ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ ডিমৰুগুৰিৰ ৰেনল্ট ডিলাৰত কৰ্মচাৰীৰ ৰহস্যজনক মৃত্যু

ASSAM TIMES POST by ASSAM TIMES POST
February 2, 2020
Reading Time: 1 min read
A A
0

RELATED POSTS

নিষিদ্ধ গুটখা, পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ গোচৰত ইডিৰ (ED) অভিযান

Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

নগাঁও : নগাঁও জিলাৰ ইটাচালী নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ডিমৰুগুৰিৰ ৰেনল্ট(Renault)ডিলাৰত আজি পুৱা পুতুল শইকীয়া(৫২) নামৰ এজন কৰ্মচাৰীৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।প্ৰাপ্ত তথ্য মতে গোমোঠা গাঁৱৰ পুতুল শইকীয়া নামৰ বিবাহিত ব্যক্তিগৰাকীয়ে বিগত কেইবামাহ ধৰি ডিমৰুগুৰিৰ উক্ত প্ৰতিষ্ঠানটোত নিৰাপত্তা ৰক্ষী  হিচাপে কৰ্মৰত হৈ আছিল।

ব্যক্তিজনে কালি বিয়লি প্ৰতিষ্ঠানটোত নৈশ কৰ্তব্যৰ উদ্দেশ্যৰে ঘৰৰ পৰা গৈছিল।কিন্তু আজি পুৱা প্ৰতিষ্ঠানটোত অন্য এগৰাকী কৰ্মচাৰী নিজৰ কৰ্তব্যৰ বাবে যাওঁতে শইকীয়াৰ মৃত্যু হোৱাৰ ঘটনাটো পোহৰলৈ আহে।কৰ্মচাৰীজনে ডিলাৰটোৰ মূল প্ৰৱেশদ্বাৰ বন্ধ দেখি পুতুল শইকীয়া নামৰ লোকজনৰ লগত মোবাইল ফোনেৰে কেইবাবাৰো যোগাযোগ কৰাৰ চেষ্টা কৰে যদিও তেওঁৰ  পৰা কোনো সঁহাৰি নাপালে।অৱশেষত কৰ্মচাৰীজনে প্ৰতিষ্ঠানটোৰ অন্য এখন প্ৰৱেশদ্বাৰৰে ভিতৰত প্ৰৱেশ কৰাত পুতুল শইকীয়া নামৰ ব্যক্তিজন এটা কোঠাৰ মজিয়াত মৃত অৱস্থাত পৰি থকা দেখা পায়।

পিছত প্ৰতিষ্ঠানটোৰ কর্তৃপক্ষই ঘটনাটোৰ সন্দৰ্ভত নগাঁৱৰ ইটাচালি আৰক্ষীৰ লগতে পৰিয়ালৰ লোকক অৱগত কৰে।কিছু সময়ৰ পিছতে নগাঁৱৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি  মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইতিমধ্যে ঘটনা সন্দৰ্ভত মৃত ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও ব্যক্তিগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীয়ে চি. চি.টিভিৰ কেমেৰাত চলোৱা পৰ্যবেক্ষণৰ  পিছতহে লোকজনৰ কি পৰিস্থিতিত মৃত্যু হল সেই কথা পোহৰলৈ আহিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: featured3
Share5Tweet3Send

Related Posts

নিষিদ্ধ গুটখা, পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ গোচৰত ইডিৰ (ED) অভিযান
Assam

নিষিদ্ধ গুটখা, পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ গোচৰত ইডিৰ (ED) অভিযান

by Staff Reporter
November 26, 2026
52
Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ
ALL NEWS

Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ

by News Desk
November 26, 2026
50
26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল
ALL NEWS

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

by News Desk
November 26, 2026
50
Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত
Assam

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

by Staff Reporter
November 25, 2026
50
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
Assam

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

by News Desk
November 25, 2026
51
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ
Assam

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

by News Desk
November 25, 2026
52
ADVERTISEMENT
LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র
National-International

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

November 27, 2026
50
Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ
National-International

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

November 27, 2026
50
Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল
National-International

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

November 27, 2026
50
বিচ্ছেদৰ প্ৰতিশোধ! শাহুআইক ঘপিয়াই হত্যা প্রাক্তন জোঁৱাইৰ
National-International

Brothers killed woman I দুই জায়েকৰ মাজত কাজিয়া, খঙত দুয়োকে হত্যা কৰি পুতি থলে দুই ভাতৃয়ে

November 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

November 27, 2026
Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

November 27, 2026
Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

November 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d