ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air Siren in Chandigarh I পুৱাতে পাটিয়ালা, চণ্ডীগড়ত বাজিল চাইৰেন, বিমান আক্ৰমণৰ আশংকাত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 9, 2025
Reading Time: 1 min read
A A
0
Air Siren in Chandigarh I পুৱাতে পাটিয়ালা, চণ্ডীগড়ত বাজিল চাইৰেন, বিমান আক্ৰমণৰ আশংকাত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

চণ্ডীগড় আৰু পঞ্জাবৰ পাটিয়ালাত শুকুৰবাৰে পুৱাতে বাজি উঠে ‘এয়াৰ চাইৰেন’ (Air Siren) । প্ৰশাসনিক সূত্ৰই জনোৱা মতে, সম্ভাৱ্য আক্ৰমণৰ আশংকাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। চণ্ডীগড়ৰ উপ-আয়ুক্ত নিশান্ত কুমাৰ যাদৱে সকলো বাসিন্দাক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে। বাৰান্দালৈ ওলাই অহাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
পাটিয়ালা জিলা প্ৰশাসনেও সকলোকে ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে।

Air Siren in Chandigarh I
পুৱাতে পাটিয়ালা, চণ্ডীগড়ত বাজিল চাইৰেন:

একেবাৰে প্ৰয়োজনীয় নহ’লে তাত থকা বাসিন্দাসকলক বাহিৰলৈ ওলাই যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰাপত্তাজনিত কাৰণত জিলাখনৰ সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।
বৃহস্পতিবাৰে নিশা পাকিস্তানে জম্মুৰ উপৰি ভাৰতৰ পশ্চিম সীমান্তৰ ৰাজস্থান আৰু পঞ্জাবৰ কিছু অংশত ড্ৰোন আক্ৰমণ চলায়। ইটোৰ পিছত সিটোকৈ মিছাইল আৰু মৰ্টাৰ পৰে।

পাকিস্তানৰ আক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে তিনিখন ৰাজ্যৰ সীমান্ত অঞ্চলত লাইট বন্ধ কৰি দিয়া হয়। সেই সময়তো পঞ্জাবৰ ৰাজধানী চণ্ডীগড়ত চাইৰেন বজোৱা হৈছিল। কেইবা ঘণ্টা ধৰি ‘ব্লেকআউট’ৰ অন্তত শুকুৰবাৰে পুৱা চণ্ডীগড়ত পুনৰ বিদ্যুৎ সেৱা আৰম্ভ কৰা হয়। কিন্তু পাকিস্তানৰ বিমান আক্ৰমণৰ সম্ভাৱনাৰ বাবে আজি পুৱা পুনৰ বাজি উঠে এয়াৰ চাইৰেন।

ইফালে ভাৰতীয় সেনাই বৃহস্পতিবাৰে নিশা পাকিস্তানী ড্ৰোন আক্ৰমণক প্ৰতিহত কৰাৰ লগতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদ, লাহোৰ আৰু শিয়ালকোটত প্ৰতিশোধমূলক আক্ৰমণ চলায়।

Tags: চণ্ডীগড়ত বাজিল চাইৰেনপুৱাতে পাটিয়ালাবিমান আক্ৰমণৰ আশংকাত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ
Share4Tweet3Send

Related Posts

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

by News Desk
May 26, 2026
50
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা
National-International

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

by News Desk
May 26, 2026
50
Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা
National-International

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

by News Desk
May 26, 2026
50
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

by Staff Reporter
May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

by Staff Reporter
May 26, 2026
50
ADVERTISEMENT
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
50
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা
National-International

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

May 26, 2026
50
Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা
National-International

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

May 26, 2026
50
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

May 26, 2026
Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT