIPHU (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (1) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2040) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3378) Lifestyle (24) literature (16) National-International (9954) NORTHEAST (848) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d