ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rape verdict controversy : পাইজামাৰ ৰছী খুলিলেই ধৰ্ষণৰ চেষ্টা নহয়, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কেন্দ্ৰীয় মন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 21, 2025
Reading Time: 1 min read
A A
0
Rape verdict controversy : পাইজামাৰ ৰছী খুলিলেই ধৰ্ষণৰ চেষ্টা নহয়, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কেন্দ্ৰীয় মন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

পকছো (POCSO) গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয় (Allahabad High Court)ৰ এটা ৰায়ক লৈ বিতৰ্ক (Controversy over verdict)ৰ সৃষ্টি হৈছে। এইবাৰ কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ (Central Women and Child Welfare) মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে (Annapurna Devi) এই ৰায়ক ‘ভুল’ বুলি অভিহিত কৰে। শুকুৰবাৰে তেওঁ এই ৰায়ক গৰিহণা দিয়াই নহয়, উচ্চতম ন্যায়ালয়ক বিষয়টো পৰ্যবেক্ষণ কৰিবলৈও অনুৰোধ জনায়। লগতে মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে, “এই ৰায়দানে সমাজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিছে।”

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল এলাহাবাদ উচ্চ ন্যায়ালয়ত। দুজন যুৱকে এগৰাকী ছোৱালীৰ বুকুত হাত দিয়া আৰু পাইজামাৰ ৰছী খুলি দিয়াৰ অভিযোগ উত্থাপন হয়। কাছগঞ্জ আদালতৰ নিৰ্দেশত অভিযুক্ত দুজনৰ বিৰুদ্ধে পকছো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। এই গোচৰটো নিম্ন আদালতৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ত উপনীত হয়। তাত শুনানিৰ সময়ত ন্যায়াধীশে কয় যে বুকু স্পৰ্শ কৰা, পায়জামাৰ ৰছী খুলি দিয়াটো ধৰ্ষণ বা ধৰ্ষণৰ চেষ্টা নহয়।

court | ASSAM TIMES POST
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কেন্দ্ৰীয় মন্ত্ৰীৰ

ন্যায়াধীশ ৰামমনোহৰ নাৰায়ণ মিশ্ৰৰ বিচাৰপীঠে কয় যে অভিযুক্ত দুজনৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ ধৰ্ষণ বা ধৰ্ষণৰ চেষ্টাৰ গোচৰ নহয়। কিন্তু এইটো নিশ্চিতভাৱে যৌন নিৰ্যাতনৰ গোচৰ। ধৰ্ষণৰ চেষ্টাৰ গোচৰ ৰুজু কৰিবলৈ হ’লে প্ৰমাণ কৰিব লাগিব যে এই কাণ্ডই ধৰ্ষণৰ সূচনা কৰিছিল। প্ৰস্তুতি আৰু প্ৰকৃত অপৰাধ সংঘটিত কৰাৰ চেষ্টাৰ মাজত পাৰ্থক্য আছে। আদালতে এইটোও পৰ্যবেক্ষণ কৰে যে সাক্ষীসকলেও ভুক্তভোগীক বিবস্ত্ৰ কৰি দিয়া বুলি কোৱা নাছিল। অভিযুক্তই ভুক্তভোগীক ধৰ্ষণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি ৰেকৰ্ডত থকা তথ্যৰ পৰা কোনো ধৰণৰ ইঙ্গিত পোৱা নাই।

উল্লেখযোগ্য যে ২০২১ চনত সংঘটিত হৈছিল এই ঘটনা। এই সন্দৰ্ভত কাছগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় যে কিশোৰীগৰাকীক গাড়ীত উঠাই নি ঘৰত নমাই দিয়াৰ নামত ধৰ্ষণৰ চেষ্টা চলাইছিল। অভিযুক্তই কিশোৰীগৰাকীক কালভাৰ্টৰ তললৈ টানি লৈ যায়। স্থানীয় ৰাইজে ঘটনাটো দেখাত অভিযুক্ত দুজনে তেওঁক পেলাই থৈ পলাই যায়।

যিসময়ত দেশৰ বিভিন্ন প্ৰান্তত ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ গোচৰ বৃদ্ধি পাইছে, সেই সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ফলত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু জ্যেষ্ঠ অধিবক্তাই কয় যে উচ্চতম ন্যায়ালয়ে নিজা উদ্যোগত এই গোচৰত হস্তক্ষেপ কৰিব লাগে।

Tags: AllahabadHighCourtverdictএলাহাবাদউচ্চন্যায়ালয়
Share4Tweet3Send

Related Posts

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

by News Desk
July 27, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx